Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Government manipulation of tea workers’ wages: CAG Concerns:চাহ শ্ৰমিকৰ মজুৰিক লৈ চৰকাৰৰ হেতালি: কেগৰ উদ্বেগ

আইনক পিঠি দি চাহ শ্ৰমিকৰ মজুৰি ধাৰ্যৰ দায়িত্ব মালিক গোষ্ঠীক

publisher by publisher
September 6, 2024
in Uncategorized
Reading Time: 5 mins read
0
Government manipulation of tea workers’ wages: CAG Concerns:চাহ শ্ৰমিকৰ মজুৰিক লৈ চৰকাৰৰ হেতালি: কেগৰ উদ্বেগ
2
SHARES
17
VIEWS
ShareShareShareShare

Government manipulation of tea workers’ wages: CAG Concerns

ৰাজ্য চৰকাৰে ন্যূনতম ২০১৫ৰ নৱেম্বৰত ন্যূনতম মজুৰি পুনৰীক্ষণ কৰে আৰু এনে শ্রমিকসকলৰ বাবে সাতবাৰ মৰগীয়া মজুৰি আইন-১৯৪৮ অনুসৰি অসমৰ চাহ শ্রমিকসকলৰ ন্যূনতম মজুৰিৰ হাৰ চূড়ান্ত কৰা নাছিল। ‘কেগ’ৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। ২০১৫-১৬ৰ পৰা ২০১৯-২০লৈ অসম চৰকাৰে অন্যান্য খণ্ডৰ শ্ৰমিকসকলৰ বাবে বানচৰ জাননী দিয়ে।

ADVERTISEMENT

অৱশ্যে এই মজুৰি সময়ে সময়ে অন্যান্য খণ্ডৰ শ্ৰমিকসকলৰ বাবে নিৰ্ধাৰণ কৰা হ’লেও ই চাহ শ্ৰমিকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ফলত ২০১৫ৰ পৰা ২০২০লৈ চাহ শ্রমিকৰ মজুৰিৰ হাৰ অন্যান্য খণ্ডৰ শ্রমিকৰ বাবে নিৰ্ধাৰিত মজুৰি হাৰতকৈ বহু নিম্ন।

RelatedPosts

No Content Available

কেগে কয় যে বিভাগে জনোৱা মতে, আৰম্ভণিৰে পৰা চাহ শ্ৰমিকৰ মজুৰি নির্ধাৰণৰ ক্ষেত্ৰত শ্রমিক ইউনিয়ন আৰু পৰিচালন সংস্থাসমূহৰ মাজত সম্পন্ন হোৱা আলোচনা মর্মেই এই মজুৰিৰ হাৰ নিৰ্ধাৰণ কৰাৰ প্ৰথা অব্যাহত আছে। বিভাগে এইদৰেও কয় যে ঔদ্যোগিক বিবাদ আইন- ১৯৪৭ৰ অধীনত দ্বিপাক্ষিক চুক্তিৰ মাজেৰে হোৱা মজুৰিৰ হাৰৰ বন্দৱস্তিৰ ন্যায়িক বৈধতা আছে। অৱশ্যে উল্লিখিত আইনৰ অধীনত মজুৰি নিৰ্ধাৰণৰ বাবে প্রয়োজনীয়তা থকা কোনো বিবাদৰ ৰেকৰ্ড নাই বুলিও কেগে উল্লেখ কৰি কয় যে সেয়েহে এনে বিবাদ আৰু ইয়াৰ নিষ্পত্তি সম্পর্কীয় তথ্য নথকাটোৱে সূচাই যে চাহ শ্রমিকসকলৰ মজুৰি এটা বিবাদৰ বিষয়।

এই কথা ক’ব নোৱাৰি যে ইয়াক ঔদ্যোগিক বিবাদ নিষ্পত্তি আইনৰ অধীনত দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে নির্ধাৰণ কৰাৰ প্রয়োজন আছে। এই কথাই সূচাই যে ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ মজুৰিৰ বিষয়টো ন্যূনতম মজুৰি আইনৰ অধীনলৈ অনাৰ বিপৰীতে চাহ বাগিচাৰ মালিক আৰু শ্রমিক সন্থাৰ হাতত এৰি দিছে।

