Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Adverse Effects of Climate Change on the Brahmaputra:জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ

জলবায়ু পৰিৱৰ্তনৰ কুপ্রভাৱৰ পৰিণতিত সৃষ্টি কৰিব প্রলয়ংকৰী বান, কোনো সময়ত আকৌ খৰাং পৰিৱেশে মৰুভূমি সদৃশ কৰিব ব্রহ্মাপুত্র উপত্যকাক, ব্রহ্মাপুত্ৰৰ ওপৰত পানী, বিদ্যুৎ, খাদ্য, কৃষি, মাছ মৰা কাৰ্যৰে নিৰ্ভৰশীল ১১৪ নিযুত লোকৰ বিপদৰ আশংকা

publisher by publisher
March 23, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Adverse Effects of Climate Change on the Brahmaputra:জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

Global warming:বাঢ়িছে দিন, হো-হোৱাই গলিছে বৰফ

IMD Report:ৰাজ্যত চাৰে তিনি মাহতকৈ অধিক দিন বৰষুণ নাই

Adverse Effects of Climate Change on the Brahmaputra:

প্রদূষণৰ অস্বাভাৱিক মাত্রাই গুৱাহাটীক সমগ্র বিশ্ববাসীৰ সম্মুখতে লজ্জানত কৰাৰ সময়তে এইবাৰ উন্মোচিত হৈছে অস্বাভাৱিক জলবায়ু পৰিৱর্তনে সমগ্র ব্রহ্মপুত্র অৱবাহিকালৈ কঢ়িয়াই অনা গভীৰ প্রত্যাহ্বানৰ তথ্য।

ADVERTISEMENT

জলবায়ু পৰিৱৰ্তনৰ কৃপ্ৰভাৱৰ পৰিণতি ব্রহ্মপুত্র অৱবাহিকালৈ হৈ পৰিব পাৰে অভিশাপ স্বৰূপ। ব্রহ্মপুত্রৰ জলৰাশি অস্বাভাৱিক হাৰত শুকাই যোৱাৰ বাবে সমগ্র ব্রহ্মপুত্র অৱবাহিকাৰ দুয়োপাৰে খৰাং পৰিবেশৰ সৃষ্টিৰ সমান্তৰালকৈ কোনো সময়ত আকৌ ব্রহ্মপুত্রব বুকুৱেদি নামি অহা পানীৰ ধলে সমগ্র উপত্যকাত সৃষ্টি কৰিব পাৰে প্ৰলয়ংকাৰী বানৰ।

অস্ট্রেলিয়া চৰকাৰৰ পুঁজিৰ সহায়ৰে ছিডনীৰ আইচিআইএমআ’ডি নামৰ সংস্থাটোৱে ৰাষ্ট্ৰখনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ সহযোগত প্রকাশ কৰি উলিওৱা ‘হিন্দুকুশ হিমালয় অঞ্চলত নদী অৱবাহিকা নিয়ন্ত্রণ আৰু সহযোগিতাৰে উন্নয়ন’ শীর্ষক প্রতিবেদনত জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ বাবে ব্ৰহ্মপুত্ৰ আৰু গংগা তথা সিন্ধু নদীয়ে স্বকীয়তা হেৰুওৱাৰ উপক্রম ঘটিছে বুলি সকীয়াই দিয়া হৈছে।

পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে অসমৰ পৰা বাংলাদেশলৈকে ৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ অঞ্চল পৰিবেষ্টিত ব্ৰহ্মপুত্ৰ নৈক কেন্দ্ৰ কৰি গঢ়ি উঠা সভ্যতাই অনাগত দিনত প্রতি মুহূৰ্ততে প্ৰকৃতিৰ নিৰ্মম ৰোষৰ বলি হ’ব লাগিব।

উল্লেখ্য যে ব্রহ্মপুত্ৰ নৈৰ অৱবাহিকা অঞ্চলত প্রায় ১১৪ নিযুত লোকে পানী, বিদ্যুৎ, খাদ্য, কৃষিকৰ্ম আৰু মাছমৰা কাৰ্যৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। কিন্তু বিগত বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠা হিন্দুকুশ হিমালয়ৰ দক্ষিণ পূব এছিয়াৰ বহু অংশ সভ্যতাই এতিয়া জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ বাবে বিপদৰ সন্মুখীন হ’ব লাগিব।

মূলতঃ ব্ৰহ্মপুত্ৰ অৱবাহিকা অঞ্চলত আৰম্ভ হোৱা দ্রুত ঔদ্যোগীকৰণ, নগৰ সৃষ্টি আৰু কৃষিকৰ্মৰ লগতে আন বিভিন্ন কাম-কাজৰ বাবে ব্যাপক হাৰত ব্ৰহ্মপুত্ৰৰ পানী আহৰণ কৰাৰ ধাৰাবাহিকতাই নৈখনৰ স্বকীয়তাত আঘাত হানিছে। সমান্তৰালকৈ নলা-নর্দমাৰে নিগৰি অহা দূষিত পানী তথা ঔদ্যোগিক আৱৰ্জনাই ব্ৰহ্মপুত্ৰৰ জলৰাশিক ক্ৰমাৎ প্ৰদূষিত কৰি তুলিছে।

