Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon Usman Ali Sadagar:পাহৰণিৰ অটল গৰ্ভত উচমান আলী সদাগৰ

নিজা মাটিত ১৯০২ চনতেই স্থাপন কৰিছিল অসমীয়া মাধ্যমৰ স্কুল, সংখ্যালঘু অধ্যুষিত অঞ্চলত স্ত্রী শিক্ষাৰ প্ৰসাৰৰ বাবেও স্থাপন কৰিছিল বিদ্যালয়

publisher by publisher
December 30, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Nagaon Usman Ali Sadagar:পাহৰণিৰ অটল গৰ্ভত উচমান আলী সদাগৰ
5
SHARES
54
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

Nagaon Usman Ali Sadagar:

পূর্ববংগীয় মূলৰ মুছলমান সম্প্রদায়ৰ লোকৰ অধ্যুষিত নগাঁও জিলাৰ অতি ভিতৰুৱা পিছপৰা অঞ্চলত ১২১ বছৰৰ আগতেই প্রথমখন অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল উচমান আলী সদাগৰে। কিন্তু সেই মহান ব্যক্তিজন আজি পাহৰণিৰ অটল গর্ভত।

ADVERTISEMENT

নগাঁও জিলাৰ আলিটাঙনীৰ নিৱাসী অসমৰ এগৰাকী সু-সন্তান, পূর্ববংগীয় মুছলমান সমাজৰ প্ৰথম প্ৰজন্মৰ অগ্রণী পুৰুষ, অসমীয়া জাতি গঠন প্রক্রিয়াৰ অন্যতম গুৰি ধৰোতা, প্রাক্তন বিধায়ক, কৃষক নেতা উচমান আলী সদাগৰে ১৯০২তেই নিজা মাটি দানেৰে মোক্তাৱ বিদ্যালয়খন আৰম্ভ কৰিছিল।

সেই মোক্তাৱ খনেই ১৯১০ ত আলিটাঙনী মোক্তাৱ হিচাপে চৰকাৰৰ স্বীকৃতি লাভ কৰে। এইখনেই অসমৰ পূর্ববংগীয় মূলৰ মুছলমান অঞ্চলত স্থাপিত প্রথমখন অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে জনাজাত।

উল্লেখ্য যে উচমান আলী সদাগৰৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল যদিও তেওঁ এইখন বিদ্যালয়ৰ বাবে অবিভক্ত ভাৰতৰ ঢাকা আৰু চট্টগ্রামৰ পৰা শিক্ষক অনাৰ লগতে বটদ্ৰৱাৰ মহেন্দ্র চন্দ্র মহন্ত নামৰ লোকজনক শিক্ষকৰূপে নিয়োগ কৰি প্রথমে অসমীয়া ভাষা শিকোৱাৰ ব্যৱস্থা কৰিছিল। ইয়াৰ পাছতহে ৰাজ্যখনৰ চুকে-কোণে পূর্ববংগীয় মূলৰ মুছলমান অঞ্চলত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰা হয়।

উল্লেখ্য যে,ওচমান আলী সদাগৰৰ জন্ম হৈছিল ১৮৫৬ চনৰ ১৯ মে’ত তদানীন্তন পূর্ববংগৰ মৈমনসিংহ জিলাৰ বামেৰ কান্দি গাঁৱত। তেওঁৰ পিতৃৰ নাম মহম্মদ দৌলৎ উল্লা সেখ আৰু মাতৃৰ নাম মুলুকজান বিবি।

১৮৮৫ ৰে পৰা মহম্মদ দৌলৎ উল্লা সেখে অসমত নিজ পৰিয়ালৰ স’তে স্থায়ীভাবে বসবাস কৰিবলৈ লয়। মহম্মদ দৌলৎ উল্লা সেখৰ সুযোগ্য পুত্র উচমান আলী সদাগৰৰ আনুষ্ঠানিক শিক্ষাৰ কোনো ডিগ্রী নাছিল ।

যদিও সঁচা অৰ্থত তেওঁ এজন অতি বিদ্বান আৰু জ্ঞানী লোক আছিল। অসমীয়া ভাষাৰ প্ৰসাৰৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। ১৯১৭ তে প্রতিষ্ঠিত অসম সাহিত্য সভাৰ শিৱসাগৰত অনুষ্ঠিত প্রথম বার্ষিক অধিবেশনত সাহিত্য সভালৈ ১০ টকাৰ বৰঙণি আগবঢ়াইছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AlitanganiEeligious Minority AreasEstabilishment Of Assamese Medium SchoolNagaonUsman Ali Sadagar
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d