Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Udalguri:ভোগণনালৈ মাজত মাথো দুটা দিনঃ ওদালগুৰিত তিনিকোণীয়া যুঁজৰ সম্ভাৱনা

ষ্ট্ৰং ৰুমত আৱদ্ধ ওদালগুৰিৰ ১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, দৰং-ওদালগুৰিৰ চাৰি কেন্দ্ৰত মঙ্গলবাৰে অনুষ্ঠিত হ'ব ভোটগণনা

publisher by publisher
June 1, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Udalguri:ভোগণনালৈ মাজত মাথো দুটা দিনঃ ওদালগুৰিত তিনিকোণীয়া যুঁজৰ সম্ভাৱনা
2
SHARES
21
VIEWS
ShareShareShareShare

Udalguri :

ওদালগুৰি ৩১ মেঃ যোৱা ২৬ এপ্ৰিলত অনুষ্ঠিত হৈ যায় ৪-নম্বৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ভোটগ্ৰহণ। সমষ্টিটোত এইবেলি ওদালগুৰি, দৰং, কামৰূপ আৰু বাক্সা জিলাৰ মুঠ ১১ টাকৈ বিধানসভা সমষ্টি সামৰি লৈছে।

ADVERTISEMENT

লোকসভা সমষ্টিটোৰ নিৰ্বাচন পৰিচালনাৰ বাবে ওদালগুৰি জিলাখনক নডেল জিলা হিচাপে গঠন কৰি লোকসভা সমষ্টিটোৰ সমগ্ৰ কাম-কাজ ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰাই পৰিচালনা কৰা হৈছে। অহা ৪ জুন তাৰিখে সমগ্ৰ লোকসভা সমষ্টিটোৰ চাৰিটা স্থান ক্ৰমে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়, দৰং জিলাৰ বাবে মঙ্গলদৈ মহাবিদ্যালয়, কামৰূপ জিলাৰ বাবে ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয় আৰু বাক্সা জিলাৰ বাবে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট গণনা কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগণনা।

RelatedPosts

Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

Assam Assrmbly Election2026:বৃহস্পতিবাৰে ৰাজ্যত ভোট গ্ৰহণৰ বাবে সাজু নিৰ্বাচন আয়োগ

Udalguri:ভুমিৰ অধিকাৰ আৰু জনজাতিপৰণৰ দাবীত ওদালগুৰিত চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী সমদল

উল্লেখ্য যে সমগ্ৰ লোকসভা সমষ্টিটোৰ পোষ্টেল বেলটৰ ভোটগণনা এইবাৰ ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত সম্পন্ন হব। ৪ নম্বৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিত এইবাৰ ভোটদানৰ হাৰ আছিল ৮২.০১ শতাংশ। এইবাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ১১ টাকৈ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ২১,৮৭,১৬০ গৰাকী।

ইয়াৰ ভিতৰত ১৮,১১,৭৬৪ গৰাকী ভোটদাতাই ভোটদান কৰিছিল। লোকসভা সমষ্টিটোৰ বাবে মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত আছে ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ ললিত পেগু, এছইউ‌চিআই(চি)ৰ জীতেন্দ্ৰ চলিহা, বিপিএফৰ দূৰ্গাদাস বড়ো, গণ সুৰক্ষা পাৰ্টীৰ স্বৰ্ণ দেৱী, ৰিপাব্লিকেন পাৰ্টী অৱ ইণ্ডিয়াৰ আব্দুল কাছেম, কংগ্ৰেছৰ মাধৱ ৰাজবংশী, ভাৰতীয় গণ পৰিষদৰ বিৰেণ বাছাক, নিৰ্দলীয় প্ৰাৰ্থী ডানিয়েল মাৰ্দী, ভাৰতীয় জৱান কিষান পাৰ্টীৰ অৰুণ বৰুৱা, বিজেপিৰ দিলীপ শইকীয়া আৰু ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ আব্দুল হামিদ।

নিৰ্বাচন শেষ হোৱাৰ পাছতেই ইভিএমত বন্দী হৈ আছে এই এঘাৰগৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ মাজতে সমষ্টিটোত এইবাৰ বিজেপিৰ দিলীপ শ‌ইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দূৰ্গা দাস বড়োৰ মাজত তিনিকোণীয়া যুঁজৰ সম্ভাৱনা আছে। নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত দেখা গৈছিল যে বিজেপিৰ প্ৰাৰ্থীগৰাকী প্ৰথম স্থানত থকাৰ বিপৰীতে কংগ্ৰেছ আৰু বিপিএফৰ প্ৰাৰ্থী গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় স্থানত থকা বুলি ৰাইজৰ মাজত চলিছিল চৰ্চা। অৱশ্যে ফলাফল কি হব সেয়া অহা ৪ জুনতহে স্পষ্ট হৈ পৰিব।

ইফালে ভোটগণনা উপলক্ষে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ত থকা ষ্ট্ৰং ৰুমক কটকটীয়া নিৰাপত্তাৰ মাজত ৰখাৰ সমান্তৰালভাৱে প্ৰতিটো ৰাজনৈতিক দলৰ এজেণ্টসমূহে ইয়াক প্ৰতিমূহুৰ্তত নিৰীক্ষণ কৰি আছে। উল্লেখ্য যে মঙ্গলবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হবলগীয়া ভোটগণনাৰ বাবে ওদালগুৰি জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হোৱাৰ কথা প্ৰকাশ কৰে জিলা আয়ুক্ত জাভিৰ ৰাহুল সুৰেশে।

তেওঁঁ কয় , সকলো কাম কাজ ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হ’ব। প্ৰত্যেকটো বিধানসভা সমষ্টিৰ বাবে ১৪ খনকৈ টেবুল থাকিব। সমগ্ৰ ভোটগণনা কাৰ্যৰ বাবে ওদালগুৰি জিলাৰ ৫০০তকৈ অধিক কৰ্মচাৰীক নিয়োগ কৰা হৈছে।

ইতিমধ্যে সকলো কাম-কাজ সাজু হৈ উঠিছে। লগতে নিৰাপত্তাৰ দিশটোও নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি তিনিতৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Counting of VotesDistrict CommissionerEVM MachinesLoksabha Election 2024Strong RoomUdalguri
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d