Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kamakhya Temple:শুকাই যাব কামাখ্যাৰ মূল গৰ্ভৰ জলাধাৰ !

চাৰিশ কোটিটকীয়া প্রকল্পটোৰ নির্মাণ কাৰ্যৰ বাবে মন্দিৰৰ চৌপাশে হ'বলগীয়া খননে - বিপদ মাতিব পাৰে শক্তিপীঠলৈ, কামাখ্যা কৰিড'ৰ প্ৰকল্পৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰদেউৰী সমাজৰ আবেদন, তিনি জুনৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ ৰাজ্য-কেন্দ্ৰ চৰকাৰ-সংশ্লিষ্ট কর্তৃপক্ষক

publisher by publisher
May 23, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Kamakhya Temple:শুকাই যাব কামাখ্যাৰ মূল গৰ্ভৰ জলাধাৰ !
1
SHARES
11
VIEWS
ShareShareShareShare

Kamakhya Temple:

ADVERTISEMENT

বহুচৰ্চিত কামাখ্যা কৰিড’ৰ প্রকল্পই শক্তিপীঠৰ ঐতিহ্যত বিৰূপ প্রভাব পেলাব পাবে। দেশ-বিদেশ ভক্তৰ বাবে আশীর্বাদ অৰু আগ্রহৰ কেন্দ্রবিন্দু কামাখ্যা মন্দিৰৰ মূল গৰ্ভত থকা অবিনশ্বৰ জলাধাৰ শুকাই যাব পাৰে কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ বাবে। নির্মাণকাৰী প্রতিষ্ঠান এল এণ্ড ‘টিক ইতিমধ্যে গতাই দিয়া এই প্রকল্পটোৰ নির্মাণ কাৰ্য
আৰম্ভ হোৱাৰ প্ৰাকক্ষণত মন্দিৰৰ মূল গৰ্ভত থকা পবিত্ৰ জলাধাৰ শুকাই যোৱাৰ আশংকা কৰি এই নির্মাণ কাৰ্যৰ বিৰুদ্ধাচৰণৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কামাখ্যা ধামৰ বৰদেউৰী সমাজ।

RelatedPosts

PIL:মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল প্ৰাক্তন উপ-ৰাজ্যপাল সহ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ

Gautam Gambhir:মা কামাখ্যাৰ আশিস ল’বলৈ পুৱাই কামাখ্যা ধামত উপস্থিত ‘টীম ইণ্ডিয়া মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ

Ambubachi mela 2025:অম্বুবাচীত পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ ভক্তৰ প্ৰৱেশত অনুমতি

গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰদেউৰী সমাজৰ হৈ নৱজ্যোতি শর্মাই দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ ওপৰত শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই প্রকল্পৰ প্রসংগত অসম

kamkhya karidorচৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় প্রত্নতাত্ত্বিক বিভাগ আৰু নিৰ্মাণৰ নিবিদা লাভ কৰা এল এগু টিলৈ জাননী জাৰি কৰিছে। আটাইকেইটা পক্ষকে অহা তিনি জুনৰ ভিতৰত এই প্রকল্পটোক লৈ বৰদেউৰী সমাজে প্ৰকাশ কৰা আশংকা সন্দর্ভত সকলো তথ্য শপতনামা আকাৰে দাখিল কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিছে।

ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ প্ৰসংগত অনুষ্ঠিত শুনানিৰ অন্তত ন্যায়ালয়ে সংশ্লিষ্ট পক্ষসমূহলৈ জাননী জাৰি কৰাৰ কথা সদৰী কৰি গুচৰীয়া পক্ষৰ অধিবক্তা উপমন্যু হাজৰিকাই ‘দৈনিক অগ্রদূত’ক কয় যে ইতিমধ্যে এল এণ্ড টি নামৰ প্রতিষ্ঠানটোক চাৰিশ কোটি টকাৰ নিবিদা অনুসৰি কামৰ দায়িত্ব প্রদান কৰা হৈছে। জ্যেষ্ঠ অধিবক্তাজনে কয়, ‘কামাখ্যা মন্দিৰকে ধৰি সমগ্র নীলাচল ভূমিয়েই পবিত্র স্থল। প্রত্নতাত্ত্বিক বিভাগে কামাখ্যা ধামৰ প্ৰসংগত ইতিমধ্যে কৈছে যে বিগত দুহেজাৰ বছৰ ধৰি কামাখ্যা মন্দিৰত অবিৰতভাৱে পূজা-অর্চনা চলি আহিছে।

