Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

State Bjp Pressmeet In Guwahati:অসম আন্দোলনৰ বিৰোধ কৰিবলৈ হিতেশ্বৰ শইকীয়াই প্রতিষ্ঠা কৰিছিল আমছু :ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ

publisher by publisher
August 28, 2024
in Uncategorized
Reading Time: 3 mins read
0
State Bjp Pressmeet In Guwahati:অসম আন্দোলনৰ বিৰোধ কৰিবলৈ হিতেশ্বৰ শইকীয়াই প্রতিষ্ঠা কৰিছিল আমছু :ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ
2
SHARES
23
VIEWS
ShareShareShareShare

State Bjp Pressmeet In Guwahati:

ভাৰতীয় জনতা পার্টিৰ নেতৃত্বত দিল্লী আৰু দিছপুৰত এক শক্তিশালী চৰকাৰ গঠন হোৱাৰ পিছত অসমকে ধৰি দেশৰ আন কোনো অংশতেই সাম্প্রদায়িক সংঘর্ষ হ’বলৈ দিয়া নাই। কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহে দেশত অস্থিৰতা বিয়পাবলৈ চলোৱা সকলো প্রচেষ্টা ব্যর্থ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত এক সুস্থ আৰু সবল সামাজিক সদভাৱৰ পৰিৱেশ বৰ্তাই ৰখাত সফল হৈছে। চৰকাৰৰ এনে পদক্ষেপে বিৰোধী দলসমূহক নিকৃষ্ট ৰাজনীতি কৰাৰ কোনোধৰণৰ সুযোগ দিয়া নাই।

ADVERTISEMENT

ফলত কংগ্ৰেছকে ধৰি বিৰোধী দল সমূহৰ সকলো নেতা-কর্মী হতাশাত ভোগা পৰিলক্ষিত হৈছে। আমি সকলোৱোই জানো যে গোষ্ঠী সংঘর্ষ, নৃগোষ্ঠীগত নির্মূলীকৰণ, সাম্প্রদায়িক সংঘৰ্ষ আৰু তোষামোদৰ ৰাজনীতিৰ জৰিয়তে সমাজত ভেদ ভাব বিয়পাই অৰাজকতাৰ সৃষ্টি কৰি ক্ষমতাত বর্তি থকাই কংগ্ৰেছ দলৰ ৰাজনৈতিক মতাদর্শ। কিন্তু ২০১৪ চনৰ পিছত একাদিক্রমে তিনিটাকৈ লোকসভা নির্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পিছত দিকবিদিক্ হেৰুৱাই কংগ্ৰেছ দলে আমাৰ পুৰাতন সমাজ ব্যৱস্থাটোকে থান-বান কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে” এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

বুধবাৰে দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী‘ ভৱনত এক সংবাদ মেল সম্বোধন কৰি মুখপাত্র গৰাকীয়ে কয় যে স্বাধীনোত্তৰ অসমত কংগ্ৰেছ দলে আৰম্ভণিৰে পৰা পৰিকল্পিতভাৱে অসম আৰু অসমীয়াৰ স্বাভিমান আৰু গৰিমা বিনষ্ট কৰাৰ বাবে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ কথা ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই ভৰি আছে। ভাষা আন্দোলন, মাধ্যম আন্দোলন, অসম আন্দোলন তথা বিভিন্ন জনজাতীয় আন্দোলন সমূহ আলাপ আলোচনাৰে মীমাংসা কৰাৰ পৰিৱৰ্তে দমন-নির্যাতনৰ নীতিৰে কংগ্ৰেছ দলে খিলঞ্জীয়া থলুৱা ভূমিপুত্ৰৰ ওপৰত অৰ্বণীয় নির্যাতন নমাই আনি বাংলাদেশী মিঞা মুছলমানক অসমৰ ভূমি বেদখল কৰাৰ সুবিধা কৰি দিছিল। কংগ্ৰেছৰ আমোলতেই অসমৰ বনাঞ্চল, সত্ৰ-দেৱালয় আদিৰ ভূমি, ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি, জনজাতীয় বেল্ট আৰু ব্লক, অনুসূচীত জনজাতি সকলৰ কৰ্মস্থল হিচাপে পৰিচিত বিভিন্ন বিল, জলাশয় আদি সকলোতে মিঞা মুছলমানৰ আগ্রাসন কংগ্ৰেছ আমোলত সম্ভৱ হৈছিল।

