Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Swapnanil Das arrested for online money trading in Guwahati: ৰাজ্যত অনলাইন মানী ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা !

ডিব্ৰুগড়ত মহা প্ৰৱঞ্চক বিশাল ফুকন গ্ৰেপ্তাৰ পিছত গুৱাহাটীত গ্ৰেপ্তাৰ স্বপ্ননীল দাস নামৰ আন এজন ধুৰন্ধৰ প্ৰৱঞ্চক

publisher by publisher
September 3, 2024
in Uncategorized
Reading Time: 2 mins read
0
Swapnanil Das arrested for online money trading in Guwahati: ৰাজ্যত অনলাইন মানী ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা !
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Dispur Theft :দিছপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই গভাইত চোৰ

Guwahati:মহানগৰীৰ গনেশগুৰিত নিশা ৰাজপথত আমোলাৰ পুত্ৰৰ দাদাগিৰি

Dispur :মহানগৰীত পুনৰ দিনদুপৰতে চিলনী চোৰৰ সন্ত্ৰাস

ADVERTISEMENT

Swapnanil Das arrested for online money trading in Guwahati:

ৰাজ্যত ইটোৰ পাছত সিটোকৈ অনলাইন মানী ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা অব্যাহত থকাৰ মাজতে এই কাৰ্যৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ ইতিমধ্যে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ডিজিপি দিয়া হৈছিল নিৰ্দেশ ৷ এই নিৰ্দেশৰ মাজতে সোমবাৰে ৰাজ্যৰ থানাই থানাই ৰজু হ’ল গোচৰ ৷ অনলাইন মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত বিশাল ফুকন নামৰ যুৱক এজনক ডিব্ৰুগড় আৰক্ষীয়ে সোমবাৰে আটক কৰি জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে ৷ তেওঁৰ লগতে গ্ৰেপ্তাৰ কৰে তেওঁৰে মেনেজাৰ বিপ্লৱ হাজৰিকাক ৷

উল্লেখ্য যে, বহুচৰ্চিত ডি বি ষ্টক ব্ৰকিঙৰ দীপাংকৰ বৰ্মন নামৰ মহা প্ৰৱঞ্চক জনৰ কে’বা হেজাৰ টকা ধন লুন্ঠনৰ কাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতে ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ ২২ বছৰীয়া যুৱকক সোমবাৰে নিশা গ্ৰেপ্তাৰৰ পাছতে একেদিনাই গুৱাহাটীত গ্ৰেপ্তাৰ হয় স্বপ্ননীল দাস নামৰ আন এজন মহা প্ৰৱঞ্চকক । বেলতলাৰ এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে ৷

স্মতৰ্ৱ্য যে,স্বপ্ননীল বৰাই গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত ‘ট্ৰেডিং ফ্ৰম এ লিভিং(TFAL)’ নামৰ এটা প্ৰতিষ্ঠানো গঢ় দিছিল। এই প্ৰতিষ্ঠানতে বহু যুৱক-যুৱতীক ট্ৰেডিঙৰো শিক্ষা দিছিল।আনকি প্ৰতিষ্ঠানৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কে’বাজনো জনপ্ৰিয় ইউটিউবাৰে চ’ছিয়েল মেডিয়াৰ জৰিয়তে প্ৰচাৰ চলাইছিল ৷ শেহতীয়া খবৰ অনুসৰি স্বপ্ননীল বৰাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পিছত ট্ৰেডিং ফ্ৰম এ লিভিঙক হৈ প্ৰচাৰ চলোৱা ইউটিউবাৰক তলব কৰিছে দিছপুৰ থানাই।

উল্লেখ্য যে,স্বপ্ননীল দাসৰ এই প্ৰতিষ্ঠানখনো ভুৱা বুলি জানিব পৰা গৈছে।ছেবিৰ গাইডলাইন ভংগ কৰা এই প্ৰতিষ্ঠানখনৰ জৰিয়তে বিভিন্নজনক ট্ৰেডিঙৰ শিক্ষা দিয়াৰ নামত কোটি কোটি ষ্টক মাৰ্কেটত ধন বিনিয়োগৰ নামত বিভিন্ন আনৰ পৰা কোট কোটি টকা প্ৰৱঞ্চনাৰে লুণ্ঠন কৰাৰ অভিযোগ উঠিছে। ছেবিৰ গাইডলাইন অনুসৰি কোনো ট্ৰেডাৰে ছেবিৰ নিৰ্দেশনা অবিহনে ট্ৰেডিঙৰ প্ৰশিক্ষণ দিব নোৱাৰে।

