Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam State Jamiat Ulama :অসমৰ সমূহ জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-শান্তি-সম্প্রীতি আৰু ভাতৃত্ববোধ অধিক মজবুত কৰিবলৈ আহ্বান জমিয়তৰ সভাপতি মুস্তাক আনফৰৰ

হত্যাকাৰী,ধর্ষণকাৰী আৰু দুষ্কৃতিকাৰীৰ কোনো ধর্ম নাই, যাক চৰকাৰে কঠোৰ শাস্তি প্রদান কৰক: আনফৰ, ৰাজ্যৰ আইন-শৃংখলা ৰক্ষার্থে লোৱা প্ৰশাসনৰ পদক্ষেপক আদৰণি জমিয়ত নেতা মুস্তাক আনফৰৰ

publisher by publisher
August 30, 2024
in Uncategorized
Reading Time: 2 mins read
0
Assam State Jamiat Ulama :অসমৰ সমূহ জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-শান্তি-সম্প্রীতি আৰু ভাতৃত্ববোধ অধিক মজবুত কৰিবলৈ আহ্বান জমিয়তৰ সভাপতি মুস্তাক আনফৰৰ
11
SHARES
113
VIEWS
ShareShareShareShare

Assam State Jamiat Ulama :

অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰে এক প্রেছ বিবৃতিযোগে জনায় যে, সম্প্রতি অসমৰ জটিল পৰিস্থিতিত একাংশ দুষ্ট চক্রই কু-উদ্দেশ্যপ্রণোদিত ভাৱে শান্তিপ্রিয় অসমবাসী ৰাইজৰ মাজত নিজৰ দুষ্কৰ্মৰ দ্বাৰা ঘৃণা আৰু হিংসা বিয়পাই অসমৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ ৰাইজৰ মাজত বিভেদৰ সৃষ্টি কৰিবলৈ অহর্নিশে উঠি-পৰি লাগিছে । জমিয়তে উক্ত দুষ্ট চক্রৰ তেনে জনবিৰুধী দুষ্কৰ্মক কঠোৰ ভাষাৰে নিন্দা কৰিছে।

ADVERTISEMENT

সংবাদ মাধ্যমৰ বাতৰি মৰ্মে, অতি সম্প্রতি একাংশ বলাৎকাৰীয়ে বিভিন্ন প্ৰান্তত জীয়ৰী-বোৱাৰীৰ লগতে নাবালিকাক অমানৱীয় ভাৱে ধর্ষণ আৰু হত্যা কৰি অসমৰ সমাজ জীৱন কলুষিত কৰা অপকর্মক জমিয়তে তীব্র গৰিহণা দিয়াৰ লগতে উক্ত দুষ্কাৰ্যত লিপ্ত প্ৰকৃত দোষীক নিৰপেক্ষ তদন্ত ক্ৰমে কঠোৰতম শাস্তিৰ পোষকতা কৰিছে। নগাওঁ জিলাত সদ্য সংঘটিত ধিঙৰ নাবালিকা ধর্ষণ কার্যৰ উপৰিও অসমৰ ভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ কাৰ্যসমূহৰ নিন্দা কৰি উক্ত দুষ্কৰ্মৰ সৈতে জড়িত প্ৰকৃত দোষীসকলক উচিত তদন্ত ক্ৰমে শীঘ্ৰে কৰায়ত্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে জমিয়তে।

RelatedPosts

Singapore Police: জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সম্পৰ্কত ছিংগাপুৰ আৰক্ষীৰ আনুষ্ঠানিক বিবৃতি

Waqf Board has not been formed in the state for six years:এনআৰচিত নাম অন্তর্ভুক্তসকলক পৰিচয়পত্ৰ দিয়াৰ দাবী

Assam State Aap:আপ’ক লৈ সাংসদ সুস্মিতা দেৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ডাঃ ভবেন চৌধুৰীৰ

আনহাতে, ধিং কাণ্ডৰ গইনা লৈ অসমত একাংশ লোকে শান্তি-সম্প্রীতি পুষ্ট অসমখন অশান্ত আৰু অস্থিৰ কৰি তোলাৰ যি অপচেষ্টাত লিপ্ত হোৱা দেখা গৈছে, উক্ত কার্যৰো পোষকতা নকৰি জমিয়তে সংশ্লিষ্ট সকলো পক্ষকে ধৈর্য আৰু সংযম ৰক্ষা কৰি অসমৰ যাউতিযুগীয়া ঐক্য-শান্তি-সম্প্রীতি আৰু ভাতৃত্ববোধ ৰক্ষা কৰিবলৈ জমিয়ত নেতা আনফৰে সমূহ অসমবাসী ৰাইজলৈ বিনম্ৰ আহ্বান জনাইছে। প্রাক স্বাধীনতা কালৰে পৰা যুগ যুগ ধৰি অসমভূমিত স্থায়ীভাৱে বসবাস কৰি অহা প্রতিগৰাকী অসমবাসী ভাৰতীয় নাগৰিককে জাতি-বৰ্ণ-ধৰ্ম ভেদে বাচ-বিচাৰ নকৰি সকলোকে ভাতৃত্ববোধ অটুট ৰাখি অসমৰ সর্বাংগীন উন্নয়নৰ অংশীদাৰ হ’বলৈ উজনিৰ পৰা নামনি অসমৰ প্রতিগৰাকী নাগৰিকলৈ জমিয়ত নেতা আনফৰে আকুল আহ্বান জনাইছে।

আনহাতে, একেটা বিবৃতিতে অসমৰ চুকে-কোণে বিভিন্ন জিলাত জনস্বার্থত কর্মৰত প্রতিগৰাকী জমিয়ত নেতা-কর্মীলৈ আনফৰে আহ্বান জনাই কয় যে, জমিয়ত কৰ্মীসকলে যাতে ৰাজ্যখনৰ এনে জটিল সন্ধিক্ষণত জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো ৰাইজৰ সৈতে সুখ-দুখৰ সময়ত সহাৱস্থান কৰি ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সাতামপুৰুষীয়া শান্তি-সম্প্রীতি আৰু ভাতৃত্ববোধক অধিক কটকটীয়া কৰি ৰাজ্যখনৰ উন্নয়নত আত্মনিয়োগ কৰে।

তদুপৰি, ৰাজ্যখনৰ এনে অস্থিৰতাৰ মাজতো যথোপযুক্ত প্রশাসনিক তৎপৰতাৰে ৰাজ্য প্ৰশাসনে পৰিস্থিতি সু-নিয়ন্ত্রিত কৰি জনসাধাৰণৰ মাজত শান্তি-সম্প্রীতি অটুট ৰখাৰ বাবে লোৱা তাৎক্ষণিক ফলপ্রসু ব্যৱস্থাৰ বাবে জমিয়ত নেতা আনফৰে বিবৃতিটোত ৰাজ্য প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam State Jamiat UlamaDhing Gangrape IncidentPressreleaseState President Mushtaq Anfar
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d