ব্রহ্মপুত্র উপত্যকাত এই মজুৰি নির্ধাৰণৰ বাবে চিচিপিএ (চাহ মালিক সংস্থাসমূহৰ কন্সালটেটিভ কমিটী) আৰু অসম চাহ মজুদৰ সংঘ তথা বৰাকত চিপিপিএ আৰু বৰাক উপত্যকা চাহ শ্রমিক ইউনিয়নৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পন্ন হয়। মনকৰিবলগীয়া যে ৰাজ্যত চাহ শ্রমিকৰ মজুৰি দীৰ্ঘদিন ধৰি ৰাজ্য চৰকাৰৰ উপস্থিতিত মালিক গোষ্ঠী আৰু চাহ শ্রমিক ইউনিয়নৰ মাজত সম্পন্ন হোৱা বৈঠকৰ জৰিয়তে নির্ধাৰণ কৰি অহা হৈছে, সেই সময়ত এনে কোনো প্রয়োজনীয়তা নাই বুলি কেগে কৰা মন্তব্য উল্লেখযোগ্য বিবেচিত হৈছে।

কেগে কয় যে বৰাক উপত্যকাৰ শ্রমিকসকলে ব্রহ্মপুত্ৰ উপত্যকাৰ শ্রমিকতকৈ কম মজুৰি লাভ কৰে। এই বিষয়টো উত্থাপন কৰাত ৰাজ্য চৰকাৰৰ শ্রম বিভাগে বৰাক উপত্যকাৰ শ্ৰমিকসকলক কম মজুৰি আদায় দিয়াৰ ক্ষেত্ৰত কোনো ন্যায্যতা প্ৰদান কৰিব নোৱাৰিলে। এই মর্মে ২০২১ৰ মাৰ্চত বিভাগে কেগক কয় যে তেওঁলোকে মাথোঁ শ্রমিক আৰু মালিক সংস্থাসমূহৰ মাজত হোৱা চুক্তি মর্মে অধিসূচনা জাৰি কৰে।

পুনৰীক্ষণকালত কেগে লক্ষ্য কৰে যে অসম চৰকাৰে মজুৰিৰ অন্তৰ্বর্তীকালীন বৃদ্ধিৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰতো দেখা গৈছে যে ভিন ভিন সময়ত ব্রহ্মপুত্র উপত্যকা আৰু বৰাক উপত্যকাৰ শ্ৰমিকসকলৰ বাবে ভিন্ন মজুৰি নিৰ্ধাৰণ কৰা হৈছে। বিগত ৬২ বছৰ ধৰি ন্যূনতম মজুৰি নিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা সামান্য হোৱাৰ বাবে তদর্থভিত্তিতে চাহ শ্ৰমিকৰ মজুৰি নিৰ্ণয় কৰি অহা হৈছে।

এই ক্ষেত্রতে প্ৰথমতে দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে মুজৰি নিৰ্ধাৰণ কৰা হয় আৰু পৰৱৰ্তী সময়ত এই অন্তর্বর্তীকালীন বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে অধিসূচনা জাৰি কৰে। কেগে কয় যে অসম চৰকাৰে দুটা উপত্যকাৰ মজুৰিৰ হাৰৰ মাজত থকা বৈষম্য দূৰীকৰণৰ বিষয়টো হস্তক্ষেপ কৰা নাই।

