Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Son kills his Mother:ৰাজ্যৰ দুই স্থানত মৰ্মান্তিক ঘটনা

কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল জন্মদাত্ৰী মাতৃৰ,আৰক্ষীৰ জালত দুই পাষাণ পুত্ৰ

publisher by publisher
June 25, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Son kills his Mother:ৰাজ্যৰ দুই স্থানত মৰ্মান্তিক ঘটনা
2
SHARES
22
VIEWS
ShareShareShareShare

Son kills his Mother:

দেৰগাঁও আৰু কোকোৰাঝাৰত বৰ্বৰ ঘটনা ৷ কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল দুগৰাকী জন্মদাত্ৰী মাতৃৰ ৷ প্ৰথম ঘটনাৰ স্থান দেৰগাঁৱৰ বুঢ়ালিকচন গাঁও ৷ দীপমনি বৰা নামৰ পাষাণ পুত্ৰৰ অত্যাচাৰৰ বলি হৈ সোমবাৰে কৰুণ মৃত্যুক সাবটি লয় মাতৃ ৰেনুমাই বৰাই।

ADVERTISEMENT

প্ৰাপ্ত খবৰ অনুসৰি,কুলাংগাৰ পুত্ৰ দীপমণিয়ে বহু দিন ধৰি নিজ জন্মদাত্ৰী পিতৃ-মাতৃক শাৰীৰিকভাৱে মাৰধৰ কৰি আহিছিল ৷ সোমবাৰে পিতৃক দাৰে আঘাত কৰাৰ লগতে মাতৃৰ গালৈ নিক্ষেপ কৰিছিল ইটা ৷ একেদৰে পৰিয়ালৰ আন আন সদস্যকো প্ৰহাৰ কৰিছিল ৷ পুত্ৰৰ ইটাৰ আঘাতত ৰোগাক্ৰান্ত মাতৃ গুৰুতৰভাৱে আহত হয় ৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ স্থানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকৰ পৰামৰ্শক্ৰমে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় ৷

RelatedPosts

Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

কিন্ত চিকিৎসাধীন অৱস্থাতে মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে বৃদ্ধা মাতৃ গৰাকীয়ে। চিকিৎসকে সদৰি কৰা মতে,ইটাৰ আঘাতত মস্তিষ্কৰ জটিল ৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যু ঘটে মাতৃ গৰাকীৰ ৷ আনহাতে, পিতৃ-মাতৃক আক্ৰমণ কৰা পাষাণ পুত্ৰ দীপমনি বৰা বৰ্তমান পলাতক অৱস্থাত আছে ৷ আৰক্ষীয়ে মাতৃহন্তা পুত্ৰৰ সন্ধানত ঢেকীয়াল আৰক্ষীয়ে অভিযান চলাইছে ৷

আনহাতে আন এক মৰ্মান্তিক ঘটনা সংঘটিত হয় কোকৰাঝাৰৰ চহৰৰ হাথিমাথাত সোমবাৰে নিশা ৷ ড্ৰাগছ আসক্ত পুত্ৰৰ হাতত প্ৰাণ গ’ল নিজ জন্মদাত্ৰী মাতৃৰ। জানিব পৰা মতে,বৃদ্ধা মাতৃয়ে ড্ৰাগছ কিনিবলৈ টকা নিদিয়াৰ বাবেই পাষাণ পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল মাতৃ গৰাকীৰ ৷ মাতৃহন্তা অভিযুক্ত পুত্ৰ নাম পদ্যমণি ব্ৰহ্ম। পুত্ৰ উপযুপৰি প্ৰহাৰত কৰুণ মৃত্যুক সাৱটি লয় ৭৫ বছৰীয়া বৃদ্ধা মাতৃ পাৰ্বতী ব্রহ্মই ৷

ইতিমধ্যে মাতৃহন্তা কুলাংগাৰ পুত্ৰক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে ৷ স্থানীয় প্ৰতিবেশীয়ে অভিযোগ কৰা মতে,প্ৰায়ে পদ্যমণিয়ে ড্ৰাগছ কিনিবলৈ মাতৃক টকা দাবী কৰি আহিছিল। টকা দিবলৈ অমান্তি হ’লেও বৃদ্ধা মাতৃক শাৰীৰিকভাৱে মাৰধৰ কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ।

সোমবাৰে নিশাও ড্ৰাগছ আসক্ত পুত্ৰই কাঠৰ টেবুল এখনেৰে বৃদ্ধা মাতৃক আক্ৰমণ কৰে ৷ ফলত মুৰত গুৰুতৰভাৱে আহত হৈ কৰুণ মৃত্যুক সাবটি লয় মাতৃ গৰাকীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাষাণ পুত্ৰ পদ্যমণি ব্ৰহ্মক ৷ আনহাতে, এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হাথিমাথাত অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অঞ্চলবাসীয়ে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবী তুলিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DergaonKillers Son ArrestedKokrajharSon kills his Mother
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d