বিগত ১৫শ বছৰত কমেও তিনিবাৰকৈ কামাখ্যা মন্দিৰৰ আন্তঃগাঁথনিত বদ-বদলো কৰা হৈছে। শক্তিৰ উপাসকসকলৰ বাবে আধ্যাত্মিকতাৰ কেন্দ্ৰস্বৰূপ কামাখ্যা কৰিড’ৰ হ’ব পাঁচটা পৰ্যায়ত। মূল মন্দিৰ চৌহদত হ’বলগীয়া এই প্ৰকল্পৰ ৰূপায়ণৰ ফলত মন্দিৰৰ কাষতে থকা দোকান-পোহাৰ বা মূল মন্দিৰৰ আশে-পাশে থকা আন্তঃগাঁথনিসমূহো ভঙা-ছিঙা কৰা হ’ব আৰু নতুনকৈ বিভিন্ন ক্ষেত্ৰ নিৰ্মাণৰ বাবে কামাখ্যা মন্দিৰৰ কাষৰীয়া অঞ্চলত বহু দ’লৈকে খন্দাও হ’ব। প্রকল্প অনুসৰি এশ-তিনিশ ফুট পর্যন্ত খন্দা হ’ব কামাখ্যাৰ ভূ-খণ্ড।’

খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ত দীঘলীয়া আইনী যুঁজ অব্যাহত ৰখা জ্যেষ্ঠ অধিবক্তা হাজৰিকাই পুনৰ কয়, ‘কামাখ্যা মন্দিৰৰ অন্তৰ্ভাগত ভক্তই যি দৰ্শন কৰিবলৈ যায় তথা মন্দিৰৰ মূল দর্শন হোৱা স্থানত থকা মূল জলাধাৰৰ পানী এনে নির্মাণ কার্যত শুকাই যাব পাৰে বুলি আশংকা কৰা হৈছে

কামাখ্যা মন্দিৰৰ আশে-পাশে থকা ভৈৰৱী মন্দিৰ, মা-তাৰা মন্দিৰ, মা কালী মন্দিৰ, ছিন্নমস্তা মন্দিৰ, কামেশ্বৰ মন্দিৰকে ধৰি দেৱীৰ দশমহাবিদ্যাৰ মন্দিৰসমূহৰো চৌপাশে খনন চলোৱাৰ ফলত ইয়াৰ কু-প্ৰভাৱ পৰিব পাৰে মা কামাখ্যা মন্দিৰৰ গৰ্ভত থকা জলাধাৰত। সেয়েহে কামাখ্যা কৰিড’ৰ প্ৰকল্পটোক লৈ সকলোৱে শংকা প্রকাশ কৰিছে যে এনেবোৰ নিৰ্মাণ কাৰ্যৰ ফলত মূল মন্দিৰৰ গহ্বৰত থকা জলাধাৰ শুকাই যাব পাৰে।

অথচ কামাখ্যা মন্দিৰৰ মূল ঐতিহ্য, আকৰ্ষণ আৰু ভক্তসকলৰ মূল ভক্তিৰ কেন্দ্ৰবিন্দুৱে হ’ল এই জলাধাৰ। অথচ এই জলাধাৰ নতুন নিৰ্মাণৰ পার্শ্বক্রিয়াত অক্ষত অৱস্থাত থাকিবনে নাই সেই সন্দৰ্ভত কোনো ধৰণৰ হাইড্র’লজিকেল অধ্যয়ন হোৱা নাই। গতিকে এনেধৰণৰ অধ্যয়ন অবিহনে এল এণ্ড টিক চাৰিশ কোটি টকাৰ নিবিদা প্রদানৰে কামাখ্যা কৰিড’ৰ নিৰ্মাণ কৰিবলৈ যি দায়িত্ব প্রদান কৰা হৈছে, এনে তৎপৰতাৰ বিৰুদ্ধে ন্যায়ালয়ত পিআইএলখন দাখিল কৰা হৈছে।’

