Horoscope:ৰাশিফল
মেষ: কর্মত উন্নতি। ব্যৱসায়ত বাধ্যতা। ব্যয় বৃদ্ধি। পূব দিশত ভ্রমণ নকৰিব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২।
বৃষঃ কর্ম সংস্থাপন যুগ। পাৰিলে শনি মন্দিৰ দৰ্শন কৰিব শুভ হ’ব। আকোৰগোজ মনোভাৱৰ পৰা ক্ষতি। বিদ্যাত উন্নতি। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫।
মিথুন: জ্ঞানী বা সৎ লোকৰ সান্নিধ্য লাভ কৰিব। বিদ্যাত মধ্যম। ভ্রমণত সাৱধান। শুভ ৰং মুগা, শুভ সংখ্যা ২।
কর্কট: কার্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব। মূল্যবান সম্পদ লাভ। ব্যয় বৃদ্ধি। পূব দিশ ভ্রমণ কৰিব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।
সিংহ: সন্মান বৃদ্ধি। বন্ধুবৰ্গৰ পৰা উৎসাহিত হ’ব। শুভ কাম সম্পন্ন কৰিব পাৰিব। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।
কন্যা: ব্যৱসায়ত উন্নতি। জমা ধন খৰচ হ’ব পাৰে। ভ্ৰমণত শুভ। শৰীৰৰ যত্ন লওক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।
তুলা: মূল্যবান সম্পদ লাভ। ব্যয় বৃদ্ধি। আনৰ প্ৰতি উদাৰতা নহ’ব। কার্যক্ষেত্রত মধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা ৪।
বৃশ্চিক: মানসিক শান্তি। সন্মান বৃদ্ধি। গোপন শত্রু বৃদ্ধি। কৰ্মক্ষেত্ৰত উন্নতি। খৰচ বৃদ্ধি। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৮।
ধনু: ভ্রমণত কষ্ট। কর্মসংস্থাপনৰ যুগ। অর্থ নাশ। প্রেমত কষ্ট। শাৰীৰিক সংঘাতৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং চকলেট। শুভ সংখ্যা ২।
মকৰ : সামাজিক নিষ্ঠা আৰু দৃঢ়তা বৃদ্ধি। ধৈৰ্যৰ প্ৰয়োজন। কর্মস্থানত উন্নতি। সন্তানক লৈ চিন্তা বৃদ্ধি। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
কুম্ভ: কর্মযোগ্যতা বৃদ্ধি। ভ্ৰমণৰ যুগ। আয়তকৈ ব্যয় বৃদ্ধি। অর্থ নাশ। শুভ ৰং মাখন, শুভ সংখ্যা ৩।
মীন: পৰিশ্ৰমৰ মৰ্যাদা পাব। ভ্রমণত চিন্তা বৃদ্ধি। আনৰ দুষ্ট লোকৰ পৰা সাৱধান হওক। শুভ ৰং মাখন, শুভ সংখ্যা ৬।