এনেবোৰ কাৰকৰ বাবে ব্ৰহ্মপুত্ৰ নৈৰ জলপৃষ্ঠ বছৰৰ কোনো সময়ত শুকাই যোৱাৰ বিপৰীতে আন কোনো সময়ত আকৌ প্রলয়ংকৰী বানৰ সৃষ্টি কৰিব পাৰে বুলি ছিডনীৰ গৱেষক সংস্থাটোৱে ভাৰত চৰকাৰক সতৰ্ক কৰি দিছে।

সংস্থাটোৰ মতে, আগন্তুক বছৰসমূহত বিশ্বৰ তাপমাত্রা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ ইংগিত ইতিমধ্যে স্পষ্ট হৈছে। ইয়াৰ সমান্তৰালকৈ জলবায়ু পৰিৱৰ্তনো অৱশ্যম্ভাবী। সমগ্র বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ কম-বেছি পৰিমাণে প্ৰভাৱ পৰিব যদিও ইয়াৰে ভিতৰত সৰ্বাধিক হাৰত কুপ্ৰভাৱ পৰিব ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু নদীৰ অৱবাহিকা তথা দক্ষিণ এছিয়াৰ আন সকলোবোৰ নদীত।

ভাৰতীয় ভূখণ্ডত ব্ৰহ্মপুত্ৰ আৰু গংগা নৈয়ে স্বকীয়তা হেৰুৱাই পেলোৱাৰ ফলত অঞ্চলটোৰ প্ৰায় এক বিলিয়ন মানুহ ক্ষতিগ্রস্ত হ’ব বুলি গৱেষক সংস্থাটোৱে এক সমীক্ষাৰ উদ্ধৃতি প্ৰকাশ কৰিছে।

গৱেষক সংস্থাটোৱে প্রতিবেদনখনত কয়, ‘জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰত সবাতোকৈ অধিক হাৰত প্ৰভাৱিত হৈছে। সেয়েহে সতর্কতামূলক ব্যৱস্থা হিচাপে কার্বন নির্গমন যিমান পাৰি হ্ৰাস কৰিব লাগে। দেশখনে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিস্থিতি অনুযায়ী জৰুৰী ভিত্তিত কি ব্যৱস্থা গ্রহণ কৰে সেয়া নির্ধাৰণ কৰিব লাগে। খাদ্য, পানী আৰু ক্ষুদ্র কৃষকসকলক এই প্রত্যাহ্বানৰ পৰা কি ধৰণে ৰক্ষা কৰা হ’ব, তাৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব পাৰি সেয়া সকলো তাৎক্ষণিকভাৱে বিবেচনা কৰাটো ভাৰতৰ বাবে জৰুৰী হৈ পৰিছে।’

প্রতিবেদনত লগতে কোৱা হৈছে যে ব্রহ্মপুত্ৰৰ স্বকীয়তাৰ পৰিৱৰ্তনে সমাজৰ সবাতোকৈ দুখীয়া শ্ৰেণীৰ লোকসকলক ইতিমধ্যে আঘাত হানিছে। বিশেষকৈ মহিলা, বিশেষভাৱে সক্ষম লোক আৰু প্রাত্যহিক জীৱন-নিৰ্বাহৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰশীল প্রান্তীয় সম্প্রদায়সমূহে ইতিমধ্যে সংকটৰ বোজা ল’বলগীয়া হৈছে। খাদ্য সুৰক্ষাৰ লগতে জীৱিকা আৰু বিশুদ্ধ পানীৰ সুবিধা আদিৰ ক্ষেত্ৰত ইতিমধ্যে ভাবুকিৰ সন্মুখীন হৈছে ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ দুয়োপাৰৰ লোকসকল।

অষ্ট্ৰেলিয়াৰ গৱেষক সংস্থাটোৱে চলোৱা অধ্যয়নত এই কথাও উন্মোচিত হৈছে যে জলবায়ু পৰিৱৰ্তনৰ ধাৰাবাহিকতাৰ ফলত অব্যাহত থকা অস্বাভাৱিক বাৰিষা কাল আৰু প্ৰচণ্ড গৰম বা কোনো কোনো সময়ত সৃষ্টি হোৱা খৰাং সদৃশ পৰিৱেশৰ বাবে ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক প্ৰৱাহত ব্যাঘাত জন্মিছে।

ইয়াৰ পৰিণতিত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি অব্যাহত থকা জীৱননিৰ্বাহ প্ৰণালী। খৰাং পৰিৱেশৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকা যিদৰে মৰুভূমি সদৃশ হৈ পৰিব ঠিক তেনেদৰে প্ৰবল বানপানীয়েও তচনচ্ কৰিব নৈখনক কেন্দ্র কৰি গঢ়ি উঠা সভ্যতাৰ স্বপ্ন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Adverse EffectsBrahmaputraClimate Change
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d