জ্যেষ্ঠ অধিবক্তাজনে এই কথাও কয় যে কামাখ্যা মন্দিৰ চৌহদটো আজিলৈকে প্রত্নতাত্ত্বিক বিভাগৰ দ্বাৰা সুৰক্ষিত অঞ্চল নহয়। প্রত্নতত্ত্ব সম্পৰ্কত এখন ৰাজ্যিক পৰ্যায়ত আৰু এখন ৰাষ্ট্ৰীয় পৰ্যায়ত মুঠতে দুখনকৈ আইন আছে যদিও কোনো এখন আইনৰ অধীনত আজিলৈকে কামাখ্যা মন্দিৰ চৌহদক সুৰক্ষিত অঞ্চল কৰা নহ’ল।

আবেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি দর্শোৱা অধিবক্তা হাজৰিকাই এই প্রসংগত কয়, ‘কামাখ্যা মন্দিৰ চৌহদক সুৰক্ষিত অঞ্চল ঘোষণা কৰা হ’লে আইনৰ অধীনত মূল মন্দিৰৰ এশ মিটাৰ নিলগলৈ কোনো ভঙা-ছিঙা কৰিব নোৱাৰে বা নতুনকৈ নির্মাণ কার্যও চলাব নোৱাৰে।

সুৰক্ষিত অঞ্চল ঘোষণা হ’লে মন্দিৰ চৌহদত নিৰ্মাণ কাৰ্যৰ স্বাৰ্থত কোনো ধৰণৰ খননো কৰিব নোৱাৰিলেহেঁতেন। প্রত্নতাত্ত্বিক বিভাগে কামাখ্যা মন্দিৰ থকা পাহাৰখনৰ নামনি অঞ্চল আৰু কামাখ্যা গেটকহে সুৰক্ষিত অঞ্চল ঘোষণা কৰিছে যদিও মূল মন্দিৰটোক সুৰক্ষিত অঞ্চলৰূপে ঘোষণা কৰা নাছিল। সেয়েহে কামাখ্যা মন্দিৰক যাতে সুৰক্ষিত অঞ্চল ঘোষণা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক যাৱতীয় নির্দেশ দিয়া হয়, তাৰ বাবে আবেদনকাৰীয়ে ন্যায়ালয়ত আবেদন জনাইছিল।’

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত ন্যায়ালয়ক বৰদেউৰী সমাজৰ হৈ এই বুলি আবেদন জনোৱা হৈছে যাতে তৎকালে ১৯৫৯ৰ ‘আছাম এনচিয়েন্ট মনুমেন্ট এণ্ড ৰেকৰ্ডছ এক্ট’ৰ অধীনত সমগ্র কামাখ্যা মন্দিৰ চৌহদটোকে সুৰক্ষিত অঞ্চলৰূপে ঘোষণা কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়া হয়।

উল্লেখ্য যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ আন্তঃগাঁথনি, মন্দিৰলৈ নামনিৰ পৰা সহজতে অহা-যোৱা কৰাৰ সুব্যৱস্থা আদিকে ধৰি বিভিন্ন আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে গ্রহণ কৰা কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ – দায়িত্ব ইতিমধ্যে এল এণ্ড টিক অর্পণ কৰা হৈছে যদিও এই ঐতিহ্যমণ্ডিত মন্দিৰটোৰ চৌহদত ভঙা-পতা কৰাৰ পূৰ্বে চৰকাৰ-কর্তৃপক্ষই কোনো ধৰণৰ জল সম্পর্কীয়, গাঁথনি সম্পর্কীয় আৰু পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন কৰা নাই বুলি আবেদনকাৰীয়ে ৰাজহুৱা স্বার্থজড়িত আবেদনখনত স্পষ্টভাবে উল্লেখ কৰিছে।

উল্লেখ্য যে কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ অধীনত নামনিৰ পৰা মন্দিৰলৈকে ৰ’পৱে পৰিবহণৰো ব্যৱস্থা কৰাৰ প্ৰস্তাৱ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Againt PilKamakhya Carridor PrajectKamakhya TempleSinior Advocate Abhimunya Hazarika
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d