Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Pressmeet In Loksewa Bhawan:USTMৰ মালিকে লৈছিল ভুৱা অ’বিচি প্ৰমাণ পত্ৰ

কৰিমগঞ্জৰ উপায়ুক্তক গোচৰ তৰিবলৈ দিয়া হৈছে নিৰ্দেশ :মুখ্যমন্ত্ৰী

publisher by publisher
August 28, 2024
in Uncategorized
Reading Time: 3 mins read
0
Cm Pressmeet In Loksewa Bhawan:USTMৰ মালিকে লৈছিল ভুৱা অ’বিচি প্ৰমাণ পত্ৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Cm Pressmeet In Loksewa Bhawan:

ইউএছটিএমৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা । জনতা ভৱনৰ লোকসেৱা ভৱনক অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,ইউএছটিএমৰ মালিকে জালিয়াতিৰে কৰিমগঞ্জৰ পৰা সংগ্ৰহ কৰিছিল অ’বিচিৰ ভুৱা প্ৰমাণপত্ৰ। এইদৰে ভুৱা প্ৰমাণপত্ৰলোৱা বাবে অচিৰেই তৰা হ’ব গোচৰ ৷ইতিমধ্যে কৰিমগঞ্জৰ জিলা আয়ুক্ত ইউএছটিএমৰ মালিক মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

ADVERTISEMENT

আনহাতে গুৱাহাটী আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত পাহাৰ খননক লৈ মুখ্যমন্ত্ৰী কয়,পাহাৰ খননে সদায় পৰিবেশ দূষিত কৰি আহিছে ৷ আমছাঙৰ খননৰ ওপৰত কাৰ্যব্যৱস্থা ল’বৰ বাবে মই বন বিভাগ আৰু আৰক্ষীক নিৰ্দেশ দিম ৷ একেদৰে মহানগৰী কোনো এটা অঞ্চলতে পাহাৰ খনন হ’ব নোৱাৰিব ৷

শেহতীয়াকৈ আমচাং আৰু সোণাপুৰত হৈ থকা খননৰ স’তে গুৱাহাটীৰ কোনো সম্পৰ্ক নাই ৷ আনহাতে সোণাপুৰৰ পৰা গুৱাহাটীলৈ কোনা ক্ষেত্ৰতে পানী বৈ আহিব নোৱাৰে৷ যদি পানী আহে পানীয়ে তৰিৎগতিত ভেদিব লাগিব পাহাৰ। তাৰ পিছতহে তললৈ নামি আহিব পানী। এই প্ৰসংগ এইবাবেই পুনৰ দোহাৰো যে,গুৱাহাটীত হোৱা কৃত্ৰিমবানৰ বাবে দায়ী ইউএছটিএম ৷

ৰাজ্যৰ জনগাঁথনিক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ৰাজ্যৰ ২৮ হেজাৰ প’লিং বুথৰ ১৯ হাজাৰ বুথৰ জনগাঁথনি সলনি হৈছে ৷এনেক্ষেত্ৰত কংগ্ৰেছলৈ মোৰ আহ্বান এইক্ষেত্ৰত তেওঁলোকেও সহাৰী জনাওক ৷ এতিয়া ৰাজনীতি কৰাৰ সময় নাই । আমি সকলোৱে এই বিষয়ত যুঁজ কৰিব লাগে ৷ যি ঠাইত যিসকল লোক আছে তাত তেওঁলোকক শান্তিত থাকিবলৈ দিয়া উচিত ।

মুখ্যমন্ত্রীয়ে সাম্প্রদায়িক মন্তব্য কৰা বুলি অভিযোগ তুলি বিৰোধী ঐক্যমঞ্চই কালি এক সভাত মোৰ বিৰুদ্ধে গোচৰ তৰাৰ যি সিদ্ধান্ত লৈছে ৷ ইয়াৰ বাবে মই বিচলিত নহও বুলি প্রতিক্রিয়া কৰি মুখ্যমন্ত্রী ড: শৰ্মাই কয় মই কোৱা কথাবোৰ পূৰ্বেই গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিয়ে কৈ গৈছে আৰু সদনত ৰেকর্ডিং আছে। মই মাত্ৰ দোহাৰিছোঁ। কংগ্ৰেছলৈ মোৰ পুতৌ ওপজে। গোচৰ দিলে সকলোৰে ওপৰত দিব লাগিব’।

আনহাতে শেহতীয়াকৈ বাংলাদেশত সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিৰ বাবে একাংশ বাংলাদেশী সংগোপনে অসমত প্ৰৱেশ কৰিছে ৷আৰ্থিক সংকট আৰু খাদ্য সংকটতৰ সন্মুখীন হৈ ভাৰতত প্ৰৱেশ কৰাৰ লৈ তীব্ৰ উদ্বিগ্ন প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, মঙলবাৰে কৰিমগঞ্জৰ বাংলা সীমান্তৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা তিনিজন অবৈধ বাংলাদেশী নাগৰিকক ওভতাই পঠিওৱা হৈছে ৷ এইয়া আমাৰ বাবে এক চিন্তনীয় বিষয় ৷ অৱশ্যে এই কাৰ্য প্ৰতিহত কৰিবৰ বাবে বিএছএফ আৰু বৰ্ডাৰ আকক্ষী সষ্টম হৈ আছে ।

আনহাতে ৰাজ্যত আধাৰ কাৰ্ড বন্ধ হৈ থকা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় এনআৰচিৰ সময়ত বায়’ মেট্ৰিকছ কৰি থোৱা সকলে লাভ কৰিব আধাৰ কাৰ্ড। ৯,৩৫,৬৮২ গৰাকী লোকে আধাৰ কাৰ্ডৰ বাবে আবেদন জনাইছিল যদিও কেন্দ্ৰই বন্ধ কৰি ৰাখিছিল আধাৰ কাৰ্ড দিয়াটো ৷ কিন্ত ৰাজ্য চৰকাৰৰ অনুৰোধৰ ভিত্তিত কেন্দ্ৰই ইতিমধ্যে মুকলি কৰি দিছে এই আধাৰ কার্ড। ইতিপূৰ্বে যি সকলে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিছিল এতিয়া সকলোৱেই লাভ কৰিব আধাৰ কাৰ্ড।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Cm Himanta Biswa SarmaCm PressmeetGuwahatiLoksewa Bhawan
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d