Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

India has the highest plastic pollution in the world with an annual production of 9.3 million tonnes:বছৰি উৎপাদন ৯.৩ নিযুত টন বিশ্বৰ সৰ্বাধিক প্লাষ্টিক প্ৰদূষণ ভাৰতত

ভয়াৱহ পৰিণতি অৱধাৰিত হৈছে, উদ্বেগজনক তথ্য,চেৰ পেলালে চীন-আমেৰিকা যুক্তৰাষ্ট্ৰক

samimsultana by samimsultana
September 16, 2024
in India, Environment, News
Reading Time: 2 mins read
0
India has the highest plastic pollution in the world with an annual production of 9.3 million tonnes:বছৰি উৎপাদন ৯.৩ নিযুত টন বিশ্বৰ সৰ্বাধিক প্লাষ্টিক প্ৰদূষণ ভাৰতত
1
SHARES
14
VIEWS
ShareShareShareShare

India has the highest plastic pollution in the world with an annual production of 9.3 million tonnes:

ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৃথিৱীৰ পৰিৱেশ অতি ভয়াৱহ হৈ উঠাৰ আশংকা প্ৰৱল হৈছে। শেহতীয়াভাৱে জলবায়ু পৰিৱৰ্তনক লৈ চিন্তাশীল সমাজ উদ্বিগ্ন হৈ উঠাৰ সময়তে পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য। অদূৰ ভৱিষ্যতে প্লাষ্টিক প্রদূষণে পৃথিৱীক গ্ৰাস কৰাৰ আশংকা প্রকট হৈছে। কাৰণ নিতৌ বৃদ্ধি পাইছে প্লাষ্টিক প্রদূষণ।

ADVERTISEMENT

লক্ষ্যণীয়ভাৱে এই ক্ষেত্রত ভাৰতৰ অৱস্থাও উদ্বেগজনক হৈছে। ভাৰতত প্ৰতি বছৰে ৯.৩ নিযুত টন অর্থাৎ ৯৩ লাখ টন প্লাষ্টিক প্রদূষক নির্গত হৈ আহিছে। কোনো কালে মাটিত জীণ নোযোৱা এই প্ৰদূষকসমূহে মাটি, পানী আৰু বায়ুৰ অবর্ণনীয় ক্ষতিসাধন কৰিছে। বিশ্বখ্যাত স্বাস্থ্য আলোচনী ‘নেচাৰ’ৰ এক শেহতীয়া প্রতিবেদনৰ তথ্য অনুসৰি, প্ৰতি বছৰে ভাৰতত প্রায় ৫৮ লাখ টন প্লাষ্টিক দাহ কৰা হয়। প্লাষ্টিক দাহনৰ ফলত যে বায়ুৰ প্ৰচুৰ ক্ষতিসাধন হৈছে সেয়া কোৱা বাহুল্য মাথোঁ।

RelatedPosts

No Content Available

অকল সেয়াই নহয়, ভাৰতত প্ৰতি বছৰে মাটি, পানী আৰু বায়ুৰ স’তে আন বৃহৎ পৰিমাণৰ প্লাষ্টিক প্রদূষক মিহিলি হয়। এনে প্লাষ্টিক প্ৰদূষকৰ পৰিমাণ ৩৫ লাখ টন। ভৱিষ্যতৰ বাবে এনে অৱস্থা যে মুঠেই সুখকৰ নহ’ব সেয়া চিন্তাশীল লোকসকলে অনুধাৱন কৰিছে। ‘নেচাৰ’ আলোচনীৰ তথ্য অনুসৰি প্লাষ্টিকৰ প্ৰদূষকৰ সৃষ্টিৰ ক্ষেত্ৰত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনকো পিছ পেলাইছে। আলোচনীখনে প্রকাশ কৰা অনুসৰি ভাৰতত বছৰি ৯৩ লাখ টন প্লাষ্টিক প্ৰদূষক সৃষ্টি হোৱাৰ বিপৰীতে চীনত ২৮ লাখ টন প্লাষ্টিক প্রদূষকৰ সৃষ্টি হৈ আহিছে।