কেগৰ প্ৰতিবেদনত উদ্ধাৰ হোৱা মজুৰি সম্পৰ্কীয় তথ্যত দেখা গৈছে যে অন্যান্য খণ্ডৰ শ্রমিক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্রমিকৰ মজুৰিৰ ক্ষেত্রত আছে বৃহৎ প্রভেদ আৰু ই হ’ব প্রায় ২৫ৰ পৰা ৪২ শতাংশ। অর্থাৎ অন্যান্য খণ্ডৰ শ্ৰমিকসকলে লাভ কৰা পৰিমাণৰ মজুৰিতকৈ ব্ৰহ্মপুত্র উপত্যকাত চাহ শ্রমিকে ২৫ৰ পৰা ৪২ শতাংশ কম মজুৰি লাভ কৰে। বৰাক উপত্যকাত এই প্রভেদ আৰু বহু বেছি, ৩৩ৰ পৰা ৫১ শতাংশ।

আনহাতে, অন্যান্য চাহ উৎপাদনকাৰী ৰাজ্যসমূহ যেনে তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু পশ্চিমবংগৰ স’তে অসমৰ চাহ শ্ৰমিকৰ মজুৰিৰ তুলনামূলক তালিকাও কেগে প্রতিবেদনত উল্লেখ কৰিছে। ইয়াত দেখা গৈছে যে উক্ত ৰাজ্যসমূহৰ স’তে তুলনা কৰিলে অসমৰ চাহ শ্রমিকে সবাতোকৈ কম মজুৰি লাভ কৰে। অসমৰ শ্রমিকে দেশৰ চাহ উৎপাদনকাৰী ৰাজ্যসমূহৰ ভিতৰত সৰ্বনিম্ন মজুৰি লাভ কৰা বুলি কেগে পৰিসংখ্যা দাঙি ধৰিছে।

কেগে পৰামৰ্শ দাঙি ধৰে যে শ্রম বিভাগে এই কথা নিশ্চিত কৰিব লাগে যাতে অসমত ন্যূনতম মজুৰি বিধি ১৯৫২ আৰু অসম চাহ বাগিচা শ্রমিক বিধি ১৯৫৬ ৰাজ্যজুৰি বলবৎ কৰা হয়, যাতে চাহ বাগিচাৰ শ্ৰমিকসকল তেওঁলোকৰ ন্যায্য মজুৰিৰ পৰা বঞ্চিত নহয়। একে সময়তে যাতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ শ্ৰমিকৰ মজুৰিৰ ক্ষেত্ৰত কোনো বৈষম্য নাথাকে।

কেগে উল্লেখ কৰা আন এক তথ্য অনুসৰি হিচাপ পৰীক্ষণ কৰা ৪০খন চাহ বাগিচাৰ ভিতৰত ১১খন চাহ বাগিচা অর্থাৎ ২৭ শতাংশ চাহ বাগিচাত ঘোষিত মজুৰিতকৈও কম মজুৰি প্ৰদান কৰা হয়

শেহতীয়া সময়ত অসম চৰকাৰে ২০১০ আৰু ২০১৫ত ন্যূনতম মজুৰি হাৰৰ সম্পৰ্কে জাননী জাৰি কৰিছে। অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ বাবে ২০১৫ত জাননীত জাৰি কৰা হাৰ ৰূপায়ণ কৰিব পৰা নগ’ল। প্রতিবেদনত উল্লেখ যে মালিক সংস্থাসমূহে একেকোবতে মজুৰি বৃদ্ধিৰ বিষয়টোক লৈ আদালতৰ ওচৰ চাপিছিল। কেগে কয় যে চৰকাৰে যিহেতু ন্যূনতম মজুৰি আইনৰ অধীনত ন্যূনতম মজুৰি আইনখন চাহ শ্রমিকৰ বাবে প্রযোজ্য |

➡️ চৰকাৰে আইন অনুসৰি নিৰ্ধাৰণ কৰা নাই মজুৰি:

ৰাজ্যৰ ৰাজনীতিত চাহ শ্রমিকসকলক লৈ দশকৰ পাছত দশক ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মাজত টনা- আঁজোৰা অব্যাহত আছে। অসমৰ অৰ্থনীতি, সমাজ-সংস্কৃতি জীৱনলৈ প্রভূত বৰঙণি আগবঢ়োৱা এইসকল চাহ শ্ৰমিকৰ মজুৰি দুর্ভাগ্যজনকভাৱে আজিও উপযুক্ত পৰিমাণৰ নিৰ্ধাৰণ কৰা নহ’ল, যাৰ জৰিয়তে এটা পৰিয়ালে সুস্থ জীৱন যাপন কৰিব পাৰে। বিভিন্ন ব্যক্তিগত কোম্পানীৰ মালিকানাধীন তথা অসম চৰকাৰৰ দ্বাৰাও পৰিচালিত চাহ বাগিচাসমূহৰ শ্ৰমিকসকলৰ মজুৰি আজিৰ বজাৰ দৰৰ তুলনাত অতি সামান্য।

চাহ বাগিচাসমূহত শ্রমিক আইন ৰূপায়ণ আৰু শ্রমিক কল্যাণৰ ব্যৱস্থাৱলী বলবৎ কৰাৰ ক্ষেত্ৰত থকা বঞ্চনাৰ কাহিনীৰ বিশেষ সালসলনি বিগত দশকসমূহত ঘটা নাই। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণৰ ক্ষেত্ৰত আছে বহু কোটি, আছে ব্যর্থতাৰ অভিযোগ। এনে এক গভীৰ উদ্বেগৰ ছবিয়ে শেহতীয়া কেগ (মহাগাণনিক) ৰ প্ৰতিবেদনত প্রতিফলিত হৈছে।

ন্যূনতম মজুৰি আইন, ১৯৪৮ৰ জৰিয়তে সংশ্লিষ্ট চৰকাৰে দক্ষ আৰু অদক্ষ শ্রমিকসকলৰ মজুৰি দিব লাগে। ন্যূনতম মজুৰি হাৰতকৈ কম পৰিমাণৰ মজুৰি আদায় বলপূর্বক শ্রমৰ সমান হয়। কেগৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, এই আইনৰ অধীনত শ্রমিকৰ ন্যূনতম মজুৰি নির্ধাৰণত চৰকাৰৰ হস্তক্ষেপ যথেষ্ট নহয়। শ্রমিকসকলৰ জীৱনৰ মান উন্নয়নৰ প্রচেষ্টাও যথোপযুক্ত নহয় বুলি কেগৰ প্ৰতিবেদনত কোৱা হৈছে। আইনৰ ধাৰা-তিনি অনুসৰি চৰকাৰে এই শ্রমিকসকলৰ মজুৰিৰ হাৰ নিৰ্ধাৰণ কৰিব লাগে। কেগে চাহ শ্রমিকসকলৰ কল্যাণৰ বাবে আঁচনি ৰূপায়ণৰ মান নির্ধাৰণৰ বাবে পাৰদৰ্শিতাৰ হিচাপ পৰীক্ষণ সম্পন্ন কৰে।

চাহ শ্রমিকসকলৰ শোচনীয় আর্থ-সামাজিক, স্বাস্থ্য আৰু শিক্ষাৰ অনগ্রসবতাৰ বাবে এই হিচাপ পৰীক্ষণ কৰা হয়। ২০১৫-১৬ৰ পৰা ২০১৯-২০লৈ কেগে এই হিচাপ পৰীক্ষণ কৰে। কাছাৰ, ডিব্ৰুগড়, নগাঁও আৰু শোণিতপুৰ এই চাৰিটা মণ্ডলত হিচাপ পৰীক্ষণ কৰা হয়। পূব অসম, পশ্চিম অসম আৰু বৰাক উপত্যকা সামৰি এই হিচাপ পৰীক্ষণ কৰা হয়। চাৰিটা মণ্ডলত থকা মুঠ ৩৯০খন চাহ বাগিচাৰ ভিতৰত ১০ শতাংশ অর্থাৎ ৪০খন চাহ বাগিচাত চলোৱা হিচাপ পৰীক্ষণত দেখা গ’ল যে নিম্ন আয় আৰু শিক্ষাৰ অনগ্ৰসৰতা ৰাজ্যখনৰ চাহ শ্রমিকসকলৰ সামগ্রিক উন্নয়নৰ ক্ষেত্রত বৃহৎ প্রতিবন্ধক হৈ দেখা দিছে। কেগে প্রতিবেদনত উল্লেখ কৰা অনুসৰি, চাহ বাগিচাৰ আকাৰ আক নিয়োজিত শ্রমিকৰ ওপৰত নিৰ্ভৰ কৰি হিচাপ পৰীক্ষণৰ বাবে বাগিচাসমূহ নির্ধাৰণ কৰা হৈছে।

