Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Open Conflict between the BJP and the UPPL ahead of the BTR elections:বিটিআৰৰ নিৰ্বাচনৰ পূৰ্বে মিত্ৰদল বিজেপি-ইউপিপিএলৰ মুকলি সংঘাত

বিজেপিৰ কাৰ্যবাহী সদস্যক বখাস্ত প্রমোদ বড়োৰ, এসপ্তাহ পূবে বিজেপিৰ দলীয় সভাত বড়োক সমালোচনা ৰেও ৰেওৱা নাৰ্জাৰীৰ

publisher by publisher
August 29, 2024
in Uncategorized
Reading Time: 2 mins read
0
Open Conflict between the BJP and the UPPL ahead of the BTR elections:বিটিআৰৰ নিৰ্বাচনৰ পূৰ্বে মিত্ৰদল বিজেপি-ইউপিপিএলৰ মুকলি সংঘাত
2
SHARES
19
VIEWS
ShareShareShareShare

Open Conflict between the BJP and the UPPL ahead of the BTR Elections:

দিছপুৰত মিত্ৰতাৰে চৰকাৰ চলালেও বিজেপি আৰু ইউপিপিএলৰ মাজত ক্রমে দূৰত্ব বৃদ্ধি হৈছে। বিশেষকৈ বিটিআৰৰ আগন্তুক নিৰ্বাচনত ইউপিপিএলক প্রত্যাহ্বান জনাই বিজেপিয়ে এককভাৱে নির্বাচন খেলাৰ ঘোষণা কৰাৰে
পৰা দুই দলৰ মাজত দূৰত্ব প্রকট হয়।

ADVERTISEMENT

ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ তথা ইউপিপিএলৰ মুৰব্বী প্রমোদ বড়োৰ মাজতো শীতল যুঁজ চলাটো কে’বাটাও পৰিঘটনাই স্পষ্ট কৰিছে। বিশেষকৈ ড° শৰ্মাক উপেক্ষা কৰি প্রমোদ বড়োৱে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বক দিল্লীত কে’বাবাৰো সাক্ষাৎ কৰা বিষয়টো ইয়াৰ ভিতৰত অন্যতম।

RelatedPosts

No Content Available

এনে ঘটনা-পৰিঘটনাৰ মাজতে বিটিআৰ পৰিষদতো আৰম্ভ হৈছে বিজেপি-ইউপিপিএলৰ মাজত মুকলি সংঘাত। এনে সংঘাতক শেহতীয়াকৈ আনুষ্ঠানিক ৰূপ দিয়ে বিজেপিৰ বিটিআৰৰ এজন জ্যেষ্ঠ নেতা ৰেও ৰেওৱা নাৰ্জাৰীয়ে। ইয়াৰ পৰিণতিতে প্রমোদ বড়োৰ আবেদন মর্মে বুধবাৰে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই নাৰ্জাৰীৰ কাৰ্যবাহী সদস্যৰ পদ কর্তন কৰে।

উল্লেখ্য যে যোৱা ২০ আগষ্টত কচুগাঁৱত অনুষ্ঠিত বিজেপিৰ এক যোগদান সভাত নাৰ্জাৰী বিটিআৰৰ উন্নয়নমূলক কাম-কাজ, ইউপিপিএলৰ দ্বাৰা বিজেপিৰ নেতা-কর্মীক উপেক্ষা কৰা আদি বিষয়ক লৈ সৰৱ হৈছিল। নাৰ্জাৰীয়ে মন্তব্য কৰিছিল যে বিটিআৰত উন্নয়নমূলক কাম-কাজ যি ধৰণে হ’ব লাগিছিল, তেনেদৰে হোৱা নাই। বিটিআৰ প্ৰধান প্রমোদ বড়ো এই ক্ষেত্রত ব্যর্থ হোৱা বুলি নাৰ্জাৰীয়ে সমালোচনা কৰিছিল। তদুপৰি বিজেপিৰ কৰ্মীসকলকো প্রাপ্য- ন্যূনতম সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে বুলি নাৰ্জাৰীয়ে সমালোচনা কৰিছিল।

