Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

SC Ordered The Rapist Of Bilkis Bano to Return To Jail On Sunday:বিলকিছ বানোৰ ১১জন ধৰ্ষণকাৰীক দেওবাৰে জেললৈ উভতিবলৈ নির্দেশ ন্যায়ালয়ৰ

বিভিন্ন অজুহাত দর্শাই অধিক সময় বিচৰা আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

publisher by publisher
January 20, 2024
in Assam, India, News
Reading Time: 2 mins read
0
SC Ordered The Rapist Of Bilkis Bano to Return To Jail On Sunday:বিলকিছ বানোৰ ১১জন ধৰ্ষণকাৰীক দেওবাৰে জেললৈ উভতিবলৈ নির্দেশ ন্যায়ালয়ৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

SC ordered an investigation into alleged “fake encounter” cases in Assam:অসমত সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰৰ ভুৱা বুলি অভিহিত উচ্চতম ন্যায়ালয়ৰ

Counting of votes in Arunachal and Sikkim Assembly Polls on Sunday:দেওবাৰে উত্তৰ- পূৰ্বৰ দুই পাৰ্বত্য ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

Gujarat Bilkis Bano Case : দলবদ্ধ ধর্ষণ-হত্যাৰ ১১ অপৰাধীক শাস্তি ৰেহাই দি কাৰামুক্ত কৰাৰ ফাইল দেখুৱাবলৈ ইচ্ছুক নহয় কেন্দ্ৰ আৰু গুজৰাট চৰকাৰ ন্যায়ালয়ৰ শংকা!

SC Ordered The Rapist Of Bilkis Bano to Return To Jail On Sunday:

দেশ জোঁকাৰি যোৱা গুজৰাটৰ বিলকিছ বানো ধৰ্ষণকাণ্ডৰ দোষীসকলে অহা দেওবাৰে ভিতৰত আত্মসমর্পণ কৰিবলৈ চূড়ান্ত সময়সীমা নির্ধাৰণ কৰি দিলে দেশৰ উচ্চতম ন্যায়ালয়ে।

ADVERTISEMENT

বিলকিছ কাণ্ডৰ ১১ জন অপৰাধীয়ে কর্তৃপক্ষৰ ওচৰত আত্মসমর্পণৰ বাবে অধিক সময় বিচাৰিছিল যদিও এই আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।

ন্যায়াধীশ বি ভি নাগৰত্নৰ নেতৃত্বৰ বিচাৰপীঠে কয় যে আবেদনকাৰীসকলে আত্মসমর্পণ আৰু পুনৰ কাৰাগাৰলৈ উভতি যোৱাৰ পূৰ্বে অধিক সময় বিচাৰি কৰা আবেদনত দেখুওৱা কাৰণসমূহৰ ভিতৰত আছে পাৰিবাৰিক বিবাহ অনুষ্ঠান আৰু পিতৃ-মাতৃৰ দায়িত্ব পালনকে ধৰি খেতি চপোৱাৰ সময় আদি।

আদালতত এই কাৰণসমূহ গ্রহণযোগ্য নহয় বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে ১১ জনে অহা দেওবাৰ অৰ্থাৎ ২১ জানুৱাৰীৰ ভিতৰত কাৰাগাৰৰ বিষয়াৰ ওচৰত আত্মসমর্পণ কৰিব লাগিব।

বিলকিছ বানোক দলবদ্ধ ধর্ষণ আৰু পৰিয়ালৰ সদস্যক হত্যা কৰা এই অপৰাধীকেইজনক ২০২২ৰ স্বাধীনতা দিৱসৰ দিনা ইতিমধ্যে অচল হৈ পৰা এক আইন ব্যৱহাৰ কৰি গুজৰাট চৰকাৰে মুকলি কৰি দিছিল। গুজৰাটত গোধৰা কাণ্ডৰ পাছত সৃষ্টি হোৱা সাম্প্রদায়িক সংঘৰ্ষৰ সময়ত বিলকিছ কাণ্ড সংঘটিত হৈছিল।

গুজৰাট চৰকাৰে অপৰাধীকেইজনক ৰেহাই দিয়াৰ বিৰুদ্ধে বানো আৰু নাগৰিক সমাজৰ বিভিন্ন সক্রিয় কর্মীয়ে উচ্চতম ন্যায়ালয়ত তেওঁলোকৰ মুক্তিৰ প্ৰত্যাহ্বান জনাই আবেদন কৰে। কে’বামাহ শুনানিৰ পাছত উচ্চতম ন্যায়ালয়ে ২০২২ৰ গুজৰাট আদালতৰ ৰায় বাতিল কৰে আৰু ১১জন দোষীক পুনৰ কাৰাবন্দী হ’ব লাগিব বুলি নির্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই কথা কয় যে অপৰাধীকেইজনক ৰেহাইৰ নিৰ্দেশ জালিয়াতিৰ আশ্ৰয় লৈ প্ৰদান কৰা হৈছিল। এই ৰেহাইৰ পুনৰীক্ষণ আবেদন দাখিল নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰকো ককৰ্থনা কৰে। সর্বোচ্চ ন্যায়ালয়ে কয় যে যিহেতু বিলকিছ বানো কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া মহাৰাষ্ট্ৰত সম্পন্ন হৈছিল সেয়েহে কেৱল মহাৰাষ্ট্ৰ চৰকাৰে দোষীসকলক বেহাইৰ বিষয়টো বিবেচনা কৰাৰ এক্তিয়াৰ আছে।

গুজৰাট চৰকাৰে এক্তিয়াৰ বহির্ভূতভাৱে নির্দেশ দিয়াৰ বিষয়টো লৈ উচ্চ ন্যায়ালয়ে আঙুলিয়াই দিয়ে। মন কৰিবলগীয়া যে গুজৰাট চৰকাৰে এখন পেনেলৰ স’তে আলোচনা কৰাৰ অন্তত দোষীসকলক ৰেহাই দিছিল। এই পেনেলত শাসকীয় বিজেপিৰ স’তে সম্পর্কিত লোকো আছে।

পেনেলে ঘোষণা কৰিছিল যে ১১ জন দোষীয়ে সংস্কাৰী ব্রাহ্মণ তেওঁলোকক সুআচৰণৰ বাবে মুক্তি দিয়াৰ যুক্তিও দর্শোৱা হৈছিল। মাত্র এয়ে নহয় ঠায়ে ঠায়ে তেওঁলোকক বিপুল আদৰণি জনোৱা হৈছিল। স্থানীয় বিজেপিৰ সাংসদ আৰু বিধায়কৰ স’তে একেখন মঞ্চত বহুওৱা হৈছিল এইসকলক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bilkis Bano CaseOn SundayRapist Return To JailSC Ordered
publisher

publisher

Related Posts

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান
India

October 12, 2026
‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d