Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

PM Modi inaugurates Nalanda University’s New Campus in Bihar’s Rajgir:বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ষোল্লশ বছৰ পুৰণি বিশ্ববিদ্যালয়খনৰ নতুন চৌহদ উদ্বোধন, বিশ্ববিদ্যালয়ৰ নতুন চৌহদত আছে ছখন বিদ্যালয়, আছে বৌদ্ধ অধ্যয়ন, দৰ্শন আৰু তুলনামূলক ধৰ্ম; ঐতিহাসিক অধ্যয়ন; পৰিৱেশ আৰু পৰিৱেশ অধ্যয়ন; আৰু বহনক্ষম উন্নয়ন আৰু ব্যৱস্থাপনা

publisher by publisher
June 19, 2024
in India, News
Reading Time: 2 mins read
0
PM Modi inaugurates Nalanda University’s New Campus in Bihar’s Rajgir:বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
2
SHARES
19
VIEWS
ShareShareShareShare

PM Modi inaugurates Nalanda University’s New Campus in Bihar’s Rajgir:

বিশ্ববিখ্যাত বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ ২৪টা বৃহৎ অট্টালিকা বিশিষ্ট ১৭৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই নতুন চৌহদ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

ADVERTISEMENT

চৌহদ মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়,গভীৰ ঐতিহাসিক আৰু শৈক্ষিক তাৎপৰ্যৰ স্থান বিহাৰৰ ৰাজগীৰৰ প্ৰাচীন ধ্বংসাৱশেষৰ ওচৰত অৱস্থিত এই আধুনিক চৌহদটোৱে বিশ্ববিদ্যালয়খনৰ যাত্ৰাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে। উচ্চ শিক্ষা আৰু ঐতিহাসিক গৌৰৱৰ পুনৰুজ্জীৱনৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব ৷

RelatedPosts

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’

Bihar Election Letest Updates:বৃহত্‍ ব্যৱধানেৰে বিহাৰৰ ৰাজপাট দখলৰ দিশে অগ্ৰসৰ এনডিএ

modi 3অনুষ্ঠানত উপস্থিত থাকে বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ,মুখ্যমন্ত্ৰী নিতীশ কুমাৰ,বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ,বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ,উপ- মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী,নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অভয় কুমাৰ সিঙ সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি  ৷ প্ৰধানমন্ত্ৰীয়ে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰাচীন ধ্বংসাৱশেষৰ পৰিদৰ্শন কৰে ৷

উল্লেখ্য যে,বিশ্ববিদ্যালয়খনত আছে ছখন বিদ্যালয় ৷ বিদ্যালয় কেইখন হ’ল স্কুল অৱ বৌদ্ধ অধ্যয়ন, দৰ্শন আৰু তুলনামূলক ধৰ্ম; ঐতিহাসিক অধ্যয়ন বিদ্যালয়; স্কুল অৱ ইক’লজি এণ্ড এনভাইৰনমেণ্টেল ষ্টাডিজ; আৰু স্কুল অৱ ছাষ্টেইনেবল ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট।

১৭৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কেম্পাছটোত ২৪টা বৃহৎ অট্টালিকা আছে। বিশ্ববিদ্যালয়খনে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীক ১৩৭টা বৃত্তি প্ৰদান কৰি আহিছে । ২০২২-২৪ আৰু ২০২৩-২৫ শিক্ষাবৰ্ষৰ বাবে স্নাতকোত্তৰ কাৰ্যসূচীৰ লগতে ২০২৩-২৭ বৰ্ষৰ পি এইচ ডি কাৰ্যসূচীত নামভৰ্তি কৰা শিক্ষাৰ্থী সকল আৰ্জেণ্টিনা, বাংলাদেশ, ভূটান, কম্বোডিয়া, ঘানা, ইণ্ডোনেছিয়া, কেনিয়া, লাওছ, লাইবেৰিয়া, ম্যানমাৰ, মোজাম্বিক, নেপাল, নাইজেৰিয়া, কংগো গণৰাজ্য, দক্ষিণ চুডান, শ্ৰীলংকা, ছাৰ্বিয়া, ছিয়েৰা লিয়ন, থাইলেণ্ড, তুৰস্ক, উগাণ্ডা, আমেৰিকা, ভিয়েটনাম, আৰু জিম্বাবুৱে আদি দেশৰ ৷

আন্ত:ৰাষ্ট্ৰীয় মানৰ বিশ্ববিদ্যালয় খনে অষ্ট্ৰেলিয়া, বাংলাদেশ, ভূটান, ব্ৰুনাই দাৰুছালাম, কম্বোডিয়া, চীন, ইণ্ডোনেছিয়া, লাওছ, মৰিচাছ, ম্যানমাৰ, নিউজিলেণ্ড, পৰ্তুগাল, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনামকে ধৰি ১৭খন দেশৰ সৈতে সহযোগিতা আগবঢ়ায়। এই দেশসমূহে বিশ্ববিদ্যালয়খনৰ স’তে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ ইতিমধ্যেই বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল। এই বিশ্ববিদ্যালয়খনত বিশ্বৰ সৰ্ববৃহৎ পুথিভঁৰালটো আছে, য’ত তিনি লাখৰো অধিক কিতাপ আৰু পাণ্ডুলিপি আছে।

pm modi 2উল্লেখ্য যে, ২০১৬ চনত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছিল। ৰাজগীৰত ৪৫৫ একৰ মাটি অধিগ্ৰহণ কৰি বিশ্ববিদ্যালয় প্ৰশাসনক ইতিপূৰ্বে গতাই দিয়া হয়। পঞ্চম শতিকাত প্ৰতিষ্ঠা হোৱা প্ৰাচীন নালন্দা বিশ্ববিদ্যালয় আছিল দ্বাদশ শতিকাৰ বিখ্যাত শিক্ষা কেন্দ্ৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bihar's RajgirCm Nitish Kumerinaugurates Nalanda University's New CampusPM Modi
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d