মিত্ৰতাৰে পৰিষদ চলোৱা সত্ত্বেও নাৰ্জাৰীৰ এনে মন্তব্যবোৰক লৈ ইউপিপিএলত ক্ষোভ বিয়পি পৰে। বিজেপিৰ লগত দলটোৰ শেহতীয়াকৈ সৃষ্টি হোৱা দূৰত্বত যেন নাৰ্জাৰীৰ এনে মন্তব্যই ইন্ধন যোগায়। ইউপিপিএলৰ মজিয়াত বিষয়টোক লৈ দীঘলীয়া চর্চা চলে।

অৱশেষত মঙলবাৰে প্রমোদ বড়োৱে নাৰ্জাৰীৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰিব লাগে বুলি পৰিষদখনৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাজ্যপাললৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰৰ ভিত্তিতে ৰাজ্যপাল আচাৰ্যই বুধবাৰে ৰেওৰেওৱা নাৰ্জাৰীৰ পদ কর্তনত অনুমতি প্রদান কৰে। ৰাজ্যপালৰ সিদ্ধান্তটো ৰাজভৱনৰ আয়ুক্ত সচিব এছ এছ মীনাক্ষী সুন্দৰমে বিটিচিৰ প্ৰধান সচিব আকাশদ্বীপলৈ জিএছএ/৬৭/২০২৪/৬ নম্বৰত প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে অৱগত কৰে। উল্লেখ্য যে নাৰ্জাৰী পৰিষদখনৰ উদ্যোগ-বাণিজ্য আৰু বৈধ জোখ-মাপ বিভাগৰ দায়িত্বত আছিল।

# প্ৰমোদ বড়োৰ এই পদক্ষেপক লৈ তীব্ৰ প্রতিক্রিয়া নাৰ্জাৰীৰ !

নাৰ্জাৰীৰ পদ কৰ্তন কৰাক লৈ বিটিআৰৰ বিজেপি শিবিৰত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে, ৰেও ৰেওৱা নাৰ্জাৰীয়ে ‘দৈনিক অগ্রদূত’ক কয় যে তেওঁ দলীয় সভাত উন্নয়নমূলক কাম-কাজৰ বিষয়েহে কৈছিল। নাৰ্জাৰীয়ে কয়, ‘প্রমোদ বড়োৱে কোৱাৰ দৰে বিটিআৰত উন্নয়নমূলক কাম কৰিব পৰা নাই।

আমাৰ দলৰ কৰ্মীসকলেও মিত্ৰদলৰ চৰকাৰ থকাৰ পাছতো পাবলগীয়া সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে বুলি তাত কোৱা হৈছিল। যি কোৱা হৈছিল, সেয়া দলৰ স্বাৰ্থতহে কোৱা হৈছিল। বিজেপিৰ কর্মীসকলে একো নোপোৱা কথাৰ আঁত ধৰিয়ে মই উন্নয়নমূলক কাম-কাজৰ কথা কৈছিলো।

মোৰ যদি ভুল হৈছে, তেনেহ’লে তেওঁ প্রথমতে জাননী জাৰি কৰা উচিত আছিল। প্রমোদ বড়োৱে মোক মাতিও কথাষাৰ ক’ব পাৰিলেহেঁতেন। মই ইমান ডাঙৰ অপৰাধ কৰা নাই যে মোৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰিব লাগে। ৰাজভৱনৰ পৰা মোকো ব্যক্তিগতভাবে পত্রযোগে জনোৱা উচিত আছিল।

তদুপৰি মোক দলেহে আগত জনাব লাগিছিল। আমাৰ দলৰ সভাপতি আৰু মুখ্যমন্ত্রীয়ে মোক জাননী দিব লাগিছিল। মুখ্যমন্ত্রীয়ে বিষয়টো নিশ্চয় বিবেচনা কৰিব। মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ পূৰ্ণ আস্থা আছে ।’ নাৰ্জাৰীৰ পদ কৰ্তনৰ ফলত বিটিচি প্ৰশাসনৰ দুটা কার্যবাহী সদস্য পদ খালী হ’ল। ইয়াৰ পূৰ্বে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত গণ সুৰক্ষা পাৰ্টিৰ ঘনশ্যাম দাসৰ পদ কৰ্তন কৰা হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJP and UPPLBJP EM Rew Reoa Narzihary DismissBTR electionsOpen Conflict
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d