Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sonwal in Modi Cabinet along With Chowdhury or Parimal Shuklabaidya:এন ডি এ সংসদীয় দলৰ নেতা নিৰ্বাচিত মোদী

মোদী কেবিনেটত অসমৰ পৰা কোনে পাব স্থান, ব্যাপক কুজকাৱাজ আৰম্ভ, মন্ত্ৰীসভাত সোণোৱালৰ লগতে চৌধুৰী অথবা পৰিমল শুক্লবৈদ্য, মিত্ৰদল অগপৰ প্ৰতিনিধিত্বৰ লগতে জ্যেষ্ঠতাৰ ভিত্তিত সম্ভাৱনা উজ্জ্বল ফণীভূষণৰ

publisher by publisher
June 7, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Sonwal in Modi Cabinet along With Chowdhury or Parimal Shuklabaidya:এন ডি এ সংসদীয় দলৰ নেতা নিৰ্বাচিত মোদী
1
SHARES
13
VIEWS
ShareShareShareShare

Sonwal in Modi Cabinet along With Chowdhury or Parimal Shuklabaidya:

অহা ন জুনত শপতগ্রহণ কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত অসমৰ পৰা কোনে স্থান লাভ কৰিব? ইয়াকে লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে। মোদীৰ যোৱা কার্যকালত অসমৰ পৰা দুজনে মন্ত্রীসভাত স্থান লাভ কৰিছিল। এইবাৰো এই সংখ্যাৰ ব্যতিক্রম নহয় বুলি বিজেপিৰ শীর্ষ সূত্ৰত প্রকাশ; কিন্তু এই দুই সৌভাগ্যবান কোন হ’ব? দলীয় সূত্ৰৰ মতে, ইয়াৰে এজন হ’ব সর্বানন্দ সোণোৱাল।

ADVERTISEMENT

কাৰণ সোণোৱালে মোদীৰ গুডবুকত স্থান লাভ কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰিত্বৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কে’বাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বও সোণোৱালে চম্ভালিছিল। চৰকাৰৰ কে’বাখনো শীর্ষ সমিতিৰ সদস্য আছিল সোণোৱাল। এনে পৰিপ্ৰেক্ষিতত নতুন মন্ত্রীসভাতো সোণোৱালেই স্থান লাভ কৰিব বুলি সূত্ৰটোৱে সদৰী কৰে। অসমৰ পৰা মূল কেবিনেটত সোণোৱালেই প্রতিনিধিৰূপে থাকিব।

RelatedPosts

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

Guwahati:মিত্ৰতাত আবদ্ধ বিজেপি- বিপিএফ ! এনডিএত এন্টি হাগ্ৰামাৰ দল বিপিএফৰ

ডিব্ৰুগড় কাছাৰীঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সোণোৱালৰ লগত দ্বিতীয় কোনে মন্ত্রীসভাত স্থান পাব ? অবশ্যে দ্বিতীয়জনে মূল কেবিনেটত স্থান নাপায়। তথাপি সেইজন কোন হ’ব, এই চর্চা ব্যাপকভারে চলিছে। সূত্ৰত প্রকাশ যে মোদীৰ মন্ত্রীসভাত সোণোৱালৰ পাছত অসমৰ পৰা দ্বিতীয়জন প্রতিনিধি হিচাপে মিত্রদলৰ সাংসদেই স্থান পোৱাৰ সম্ভাৱনা অধিক। সেই সম্ভাৱনা অতি উজ্জ্বল অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীৰ।

অসমৰ ৰাজনীতিত দীর্ঘ সময় প্রত্যক্ষভাবে জড়িত হৈ আছে চৌধুৰী। তেওঁ আঠবাৰৰ বিধায়ক। তেওঁ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্রীও আছিল। গতিকে ৰাজ্যিক স্তৰত বিভাগ চলোৱাৰ তেওঁৰ অভিজ্ঞতা আছে। বয়স তথা অভিজ্ঞতাৰ দিশৰ পৰাও তেওঁ জ্যেষ্ঠ।

সেয়েহে প্ৰথমবাৰৰ বাবে সংসদলৈ নির্বাচিত হ’লেও জ্যেষ্ঠতা, অভিজ্ঞতা আৰু মিত্ৰদলৰ প্ৰতিনিধি হিচাপে চৌধুৰীয়ে মন্ত্রিত্ব লাভ কৰাৰ সম্ভাৱনা অধিক বুলি চর্চা চলিছে। আনহাতে,ৰাজ্যিক মন্ত্ৰিত্ব পোৱাৰ সম্ভাৱনা আছে বিজেপিৰ নৱ- নিৰ্বাচিত শিলচৰৰ সাংসদ পৰিমল শুক্ল বৈদ্য ৷ ৰাজ্যৰ কে’বাটাও বিভাগৰ মন্ত্ৰীৰূপে অভিজ্ঞতা থকা শুক্ল বৈদ্য মন্ত্ৰী পোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে অগপৰ ফণীভূষণে মন্ত্ৰিত্ব নেপালে শুক্ল বৈদ্যৰ নাম আহিব পাৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Modi CabinetNDA GovtParimal SuklabaidyaPhani Bhusan ChoudhurySarbananda Sonowal
publisher

publisher

Related Posts

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d