মনকৰিবলগীয়া যে ষ্টক মাৰ্কেটত বিনিয়োগৰ কেলেংকাৰীয়ে ইতিমধ্যে পোহৰলৈ অহাৰ পাছতে স্বপ্ননীল দাসৰ বিৰুদ্ধে দিছপুৰত এজাহাৰ দাখিল কৰিছিল তেওঁৰে এগৰাকী শিক্ষাৰ্থী ৱাছিম আলী আব্বাছে। আব্বাছে স্বপ্ননীলৰ জৰিয়তে ট্ৰেডিঙত ধন বিনিয়োগ কৰিছিল ২৬ লাখ টকা ৷ একেদৰে আন এজন শিক্ষাৰ্থীয়েও ধন লগাইছিল ১৭ লাখ টকা। উদ্থাপিত অভিযোগ অনুসৰি সমুদায় ধন আত্মসাৎ কৰিছে স্বপ্ননীল বৰাই ৷

ইতিমধ্যে অভিযোগকাৰী ৱাছিম আলী আব্বাছে দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ৯৩৪/২০২৪ নম্বৰত গোচৰ ৰজু কৰি ৪২০/৪০৬ ধাৰাৰ অধীনত ধাৰা প্ৰয়োগ কৰাৰ সমান্তৰালভাৱে অনিয়ন্ত্ৰিত পুঁজি জমা আইন ২০০৯ ৰ ধাৰা ২১(১), ২১(২), ২১(৩), ২২ আৰু ২৩ ৰ অধীনতো গোচৰ পঞ্জীয়ণ কৰিছে ৷ দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে স্বপ্ননীল দাসৰ দুখন বিলাসী কোটি টকীয়া বাহন  ৷

উল্লেখযোগ্য স্বপ্ননীল বৰাৰ গ্ৰেপ্তাৰৰ পিছত আজি থানাত তেওঁৰ সমৰ্থনত ট্ৰেডিং ফ্ৰম এ লিভিঙৰ একাংশ শিক্ষাৰ্থী উপস্থিত হৈ মন্তব্য কৰে যে স্বপ্ননীল বৰাই কোনো প্ৰৱঞ্চক কৰা নাই ৷ তেওঁ নিৰপৰাধী ।

উল্লেখ্য যে স্বপ্ননীল দাসৰ ঘৰ শিৱসাগৰত। শিৱসাগৰৰ পৰিয়ালৰ লোকে কয় যে,স্বপ্ননীলে ষ্টক মাৰ্কেটত ট্ৰেডিঙ’ শিৱসাগৰৰ ঘৰৰ পৰা নিয়ম অনুসৰি কৰিছিল । ইয়াৰ পৰা তেওঁ লাভাম্বিত হৈছিল ৷ কিন্ত ইতিমধ্যে তেওঁ এই ব্যৱস্থা শিৱসাগৰতে অন্ত পেলাই নিজাববীয়া প্ৰচেষ্টাত গুৱাহাটীত আৰম্ভ কৰিছিল ‘ট্ৰেডিং ফ্ৰম এ লিভিং’ নামৰ এটা প্ৰতিষ্ঠানো ৷ তেওঁ প্ৰৱঞ্চনা কৰা বুলি যি অভিযোগ  উদ্থাপিত হৈছে সেয়া ভুৱা ৷

# অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছত তৎপৰ ডিজিপি , ৰাজ্যজুৰি আৰক্ষীৰ ক্ষীপ্ৰ অভিযান

বাল্য বিবাহৰ পাছত ৰাজ্যত সংগোপনে গঢ়ি উঠা ভুৱা ট্ৰেডিঙৰ বিৰুদ্ধে সময়ে সময়ে উদ্থাপিত হৈ অহা অভিযোগমৰ্মে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল ডিজিপিক । ইয়াৰ পাছত থানাই ৰজু হয় গোচৰ ৷ ডিব্ৰুগড় ,গুৱাহাটী আৰু ধুবুৰীত তিনিটাকৈ পঞ্জীয়ন হোৱাৰ বিপৰীতে গুৱাহাটীত এজনক,ডিব্ৰুগড়ত দুজনক আৰু ধুবুৰীত দুজন গ্ৰেপ্তাৰ হয় । ধুবুৰীত ধন বিনিয়োগৰ অভিযোগত শংকৰ কুমাৰ বিশ্বাস আৰু ৰফিকুল ইছলাম নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে ৷

আনহাতে ,শেহতীয়া খবৰ অনুসৰি নগাঁৱৰ ৰূপহীহাটতৰ কাৱৈমাৰী আৰু ভাটীয়াখালীত আৰক্ষীয়ে অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিছে ছজন লোকক ৷ ২৫০/২৪ নম্বৰত ৰজু কৰা হৈছে গোচৰ ৷ আটকাধীন লোক কেইজন হ’ল ইনামুল ইছলাম, মইনুল হক চৌধুৰী, জহিৰুল ইছলাম ,আনোৱাৰ হুছেইন , ইনামূল হুছেইন আৰু ইক্ৰামূল হক৷ উদ্থাপিত অভিযোগ যে ধৃত লোক কেইজনে নীতি বহিৰ্ভূতভাৱে বিত্তীয় প্ৰতিষ্ঠান চলাই আহিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CMO ASSAMDGP AssamDispur PoliceFroudstar Swapnanil Das arrestedonline money trading
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d