ইয়াৰ মূল কাৰণ আছিল কংগ্রেছ নেতৃত্বই বিশেষকৈ প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ শাসনকালত মিঞা মুছলমানে অসমৰ ভূমিত আটাইতকৈ বেছি বেদখল কৰিছিল বুলি শর্মাই কয়।

শৰ্মাই লগতে কয় যে উদাহৰণ হিচাপে আমি অসম আন্দোলনৰ পিছত ১৯৯১ চনত গঠন হোৱা হিতেশ্বৰ শইকীয়াৰ চৰকাৰ আৰু শেহতীয়াকৈ তৰুণ গগৈৰ চৰকাৰৰ সময়ত অসমৰ জনজাতীয় বেল্ট ব্লক সমূহত সর্বাধিক মিঞা মুছলমানৰ অনুপ্ৰৱেশ হোৱাৰ কথা আমি সকলোৱে জানোঁ। এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৯৯১ চনৰ পিছত গোৱালপাৰা, বিলাসীপাৰা, গৌৰীপুৰ, গোসাঁইগাওঁ, বিজনী, সৰভোগ, কোকৰাঝাৰ, মুছলপুৰ, কলাইগাঁও, মাজবাট আদি অঞ্চলৰ বহু কেইখন গাঁৱৰ পৰা জনজাতীয় লোকক তদানীন্তন চৰকাৰ সমূহৰ পৃষ্ঠপোষকতাত পৰিকল্পিতভাৱে বিতাড়িত কৰা হৈছিল।

এনে বিতড়নৰ খবৰ মাজে-সময়ে সংবাদ মাধ্যমে পৰিৱেশনো নকৰা নহয়। গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এটি অঞ্চলৰ নাম হ’ল লথিমা। ৰাভা আৰু গাৰো লোকৰ বসতি থকা এই বৃহত্তৰ লখিমা অঞ্চলৰ পৰা তৰুণ গগৈৰ শাসনকালত জনজাতীয় লোকসকলক খেদি মিঞা মুছলমানে তেওঁলোকৰ মাটি-বাৰী, সা-সম্পত্তি দখল কৰি লৈছিল। সেই অঞ্চলৰ কোনো ভূমিপুত্ৰই আজিও নিজৰ পৈত্রিক স্থানলৈ উভতি অহাৰ সাহস নকৰে। লক্ষীপুৰ ৰাজহ চক্ৰৰ দহ খনতকৈও অধিক গাৰো জনজাতিৰ গাঁও তৰুণ গগৈৰ সময়ত মিঞা আগ্রাসনৰ কৱলত পৰিছিল। কিন্তু কংগ্ৰেছৰ তথাকথিত শক্তিশালী মুখ্যমন্ত্রীজনে খিলঞ্জীয়া ভূমিপুত্রক কোনোধৰণৰ সুৰক্ষা দিয়াৰ চিন্তাই নকৰিলে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্রই অভিযোগ কৰে।

ঠিক একেদৰে ২০১২ ত অবিভক্ত দৰং জিলাৰ বহু অঞ্চল মিঞা মুছলমানৰ আগ্রাসনৰ কৱলত পৰিছিল। নাহৰঝাৰ, মূৰাকাটি, মৰাবেগাপাৰা, পানবাৰী, চেৰপুৰ, কদমতলা, ঝাৰগাঁও, চালনীকুচি-অভয়পুখুৰী, লাইলাং আদিকে ধৰি বড়ো আৰু ৰাভা লোকৰ পিতৃ পুৰুষৰ ভূমি মিঞা আগ্রাসনকাৰীয়ে দখল কৰি লৈছিল কিন্তু তৰুণ গগৈৰ চৰকাৰে নিৰৱতাকে নীতি কৰি মিঞা আগ্রাসনকাৰীক পৰোক্ষভাৱে উদগনি দিয়াহে দেখা গৈছিল।

