Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dhing Gangrape Incident Update: ধিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড তফাজ্জুল ইছলামৰ মৃত্যু

আৰক্ষী জিন্মাৰ পৰা পলায়ন কৰিবলৈ হেণ্ডকাফ সহ জাপ দিছিল পুখুৰীত, আৰক্ষীৰ পুখুৰীৰ পৰা উদ্ধাৰ কৰে তফাজ্জুলৰ নিথৰ দেহ, এতিয়াও আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই আন দুই অভিযুক্ত গোলাপউদ্দিন আৰু ফৰিদুল, তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিলে তাফাজুলৰ গাঁওবাসীয়ে, তাফাজুলৰ জানাজাত অংশ নলয় ৰাইজে, ৰাজহুৱা কবৰস্থানত নিদিয়ে স্থান

publisher by publisher
August 24, 2024
in Uncategorized
Reading Time: 3 mins read
0
Dhing Gangrape Incident Update: ধিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড তফাজ্জুল ইছলামৰ মৃত্যু
2
SHARES
15
VIEWS
ShareShareShareShare

Dhing Gangrape Incident Update:

ৰাজ্য কপাই যোৱা নগাঁৱৰ ধিঙৰ কিশোৰীক দলবদ্ধ ধৰ্ষণকাৰী তফাজ্জুল ইছলামৰ মৃত্যু ৷ শণিবাৰে পুৱতি নিশা আৰক্ষীয়ে তদন্তৰ বাবে ঘটনাস্থলীলৈ অনাৰ সময়ত আৰক্ষীৰ জিন্মাৰ পৰা হেণ্ডকাফসহ পলায়নৰ চেষ্টা কৰি সেই স্থানৰ এটা পুখুৰীত জাপ দিয়ে তফাজ্জুলে ৷ পিছত এছডিআৰএফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীত দুঘণ্টাজোৰা অভিযানৰ অন্তত উদ্ধাৰ কৰে তফাজ্জুলৰ নিথৰ দেহ ৷

ADVERTISEMENT

tafajul3আনহাতে ঘটনা সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সদৰি কৰা মতে,নিশা প্ৰায় ৩ মান বজাত কিশোৰী নিৰ্যাতনকাৰী তফাজ্জুলক লৈ আৰক্ষীয়ে তদন্তৰ বাবে ঘটনাস্থলীলৈ লৈ আনিছিল৷ কিন্তু হঠাতে তফাজ্জুলে আৰক্ষীৰ কবলৰ পলায়ন কৰিবলৈ ঘটনাস্থলীৰ এটা পুখুৰীত জাপ দিছিল।

RelatedPosts

Assam State Jamiat Ulama :অসমৰ সমূহ জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-শান্তি-সম্প্রীতি আৰু ভাতৃত্ববোধ অধিক মজবুত কৰিবলৈ আহ্বান জমিয়তৰ সভাপতি মুস্তাক আনফৰৰ

Himanta Biswa Sarma Speech : ধিং কাণ্ড আৰু শিৱসাগৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীক বিৰোধীৰ তীব্ৰ বাক্যবানৰ মাজতে বিধানসভাত গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Bangladeshi citizen arrested in Nagaon Dhing: বাংলাদেশত অগ্নিগৰ্ভা পৰিস্থিতি

উল্লেখ্য যে,বৃহস্পতিবাৰে ধিঙৰ ভকতগাঁও ৰাজহুৱা শ্মশানৰ সমীপত সন্ধিয়া এগৰাকীদশম শ্ৰেণীৰ ছাত্ৰী টিউচন কৰি ঘৰলৈ উভতাৰ পথত তিনি পাষণ্ডই মুখত সোপা দি দলবদ্ধ ধৰ্ষণ কৰি মুমুৰ্ষ অৱস্থাত পেলাই থৈ যায় ৷ তেনেকৈ পথৰ দাঁতিত নাবালিকা ছাত্ৰগৰাকী পৰি থাকিল প্ৰায় ১ ঘণ্টা সময়৷ পিছত পথচাৰীয়ে নাবালিকাগৰাকীক পথৰ দাঁতিত পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে এক হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত নাবালিকাগৰাকীক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ ধিং এফ আৰ ইউলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়।