এই পৰীক্ষণকালত তথ্যপাতিৰ পুনৰীক্ষণৰ উপৰি নিৰ্ধাৰিত বাগিচাসমূহৰ ৫৯০জন শ্রমিকৰ সাক্ষাৎকাৰো গ্ৰহণ কৰা হয়। উল্লেখ্য যে চাহ শ্রমিক কল্যাণ বিভাগৰ সঞ্চালকে মহকুমা পর্যায়ৰ শ্রমিক কল্যাণ বিষয়াসকলৰ জৰিয়তে জিলা আৰু মহকুমা পর্যায়ত কল্যাণমূলক আঁচনিসমূহ ৰূপায়ণ কৰে। কেগে উল্লেখ কৰে যে পৰীক্ষণকালত বিভাগীয় সঞ্চালকে ৰূপায়ণ কৰা ১০খন আঁচনিৰো পৰীক্ষা কৰা হৈছে।

কেগে কয় যে পৰীক্ষণকালত লাভ কৰা তথ্য অনুসৰি অসমৰ চাহ শ্রমিকসকল শোচনীয় সামাজিক আৰু অর্থনৈতিক
অৱস্থাৰ মাজত বাস কৰি আছে। তেওঁলোকৰ নিম্ন আয় আৰু শিক্ষাৰ অভাৱেই এইসকল শ্রমিকৰ সামগ্রিক বিকাশৰ ক্ষেত্ৰত বৃহৎ প্রতিবন্ধক হৈ থিয় দিছে। চাহ শ্রমিক কল্যাণ বিভাগে এনে বিষয়সমূহৰ স’তে মোকাবিলা কৰিবলৈ চেষ্টা কৰিছে যদিও তেওঁলোকৰ হাতত নাই কোনো আর্থ-সামাজিক পৰিসংখ্যা।

তদুপৰি জধে-মধে পদক্ষেপ গ্রহণ কৰিছে বিভাগে। ইয়াৰ ফলত চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে গ্রহণ কৰা আঁচনিসমূহে তেওঁলোকৰ জীৱনৰ মান উন্নয়নৰ ক্ষেত্ৰত কোনো লক্ষ্যণীয় পদক্ষেপ গ্রহণ কৰিব পৰা নাই। আনকি বহু শ্রমিকে এই বিভাগৰ অস্তিত্ব আৰু তেওঁলোকৰ প্ৰতি বিভাগৰ কৰণীয় সম্পর্কে সামান্যও অবগত নহয়। কেগে কয় যে চাহ শ্রমিকৰ কল্যাণৰ বাবে গ্রহণ কৰা আঁচনিসমূহৰ প্ৰভাৱ সম্পর্কে কোনো ধৰণৰ মূল্যায়ন কৰা নহয়। তদুপৰি আভ্যন্তৰীণ নিয়ন্ত্রণ আৰু পুনৰীক্ষণৰ অভাৱ আছে। সামগ্রিকভাৱে চাহ শ্রমিকৰ জীৱনৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত আছে বহু ত্রুটি। যাৰ ফলত কোনো লক্ষ্যণীয় পৰিৱৰ্তন সাধন হোৱা নাই।

