Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Bjp Press Release:লোকসভা ৰণলৈ সাজু ভাৰতীয় জনতা পার্টি

ৰাজ্যৰ বিভিন্ন প্রান্তত অনুষ্ঠিত গণ সমাবেশ-কার্যকর্তা সম্মিলন, সকলো মন্ত্রীকেই গণ সমাবেশৰ গুৰু দায়িত্ব মুখ্যমন্ত্ৰীৰ

publisher by publisher
November 27, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Assam Bjp Press Release:লোকসভা ৰণলৈ সাজু ভাৰতীয় জনতা পার্টি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

Assam Bjp Press Release:

ভাৰতীয় জনতা পার্টি, অসম প্রদেশে সমাগত লোকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে অসমৰ প্রতিটো প্রান্তত দলব যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি সাংগঠনিক শক্তি সক্রিয়তা বৃদ্ধি কৰি তুলিছে।

ADVERTISEMENT

এই উপলক্ষে বি টি আৰ, উজনি অসমকে ধৰি ৰাজ্যখনৰ কেইবাটাও বিধানসভা সমষ্টিত কার্যকর্তা সম্মিলন, গণ সমাবেশ অনুষ্ঠিত কৰি ভাৰতীয় জনতা পার্টিত ব্যাপক হাৰত বিভিন্ন বাজনৈতিক দলৰ নেতা-নেত্রীক যোগদান কৰাৰ পর্ব বিজেপিয়ে ইতিমধ্যে অব্যাহত ৰাখিছে।

যোৱা কেইটা দিনত মন্ত্রী অশোক সিংহালে ডুমডুমা, ঢেকিয়াজুলী, তেজপুৰ, বৰপেটা, কোকৰাঝাৰত, জয়ন্ত মল্ল বৰুৱাই কোকৰাঝাৰ আৰু নলবাৰীত, পিযূষ হাজৰিকাই ভেৰগাঁও, কোকৰাঝাৰ, মাহমৰা, সোণাৰি, নাজিৰা, থাওৰাত, ৰণজিৎ কুমাৰ দাসে বাক্সাত, অজন্তা নেওগে গোৰেশ্বৰ আৰু তামুলপুৰ সমষ্টিত, ডা:ৰণোজ পেগুৱে কোকবাঝাৰত অনুষ্ঠিত কেইবাখনো কার্যকর্তা সম্মিলন আৰু গণ সমাবেশত অংশগ্রহণ কৰি দলীয় কার্যকর্তা সকলৰ মনোবল বৃদ্ধি কৰিছে।

দলৰ মুখ্য কার্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিত এই তথ্য সদৰী কৰি দলব মুখপাত্র ৰূপম গোস্বামীয়ে কয় যে অনুষ্ঠিত হৈ যোৱা প্রতিখন সভাতে জনতাৰ মাজত দলটোৰ প্রতি গ্রহণযোগ্যতা পূর্বতকৈ অভূতপূর্বভাবে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

যাৰ পৰিপ্ৰেক্ষিতত কার্যকর্তাসকল অতিকৈ উৎসাহী আৰু সক্রিয় হোবা পৰিলক্ষিত হৈছে। বিবৃতিটোত কোৱা হয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত সমগ্র দেশৰ জনসাধাৰণে সবংগীন বিকাশ হৈছে ডাবল ইঞ্জিনৰ চৰকাৰৰ প্রভাৱত অসমত কল্যাণকামী আঁচনি সমূহে সমাজৰ শেষ ব্যক্তিজনকো স্পর্শ কৰিবল সক্ষম হৈছে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ কর্মৰাজিয়ে অসমৰ প্রতিটো প্রান্তৰ লোকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। এনে পৰিপ্ৰেক্ষিতত সমাগত লোকসভা নির্বাচনত জনতাৰ সমৰ্থন বিজেপিৰ পক্ষত থাকিব সেয়া নিশ্চিত।

তৃণমূল পর্যায়ত ভাৰতীয় জনতা পাটিৰ শক্তিশালী কৰাৰ লক্ষ্যৰে টি টিএ ডি অঞ্চলৰ৪০ টা পৰিষদীয় সমষ্টিত ৪০ জন দায়িত্বপ্রাপ্ত নেতাই বুথে বুথে গৈ দলীয় কামকাজ সম্পাদনা কৰিছে। ইয়াৰ উপৰিও লোকসভা সমষ্টি সমূহত প্রবাস আৰম্ভ কৰিছে।

আনহাতে অসম চৰকাৰৰ মন্ত্রী বিমল বৰাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পর্বতঝেৰাত এখন বিশাল গণ সমাবেশত অংশগ্রহণ কৰি দলীয় কৰ্মকৰ্তা সকলক সম্বোধন কৰে।

কেইবা সহস্রাধিক লোকৰ উপস্থিতিত আয়োজিত হৈ যোৱা উক্ত সভাত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, প্রাক্তন বিধায়ক বনেন্দ্র মুছাহাৰী, কোকৰাঝাৰ জিলাৰ সভানেত্রী কবিতা বসুমতাৰী, অবিচি কর্ণবেশ্যনৰ উপ সভাপতি বিশ্বজিত ৰায়, জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা, নিলেশ্বৰ ৰায়, জয়ন্ত সিংহকে প্রমুখ্যে কৰি বহুকেইজন নেতা- নেত্রী উপস্থিত থাকে।

পর্বতঝেৰা সমষ্টিৰ এই বিশাল জনসমাবেশৰ পিছত অসম চৰকাৰৰ উদ্যোগ মন্ত্রী বিমল বৰাই বাওখাংগুৰি বিধানসভা সমষ্টিৰ এখন বিশাল গণসমাবেশত অংশগ্রহণ কৰিব।

উক্ত সমাবেশত বি পি এফ, কংগ্রেছকে ধৰি কেইবাটাও দলৰ বহুকেইজন নেতা-নেত্রীয়ে ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাবে যোগদান কৰিব।

একেদৰে আন এগৰাকী মন্ত্রী পীযূষ হাজৰিকাই নবগঠিত সমষ্টিত টংলাত অনুষ্ঠিত হৈ যোৱা বিশাল গণ সমাবেশত অংশগ্রহণ কৰে। উক্ত সভাত সাংসদ দিলীপ শইকীয়া, বিধায়ক জিতু গোস্বামী, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শাস্তিয়াজ কুজুৰ, মুখপাত্র ৰূপম গোস্বামী, জিলা সভাপতি সুনীল বসুমতাৰীকে আদি কৰি কেইবাজনো দলীয় নেতা উপস্থিত থাকে।

অনহাতে অহা মণ্ডলবাৰে মন্ত্রী ডা:ৰণোজ পেগুৰ উপস্থিতিত মাজবাটত আৰু এখন বিশাল জনসমাবেশ অনুষ্ঠিত হ’ব বুলি মুখপাত্র গৰাকীয়ে প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰী কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Pradesh BjpPress releaseSporksperson Rupam Goswami
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d