এই ক্ষেত্ৰত ভাৰতে ইণ্ডোনেছিয়া (৩৪ লাখ টন) আৰু নাইজেৰিয়া (৩৫ লাখ টন) কো পিছ পেলাইছে। এনেদৰে ভাৰতে বিশ্বৰ মুঠ প্লাষ্টিক প্ৰদূষকৰ ২০ শতাংশ উৎপাদন কৰিবলৈ লৈছে। আনহাতে, লীচ্ছ বিশ্ববিদ্যালয়ৰ একাংশ গৱেষকৰ অধ্যয়ন অনুসৰি বছৰি বিশ্বত ২৫১ নিযুত টন অর্থাৎ ২৫ কোটি ১০ লাখ টন প্লাষ্টিক প্রদূষকৰ সৃষ্টি হয়। কাজেই পৃথিৱীখন যে এক ভয়াৱহ পৰিণতিৰ দিশে অগ্ৰসৰ হৈছে তাক লৈ সন্দেহৰ অৱকাশ নাই।

কাৰণ ইতিমধ্যে জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱেশ বা বতৰে অস্বাভাৱিক ৰূপ লৈছে। ইয়াৰ ফলত কেতবোৰ স্থানত অতিমাত্ৰা গৰম পৰিবলৈ লৈছে বা আন কেতবোৰ স্থানত অতিপাত বৰষুণ হ’বলৈ ধৰিছে। তদুপৰি বিভিন্ন বেমাৰ-আজাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। এই অৱস্থা অদূৰ ভৱিষ্যতে অধিক জটিল হোৱাৰ আশংকা আছে। বছৰি বিশ্বত উৎপাদন হোৱা ২৫ কোটি ১০ লাখ প্লাষ্টিকৰ আৱৰ্জনাই অলিম্পিকত ব্যৱহৃত ছুইমিং পুলৰ আকাৰৰ প্ৰায় দুই লাখ ছুইমিং পুল পুতি পেলাব পাৰিব।

গৱেষকসকলৰ মতে পৌৰ নিকায়-নিগমসমূহৰ কৰ্মীয়ে প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰে যদিও এইবোৰৰ ব্যৱস্থাপনা যথোচিতভাৱে কৰা নহয়। এইক্ষেত্ৰত আৱৰ্জনাৰ পুনৰ চক্ৰীকৰণৰ ব্যৱস্থা আছে যদিও সাধাৰণতে প্লাষ্টিকৰ আৱৰ্জনা মাটিত পুতি পেলোৱা হয়, কিন্তু এনে আৱৰ্জনা মাটিত জীণ নাযায়। তাৰ বিপৰীতে মাটি প্ৰদূষিতহে কৰে। আনকি এনে প্ৰদূষকে পৰিৱেশ তন্ত্রক ভাঙি পেলাব পাৰে।

আনহাতে, এনে প্রদূষক জুলাই দিলে বায়ুমণ্ডলৰ স’তে ক্ষতিকাৰক কাৰ্বন মন’ক্সাইড মিহলি হয়। এনে বায়ু সেৱন কৰাটো অতি বিপজ্জনক। কাৰণ এনে বায়ু সেৱনে মানুহক হৃদপিণ্ডৰ ৰোগ, শ্বাস-প্রশ্বাস ৰোগ, কর্কট, স্নায়ু বিসংগতি আদিত আক্রান্ত কৰিব পাৰে। গতিকে গৱেষকসকলে সময় থাকোতে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থাপনা নীতি গ্রহণ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

গৱেষকসকলে লগতে আঙুলিয়াই দিছে যে প্লাষ্টিকৰ আৱৰ্জনা নিৰ্গমনৰ মাত্ৰা ভাৰতকে ধৰি সমগ্ৰ দক্ষিণ এছিয়া, উপ-ছাহাৰা আফ্রিকা আৰু দক্ষিণ-পূব এছিয়াত সর্বাধিক। গৱেষকসকলৰ মতে, ব্যৱস্থাপনাৰ বাহিৰত হৈ যোৱা প্লাষ্টিক আৱৰ্জনাৰ পৰিমাণ বছৰি ২২.২ নিযুত টন হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: annual production of 9.3 million tonnesIndia has the highest plastic pollution
samimsultana

samimsultana

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d