কেগে কয় যে চাহ শ্রমিক আইন-১৯৫১ আৰু ন্যূনতম মজুবি আইন-১৯৪৮ চাহ বাগিচাসমূহত ৰূপায়ণৰ ক্ষেত্রত আছে বহু ত্রুটি। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কেগে উদ্ধাৰ কৰে যে অসমৰ চাহ বাগিচাত হাস্পতাল নাই আৰু যিসমুহত আছে, সেইসমূহ আন্তঃগাঁথনি আৰু কৰ্মচাৰীৰ অভাবত কক্কাই আছে। শিক্ষা খণ্ডতো এই কেগৰ পৰীক্ষণত উদ্ধাৰ হোৱা তথ্য অনুসৰি অপর্যাপ্ত আন্তঃগাঁথনি, শিক্ষকৰ অভাৱ তথা চাহ বাগিচা পৰিচালিত (টিজিএম) বিদ্যালয়সমূহত ছাত্র-ছাত্রীৰ বাবে বিনামূলীয়া ইউনিফৰ্মৰ অভাৱ অত্যন্ত গুৰুতৰ বিষয়। যাৰ ফলত বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ নামভর্তিত বিরূপ প্রভাব পৰিছে। দিনক দিনে ছাত্র-ছাত্রীৰ নামভৰ্তিৰ প্ৰৱণতা নিম্নগামী হৈছে। তদুপৰি শ্ৰমিকসকলৰ আৱাসগৃহসমূহৰ অবস্থাও তথৈবচ।

অতি শোচনীয় অবস্থা এই ঘৰবোৰৰ। তেওঁলোকৰ নাই উপযুক্ত খোৱাপানীৰ ব্যৱস্থা। শ্রমিক গৃহ-লাইনসমূহত খোৱাপানীৰ অভাব, অনাময় ব্যৱস্থা আৰু অন্যান্য সা-সুবিধাৰ অভাৱ এই পৰীক্ষণকালত কেগৰ দৃষ্টিগোচৰ হয়। তদুপৰি শ্রমিকসকলৰ বাবে কামলৈ যোৱাৰ সময়ত সন্তান লালন-পালনৰ বাবে থাকিবলগীয়া গৃহৰ অভাৱ, নাই কেন্টিন অথবা অন্যান্য আমোদ-প্রমোদৰ ব্যৱস্থা।

ইপিনে, ন্যূনতম মজুৰি আইন ৰূপায়ণৰ ক্ষেত্ৰত চাহ শ্ৰমিকসকলৰ বাবে ন্যূনতম মজুৰি নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ পর্যাপ্ত নহয়। কর্তৃত্ববিহীনভাৱে চাহ বাগিচাসমূহত শ্রমিকক ধনৰ বিকল্প অন্যান্য সা-সুবিধাৰ জৰিয়তে মজুৰিৰ এটা অংশ আদায়ৰ ব্যৱস্থা অব্যাহত আছে। তদুপৰি এনে সা-সামগ্রী শ্রমিকক দিয়াৰ বিপৰীতে ইয়াৰ নগদ ধনৰ মূল্য কিমান হ’ব, সেই কথা নিশ্চিত কৰাৰো কোনো ব্যৱস্থা নাই। বহু ক্ষেত্ৰত দেখা গৈছে যে চুক্তি অনুসৰি বাগিচা মালিক সন্থাই মজুৰি আদায় নিদি কমকৈ মজুৰি আদায় দিয়ে।

ইয়াৰ উপৰি কিছুমান বাগিচাত শ্ৰমিকৰ বাবে ৰছদ আৰু খৰিও নাই। কেগে কয় যে সামগ্রিকভাৱে বাগিচাসমূহত শ্রমিক আইন আৰু শ্রমিক কল্যাণৰ ব্যৱস্থাৱলী ৰূপায়ণৰ ক্ষেত্ৰত বহু ত্রুটি আছে। কেগে বিভিন্ন ক্ষেত্রত উদ্বেগ ব্যক্তও কৰে। মন কৰিবলগীয়া যে যোৱা ২০১৫-১৬ৰ পৰা ২০২০-২১লৈ চাহ শ্রমিক কল্যাণ বিভাগৰ সঞ্চালকে ১৮৭খন আঁচনি ৰূপায়ণ কৰে আৰু ইয়াৰ বিনিময়ত বাজেট আছিল ৬০০.১৯ কোটি। অথচ বাস্তৱ ক্ষেত্রত মাত্র ৮২খন আঁচনিহে ৰূপায়ণ কৰা হয়, যাৰ বিনিময়ত ব্যয় হোৱা ধনৰ পৰিমাণ হৈছে ২০২.৬৫ কোটি আৰু বাজেট আবণ্টিত ধনৰ পৰিমাণ হৈছে ৩৬৫.৬০ কোটি।

