Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ayush Minister Sarbananda Sonowal Unveils Initiatives to Boost Capacity at NEIAH in Shillong:শ্বিলঙত উত্তৰ- পূব আয়ুর্বেদ আৰু হোমিঅ’পেথি প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

উত্তৰ-পূব আয়ুর্বেদ আৰু হোমিঅ'পেথি প্ৰতিষ্ঠানৰ ক্ষমতা সম্প্ৰসাৰণৰ বাবে ২০২৩-২৪ বর্ষত ১৪৫ কোটিতকৈ অধিক বিনিয়োগ কৰা হৈছে: সোণোৱাল

publisher by publisher
February 23, 2024
in Assam, India, News
Reading Time: 1 min read
0
Ayush Minister Sarbananda Sonowal Unveils Initiatives to Boost Capacity at NEIAH in Shillong:শ্বিলঙত উত্তৰ- পূব আয়ুর্বেদ আৰু হোমিঅ’পেথি প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Bjp : সৰ্বস্তৰৰ জনতাৰ সৰ্বাংগীণ বিকাশ, সম-মৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰ শান্তি, সংস্কাৰ, সমন্বয় সাধনেই  হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্যঃ সোণোৱাল

Ayush Minister Sarbananda Sonowal Unveils Initiatives to Boost Capacity at NEIAH in Shillong:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোরালে আজি শ্বিলঙৰ মাওডিয়াংডিয়াঙত থকা উত্তৰ-পূব আয়ুর্বেদ আৰু হোমিঅ’পেথি প্ৰতিষ্ঠানৰ ক্ষমতা তথা আন্তঃগাঁথনি বৃদ্ধিৰ বাবে একাধিক প্ৰকল্প মুকলি কৰে।

ADVERTISEMENT

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীগৰাকীয়ে প্ৰশাসনিক ভৱন, ফাৰ্মাচী ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে পৰিধি পথ আৰু সীমাৰ দেৱালৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এটা অতিথিশালাৰো শুভ উদ্বোধন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী মহেন্দ্ৰভাই মুঞ্জপাৰাই অনুষ্ঠানত ভার্চুৱেলী অংশগ্রহণ কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদর্শনমর্মে আমি সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আয়ুষ আন্তঃগাঁথনি টনকিয়াল কৰাত বিশেষ অগ্রাধিকাৰ দিছোঁ। উত্তৰ-পূব আয়ুর্বেদ আৰু হোমিঅ’পেথি প্ৰতিষ্ঠানৰ ক্ষমতা তথা আন্তঃগাঁথনি বৃদ্ধিয়ে বৈজ্ঞানিক প্রমাণ আধাৰিত পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীৰ সম্প্ৰসাৰণৰ দিশটোক অধিক ত্বৰান্বিত কৰিব। প্রতিষ্ঠানখনে ইতিমধ্যে আয়ুর্বেদ আৰু হোমিঅ’পেথিৰ প্ৰায় এক হাজাৰ বিশেষজ্ঞক একেলগে প্রশিক্ষণ দিছে।

ইয়াৰ ফলত মেঘালয়ত স্বাস্থ্যসেরা প্রণালী যথেষ্ট শক্তিশালী হৈছে। দেশৰ গতিশীল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন সুস্থ-সবল ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ আমি নিৰৱচ্ছিন্নভাৱে বিভিন্ন কল্যাণকামী পদক্ষেপ তথা আঁচনি গ্রহণ কৰি আহিছো।”

সোণোৱালে লগতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন আমাৰ চৰকাৰে আমাৰ জনজাতীয় আৰোগ্য পদ্ধতিসমূহৰ উত্তৰণ সাধনত অগ্রাধিকাৰ দিছে। আমাৰ চৰকাৰে উত্তৰ-পূব আয়ুর্বেদ আৰু হোমিঅ’পেথি প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি অত্যাধুনিক ৰূপত গঢ়ি তুলিবলৈ প্রতিশ্রুতিবদ্ধ।

যোৱা এবছৰত মোদী চৰকাৰে ইয়াৰ ক্ষমতা তথা আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ১৪৫ কোটি টকাৰ অধিক বিনিয়োগ কৰিছে। ইয়াৰ ক্ষমতা সম্প্ৰসাৰণৰ বাবে মুঠ প্ৰকল্প ব্যয় হৈছে ২১৭.০২ কোটি।”

কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে লগতে ঘোষণা কৰে যে পূব খাচী পাহাৰ জিলাৰ স্মিতত অ’পিডি সেৱা আৰম্ভ কৰা হ’ব, যিয়ে তাৰ ২০ খন গাঁৱত বাস কৰা লোকক সামৰি ল’ব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে প্ৰতিষ্ঠানখনে ইয়াৰ আয়ুর্বেদ চিকিৎসালয়ত স্বর্ণবিন্দু প্ৰশন সংস্কাৰ (শিশুৰ আয়ুর্বেদিক টিকাকৰণ মডুলেচন) আৰম্ভ কৰিছে।

উত্তৰ-পূব আয়ুর্বেদ আৰু হোমিঅ’পেথি প্রতিষ্ঠানে বিশেষকৈ পঞ্চকৰ্মা, ক্ষৰাসূত্ৰ, উত্তৰবস্তি আৰু যোগৰ দৰে পৰম্পৰাগত পদ্ধতিৰে ৰোগীসকলক সকাহ দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ayush Minister Sarbananda SonowalNEIAH in ShillongUnveils Initiatives to Boost Capacity
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d