এয়া উদাহৰণ মাত্র, এনে অজস্ৰ উদাহৰণেৰে ভৰি আছে থলুৱা ভূমিপুত্ৰৰ কৰুণ ইতিহাস। এয়াই কংগ্ৰেছৰ চৰিত্ৰ। ক্ষমতাৰ পৰা জনসাধাৰণে বিতাড়িত কৰাৰ পিছতে ৰাজনৈতিকভাৱে হাবাথুৰি খোৱা কংগ্ৰেছ দলে শেহতীয়াভাবে নিজকে জাতীয়তাবাদী সজাবলৈও অপচেষ্টা চলোৱা দেখা গৈছে। কিন্তু কংগ্ৰেছৰ এনে অপচেষ্টাও বিশেষ কামত অহা পৰিলক্ষিত হোৱা নাই।

কিয়নো মুখত খিলঞ্জীয়াৰ কথা কলেও কংগ্ৰেছৰ মূল নীতিয়েই হ’ল মিঞাৰ তোষামোদ আৰু খিলঞ্জীয়াৰ বিৰোধ। বিধানসভাৰ বিৰোধী দলপতি
দেৱব্ৰত শইকীয়াৰ শেহতীয়া বক্তব্য ইয়াৰ জলন্ত উদাহৰণ। উজনি অসমত মিঞাৰ আগ্রাসনক সমর্থন কৰিবলৈ গৈ বিৰোধী দলপতিয়ে অসমৰ ২৭ টা জাতীয় সংগঠনৰ সিদ্ধান্তকো বিৰোধ কৰা আমি দেখিবলৈ পাইছো। অৱশ্যে মিঞাৰ আগ্রাসনক সমর্থন কৰাটো কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ নীতি আৰু বাধ্যতা দুয়োটাই বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র শর্মাই মতপোষণ কৰে।

উল্লেখযোগ্য যে সদ্যসমাপ্ত লোকসভা নির্বাচনত দেশবাসীয়ে নৰেন্দ্ৰ মোদীক তৃতীয়, বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে নির্বাচিত কৰাত কংগ্ৰেছকে ধৰি সমগ্ৰ বিৰোধী পক্ষ হতাশাত আক্রান্ত হৈছে ৷সেয়েহে অসমকে ধৰি দেশৰ বিভিন্ন প্রান্তত কংগ্রেছে সাম্প্রদায়িক উচতনি দি বিভাজনৰ বিষবাষ্প বিয়পোৱাৰ বাবে প্রয়াস চলোৱা বুলিও ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে অভিযোগ কৰে। মাত্র তিনিজন সাংসদ বিজয় হোৱাটোকে বিশাল
বিজয় বুলি অপপ্ৰচাৰ চলাই মিঞা মুছলমানক খিলঞ্জীয়া ভূমিপুত্ৰৰ বিৰুদ্ধে কংগ্ৰেছ দলে উচতনি দিয়াও দেখা গৈছে।

ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ মতে দেৱব্ৰত শইকীয়া, অখিল গগৈ, লুৰীণজ্যোতি গগৈ আদিৰ বক্তব্য আৰু নগাঁৱৰ মাছ বেপাৰীৰ অৰ্থনৈতিক অৱৰোধৰ ভাবুকি আদি সকলো কথাৰে সুৰ একেটাই। এওলোকে মিলিজুলি
খিলঞ্জীয়াৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। কিন্তু ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দিছপুৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ থকালৈকে মিঞাৰ কোনো শক্তিয়ে খিলঞ্জীয়া ভূমিপুত্ৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব নোৱাৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্রই স্পষ্ট ভাষাত কয়।

সংবাদমেলত শমাই জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক কংগ্ৰেছৰ হাতৰ পুতলা বুলি বর্ণনা কৰে। শৰ্মাৰ মতে লুৰীণজ্যোতিয়ে কংগ্ৰেছ নেতাই লিখি দিয়া শ্রুতলিপি সংবাদ মাধ্যমৰ আগত পাঠ কৰি অসমৰ সমাজ জীৱনকে লজ্জানত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা ৰাজনীতিলৈ অহা লুৰীণজ্যোতি গগৈয়ে নিজৰ নিজস্বতা বিসর্জন দি কংগ্ৰেছৰ শ্রুতলিপি পাঠ কৰিবলৈ আৰম্ভ কৰাটো সঁচাকৈ দুর্ভাগ্যজনক বুলিও বর্ণনা কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই।

উল্লেখযোগ্য যে আজি সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্র পংকজ বৰবৰা, ঋতুবৰণ শৰ্মা আৰু সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Sporkperson Ranjib Kr. SarmaGuwahatiState Bjp Pressmeet
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d