২০১৫-১৬ আৰু ২০১৯-২০ বৰ্ষৰ ভিতৰত কেগে পৰীক্ষা কৰা ১০খন আঁচনিৰ ভিতৰত আছিল ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি, যক্ষ্মা আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বিত্তীয় অনুদান, পিকআপ ভানৰ দৰে বাহন আদি ক্রয়। এইসমূহ আঁচনি ৰূপায়ণ কৰিব পৰা নগ’ল আৰু এই আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ অপাৰগতা প্ৰকাশৰ মূল কাৰণ হৈছে হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰাত ব্যৰ্থতা। যাৰ ফলত বাজেট নিৰ্ধাৰিত ৯৬.৪৪ কোটি টকা ব্যয় নোহোৱাকৈ পৰি ৰ’ল।

ইপিনে, ২০১৫-১৬ আৰু ২০১৯-২০ বৰ্ষৰ ভিতৰত অসম চৰকাৰৰ বাজেট বক্তৃতাত ঘোষণা কৰা হৈছিল চাহ শ্রমিক কল্যাণৰ বাবে ৪৪খন আঁচনি। ইয়াৰ ভিতৰত ২৫খন আঁচনি ৰূপায়ণৰ দায়িত্ব আছিল চাহ শ্রমিক কল্যাণ বিভাগৰ। এই ২৫খনৰ ভিতৰত নখন পুঁজি লাভ নকৰাৰ ফলত ৰূপায়ণ কৰিব পৰা নগ’ল। তদুপৰি ৰূপায়িত হোৱা অন্যান্য আঁচনিসমূহতো কেগে উদ্ধাৰ কৰিলে বৃহৎ বিসংগতি। অতি দুর্ভাগ্যজনক বিষয়টো হৈছে যে চাহ জনগোষ্ঠীৰ বাবে থকা এইসমূহ আঁচনি ৰূপায়ণৰ সন্দৰ্ভত চাহ শ্ৰমিকৰ অজ্ঞতা।

ইয়াৰ মূল কাৰণ হৈছে শিক্ষাৰ অনগ্ৰসৰতা। কেগে কয় যে অতি উদ্বেগজনকভাৱে চাহ শ্রমিকৰ শিক্ষাৰ মান অতিশয় নিম্ন। মাত্র ৪১ শতাংশ শ্রমিকহে শিক্ষিত। এতিয়া প্রশ্ন হয় যে দীর্ঘদিন ধৰি চাহ শ্রমিকক ভোটৰ আহিলাৰূপে ব্যৱহাৰ কৰা বুলি ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ বিষয়ে থকা অতিশয় নিম্ন  | মাত্র ৪১ শতাংশ শ্রমিকহে শিক্ষিত। এতিয়া প্রশ্ন হয় যে দীর্ঘদিন ধৰি চাহ শ্রমিকক ভোটৰ আহিলাৰূপে ব্যৱহাৰ কৰা বুলি ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ বিষয়ে থকা চর্চা দৰাচলতে বাস্তৱ নেকি? কেগৰ প্ৰতিবেদনে ৰাজ্য চৰকাৰকে ধৰি চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি অহা বুলি দাবী কৰা বিভিন্ন দল-সংগঠনৰ চকু মেল খুৱাবনে ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CAG ConcernsGovernment manipulationtea workers wages
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d