আনহাতে এই জঘন্য ঘটনাই পিছতে ধিঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷নিশাই ধিং আছুৰ সহযোগত আৰু বজাৰৰ সমিতিৰ সহযোগত ধিং থানাত অৱস্থান কৰাৰ লগতে এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে।ইফালে এই প্ৰতিবাদ সাব্যস্তৰ মাজতে স্বতঃস্ফূৰ্তভাবে বন্ধ হৈ পৰে ধিং বজাৰৰ দোকান- পোহাৰ।

আনহাতে ধৰ্ষণকাৰী তিনি লম্পটক অভিযুক্তক কৰায়ত্ব নকৰা পৰ্যন্ত অনিদিষ্ট কালৰ বাবে ধিং বন্ধৰ আহ্বান জনোৱা হয় ৷ সেই অনুসৰি শুকুৰবাৰে পুৱাৰে পৰা ধিং বজাৰৰ দোকান- পোহাৰ বন্ধৰ মাজতে বিভিন্ন দল- সংগঠনৰ সহযোগত কে’বা সহস্ৰাধিক মহিলাই ৰাজপথত অৱস্থান কৰি হাতত প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদস্থলীত উপস্থিত হয় নগাঁও জিলা আছু,টাই আহোম ছাত্ৰ সন্থা,বীৰ লাচিত সেনাৰ নেতৃবৰ্গ ৷ শিৱসাগৰৰ পৰা ,বীৰ লাচিত সেনাৰ সাংগাঠনিক সম্পাদক শৃংখল চলিহা উপস্থিত হৈ ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবী কৰাৰ লগতে ধিঙৰ জীয়ৰী- বোৱাৰী আৰু নাবালিকা – কিশোৰী যুবতীৰ নিৰাপত্তা দাবী কৰে ৷

আনহাতে ঘটনাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি সদৰি কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শুকুৰবাৰেই আবেলি ধিঙত উপস্থিত হয় নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং৷

tafajul 3মন্ত্ৰী হাজৰিকা আৰু ডিজিপি গৰাকীয়ে এন এম জি এইছত চিকিৎসাধীন হৈ থকা পীড়িত গৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷ ৰাইজৰ উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে আৰক্ষীৰ জালত পৰিছিল ধৰ্ষণকাণ্ডৰ মুল অভিযুক্ত তফাজ্জুল ইছলামক ৷ তফাজ্জুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখাৰ সময়তে আজি পুৱতি নিশা পাষাণ তফাজ্জুলৰ মৃত্যু হয় ৷ বৰ্তমানেও আন দুই অভিযুক্ত গোলাপ উদ্দিন আৰু ফৰিদুল পলাতক অৱস্থাত আছে৷গোলাপ উদ্দিন পেছাত নাপিত আৰু ফৰিদুল পেছাত গাড়ী চালক

ইতিমধ্যে তফাজ্জুলৰ মৃতদেহ নগাঁও চিভিল হাস্পতালৰ মৰ্গত ৰখা হৈছে। আনহাতে আন দুই অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷

ইফালে আজিও ধিং আছুৰ উদ্যোগত উত্তাল প্ৰতিবাদ অব্যাহত আছে ৷ স্বতঃস্ফূৰ্তভাবে বন্ধ আছে ধিং বজাৰৰ দোকান- পোহাৰ ৷ প্ৰতিবাদীস্থলীত উপস্থিত আছিল অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰৰ সভাপতি পলাশ চাংমাই ,পৰিবহন আৰু মীন মন্ত্ৰী কেশৱ মহন্ত।

ইফালে ঘটনাক্ৰমে ধৰ্ষণকাণ্ডৰ মুল অভিযুক্ত তফাজ্জুলৰ গাঁওবাসীও এই কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে ৷ তেওঁ লোকৰ মন্তব্য অপৰাধীৰ বাবে কোনো স্থান নাই মুছলমান সমাজত’। আমাৰ সমাজত দোষীৰ স্থান নাই। যাৰবাবে ৰাইজৰ সমহীয়া সিদ্ধান্ত তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিলে সমাজে। তাফাজুলৰ জানাজাত অংশ নলয় ৰাইজে। ৰাজহুৱা কবৰস্থানত নিদিয়ে স্থান।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Death Of Main CulpritDhing Gangrape IncidentDhing PoliceTaffajul Islam
publisher

publisher

Related Posts

Panchayat Election Result Update:বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ , বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত
Uncategorized

May 12, 2025
নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d