Huge Scam in the Power Department:
ADVERTISEMENT
ৰাজ্যৰ শক্তি বিভাগত সংঘটিত বৃহৎ কেলেংকাৰি ফাদিল আৰটিআই কৰ্মীৰ ৷
বিদ্যুতৰ খুঁটা স্থাপনৰ নামত সংঘটিত ২০০ কোটি টকাৰ কেলেংকাৰি।
প্ৰতিটো খুঁটাত প্লেট সংস্থাপনৰ নামত উদৰস্থ হয় নহেজাৰ টকা ।
ঢেকীয়াজুলীৰ আৰটিআই কর্মী দিলীপ নাথে ফাদিল কৰে দুৰ্নীতিৰ তথ্য।
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেলযোগে সদৰি কৰে আৰটিআই কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ।