Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ghograpar Barmbai Barpukhuri: ঘগ্ৰাপাৰৰ ইতিহাস প্রসিদ্ধ বৰম্বৈ বৰপুখুৰী আজিও অৱহেলিত

পর্যটনস্থলী হিচাপে গঢ়ি তোলাৰ আহ্বান সচেতন মহলৰ

publisher by publisher
August 26, 2024
in Uncategorized
Reading Time: 2 mins read
0
Ghograpar Barmbai Barpukhuri: ঘগ্ৰাপাৰৰ ইতিহাস প্রসিদ্ধ বৰম্বৈ বৰপুখুৰী আজিও অৱহেলিত
2
SHARES
15
VIEWS
ShareShareShareShare

Ghograpar Barmbai Barpukhuri: ঘগ্ৰাপাৰৰ ইতিহাস প্রসিদ্ধ বৰম্বৈ বৰপুখুৰী আজিও অৱহেলিত

পর্যটনস্থলী হিচাপে গঢ়ি তোলাৰ আহ্বান সচেতন মহলৰ

ADVERTISEMENT

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্রৰ অন্তৰ্গত বৰজাৱৰিহাটী গাঁৱত থকা ইতিহাস প্রসিদ্ধ বজাদিনীয়া বৰম্বৈ বৰপুখুৰীটো চৰকাৰী এটা বৃহৎ সম্পত্তি। এই পুখুৰীটো ১৪০ বিঘা মাটিকালিৰে আবৃত। পুখুৰীটোত নানা প্রজাতিৰ দেশী-বিদেশী চৰাই-হাঁহ থাকে। তদুপৰি সময়ে সময়ে নানা প্রজাতিৰ ৰং-বিৰঙৰ হাঁহ, চৰাই আদিৰ সুললিত কণ্ঠস্বৰ তথা জলকেলিৰ মাদকতাই বনভোজ খাবলৈ অহা বনভোজৰ দলসমূহক আপোন পাহৰা কৰি তোলে।

RelatedPosts

Govt. School Land Encroachment in Ghograpar:ঘগ্ৰাপাৰৰ ছটো আল্লিয়াত চৰকাৰী বিদ্যালয়ৰ ভূমিত ৯ খনকৈ অবৈধ দোকান স্থাপনক লৈ ক্ষোভিত ৰাইজ

পহিলা জানুৱাৰীৰ পৰা মাঘৰ বিহু পর্যন্ত বিভিন্ন প্রান্তৰ পৰা বনভোজৰ দলসমূহ পুখুৰীলৈ প্ৰতি বছৰে বনভোজ খাবলৈ আহে। উল্লেখ্য যে বর্তমানে প্রতি বছৰে চৰকাৰীভাৱে ডাক বিক্রী কবি এই পুখুৰীটোৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰি আহিছে। পুখুৰীটোৰ পৰা সংগ্ৰহ কৰি অহা ধনৰ তুলনাত পুখুৰীটো যি ধৰণে উন্নয়ন কৰিব লাগিছিল তেনে ধৰণে কৰা নাই বুলি স্থানীয়ই অভিযোগ কৰিছে। পুখুৰীটোৰ চাৰিওটা পাৰ অতি আহল-বহল যদিও দক্ষিণ দিশৰ পাৰটো কিছু পৰিমাণে চাপৰ।

উল্লেখ্য যে অসমৰ তদানীন্তন মুখ্যমন্ত্রী প্রয়াত বিমলা প্রসাদ চলিহাই সেই মসয়ত ২০ হেজাৰ টকাৰ অনুদান আগবঢ়াইছিল। সেই ধনৰে পুখুৰীটোৰ দক্ষিণ দিশৰ পাৰটো সামান্য পৰিমাণে ওখ কৰা হৈছিল। সেই তেতিয়াৰে পৰা আজি পর্যন্ত পুখুৰীটোৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ কোনো পদক্ষেপ গ্রহণ কৰা নাই বুলি স্থানীয়ই জানিবলৈ দিয়ে।

স্মর্তব্য যে উক্ত ৰজাদিনীয়া বৃহদকাৰৰ বৰম্বৈ বৰপুখুৰীটো পূৰ্বৰে পৰা ৰাইজে ৰাজহুৱাকৈ মাছ মাৰিছিল। বৰভাগ-বনভাগৰ ৰাইজে মাঘৰ বিহুৰ উৰুকাৰ দিনা মাছ মৰাটো এটা প্রথা হিচাপে চলি আহিছিল। ১৯৬৯ৰ অক্টোবৰত দতৰা গাঁও পঞ্চায়তৰ উদ্যোগত নাৰপাৰা বজাৰ চ’কত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল।

সেই সময়ৰ দতৰা গাঁও পঞ্চায়তৰ সভাপতি প্রয়াত ৰমেশ চন্দ্র পাটোৱাৰী আৰু বৰজাৱৰিহাটী গাঁৱৰ পঞ্চায়ত সদস্য ফৰমুদ আলী (বর্তমান অৱসৰপ্ৰাপ্ত গাঁওবুঢ়া) ৰ বিশেষ তৎপৰতাত অনুষ্ঠিত তথা যথেষ্টসংখ্যক লোক উপস্থিত হোৱা ৰাজহুৱা সভাখনত তদানীন্তন স্থানীয় বিধায়ক প্রয়াত গৌৰীশংকৰ ভট্টাচার্যই অংশগ্ৰহণ কৰে।

উক্ত ৰাজহুৱা সভাত তাকৰীয়া সংখ্যকে বিৰোধ কৰাৰ বিপৰীতে বৰজাৱৰিহাটী গাঁওবাসীৰ লগতে অধিক সংখ্যকে বৰম্বৈ বৰপুখুৰীটো চৰকাৰীকৰণ কৰাৰ পোষকতা কৰে। সেই মর্মে পুখুৰীটোৰ পৰা সংগ্ৰহ হোৱা ধনৰ চাৰিভাগৰ এভাগ বৰজাৱৰিহাটী গাঁৱৰ উন্নয়নৰ নামত খৰচ কৰাৰ অলিখিত প্রতিশ্রুতিৰে পুখুৰীটো সিদিনাৰ পৰাই চৰকাৰীভাৱে ডাকত দিয়াৰ ব্যৱস্থা গ্রহণ কৰে। আৰু প্ৰতি বছৰে মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজহুৱাভাৱে মাছ মৰা প্ৰথাটো বন্ধ হৈ পৰাৰ বিপৰীতে বৃহৎ সম্পত্তিটোৰ পৰা চৰকাৰী ৰাজহ সংগ্ৰহৰ উৎস এটাৰ সৃষ্টি হয়।

এনেদৰে আজি পর্যন্ত পুখুৰীটোৰ পৰা মোটা অংকৰ ৰাজহ চৰকাৰী ভড়ালত সোমাই আহিছে। ইপিনে ৰজা আৰিমত্তই খন্দা বুলি প্রবাদ থকা বৃহদকাৰৰ ইতিহাস প্রসিদ্ধ বৰম্বৈ বৰপুখুৰীটোৰ চাৰিওটা পাৰ অতি আহল-বহল।

এই পাৰ চাৰিটাত পাৰ্কৰ লেখীয়াকৈ সুন্দৰকৈ সজাব পৰা যায়। পুখুৰীটোৰ পানী ভাগত যথেষ্ট সংখ্যক খেল নাও আদি দিয়াৰ ব্যৱস্থাকৰিব পাৰি। তদুপৰি পুখুৰীটোৰ দক্ষিণ দিশৰ পাৰৰ কাষৰ পৰা ২৫ বিঘা চৰকাৰী মাটি আছে যদিও কে’বাগৰাকী লোকে কৃষি কার্য কৰি আছে। আজিৰ পৰা ছয়-সাত বছৰমান পূর্বে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ এগৰাকী চক্র বিষয়াইস্থানীয় গাঁওবুঢ়া, মণ্ডল আনকি ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়াসহ এটা আৰক্ষীৰ দল লগত ৰাখি উক্ত মাটিখিনি জোখ-মাখ কৰি খুঁটি আদি মাৰিছিল যদিও উপৰৱালা বিষয়াৰ ফোন কলত সেয়াও সিমানতে বন্ধ হৈ থাকিল বুলি জানিব পৰা গৈছে।

যি নহওক উক্ত ৰজাদিনীয়া বৰম্বৈ বৰপুখুৰীটো উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰি পৰ্যটনস্থলীলৈ উন্নীতকৰাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজ, স্থানীয় দল-সংগঠনৰ লগতে বৰজাৱৰিহাটী গাঁওবাসীয়েও আহ্বান জনাইছে বিভাগীয় পক্ষক। আনহাতে, পুখুৰীলৈ যাতায়াত কৰা বৰজাৱৰিহাটী গাঁৱৰ পথটো নিৰ্মাণ কৰি থকাৰ লগতে পথটোৰ ঘগ্রাজানৰ ওপৰত দলংখনো নির্মাণ কৰি আছে। পথটো নিৰ্মাণ কৰাৰ লগতে দলংখন সম্পূর্ণ হৈ উঠিলে পুখুৰীটোলৈ যাতায়াত সুচল হৈ উঠিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Barmbai BarpukhuriNalbari GhograparNeglectedTourism Spot
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d