Horoscope:ৰাশিফল
মেষ: কর্মস্থানত জটিলতা বাঢ়িব। উৎকণ্ঠা বাঢ়িব। প্রেমত শুভ। মনৰ দৃঢ়তা বাঢ়িব। শুভ ৰং নীলা। শুভ সংখ্যা ২।
বৃষঃ দুষ্ট লোকৰ পৰা আঁতৰত থাকক। ধনৰ আগমনৰ যোগ। দুঃচিন্তা পাহৰি শৰীৰৰ প্ৰতি যত্ন লওক। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।
মিথুন: নতুন যোগাযোগে আনন্দ দিব। বাহন ক্ৰয় কৰিব পাৰিব। কোনো নতুন কর্মসংস্থাপনৰ যোগ আছে। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।
কর্কট: নিজৰ কৃতিত্ব অটুট থাকিব। শৈশৱৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিব। কর্মক্ষেত্রত মধ্যম। ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰি আনন্দিত হ’ব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।
সিংহ: অবাবত ধন অপচয় হ’ব পাৰে। মনৰ সাহস আৰু উদ্বিগ্নতা বাঢ়িব। আনৰ প্ৰতি দায়বদ্ধতা বাঢ়িব। কর্মক্ষেত্র মধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা ১।
কন্যা: কৰ্মত ভৱিষ্যতৰ আশা দেখিবলৈ পোৱা যায়। দাম্পত্যত মধ্যম। মূল্যবান সম্পদ লাভ কৰিব পাৰিব। শুভ ৰং ক’লা। শুভ সংখ্যা ৩।
তুলা: দক্ষতা বৃদ্ধি পাব। পুৰণি সমস্যা সমাধান হ’ব। বিদ্যাত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
বৃশ্চিক: কর্মস্থানত মধ্যম। আনৰ ওপৰত নিৰ্ভৰ নকৰিব। দাম্পত্য বিৰোধ হ’ব পাৰে। শুভ বং বেঙুনীয়া। শুভ সংখ্যা ১।
ধনু : মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। বন্ধুবৰ্গৰ সংগই ক্ষতিসাধন কৰিব পাৰে। শুভ বং বগা। শুভ সংখ্যা ৯।
মকৰ : সাৱধানে চলক। নতুন যোগাযোগে উৎসাহিত কৰিব। ফুৰাচকা কৰোতে অলপ সাবধান হওক। যানবাহনৰ পৰা আঁতৰত থাকক। শুভ বং হালধীয়া, শুভ সংখ্যা ৩।
কুম্ভ: বিদ্যাত মধ্যম। দূৰ যোগাযোগত বাধাপ্রাপ্ত হ’ব পাৰে। বিয়াৰ সংযোগ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৭।
মীন: শাৰীৰিক আৰু মানসিক অশান্তি বাঢ়িব। কর্মক্ষেত্রত কিছু বাধা আছে। প্রেম আৰু দাম্পত্যত শুভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।