Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

    Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

    Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

    Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

    Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

    Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Aap Assam Pressmeet:নিযুক্তি পৰীক্ষাৰ ব্যৱস্থাপনাত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ সংবাদমেল

মহিলা পৰীক্ষাৰ্থীৰ শ্লীলতাহানিৰ ঘটনাৰ তদন্তৰ দাবী আপৰ জ্যেষ্ঠ নেত্ৰী পুনম গগৈৰ

samimsultana by samimsultana
September 18, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Aap Assam Pressmeet:নিযুক্তি পৰীক্ষাৰ ব্যৱস্থাপনাত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ সংবাদমেল
13
SHARES
127
VIEWS
ShareShareShareShare

Aap Assam Pressmeet:

ৰাজ্যজুৰি ইন্টাৰনেট কৰ্তনৰ উপৰি পৰীক্ষা গৃহত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতো চৰকাৰে নিকা আৰু স্বচ্ছতাৰে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে।” আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত দলটোৰ জ্যেষ্ঠ নেত্ৰী পুনম গগৈয়ে এক সংবাদমেলত এই অভিযোগ কৰে। সংবাদমেলত আপৰ নেত্ৰী গৰাকীয়ে কয় যে পৰীক্ষা গৃহত প্ৰৱেশৰ পূৰ্বে নিৰাপত্তা বিষয়ক তালাচীৰ নামত একাংশ মহিলা পৰীক্ষাৰ্থীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে। আম আদমী পাৰ্টিয়ে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগক এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে।

ADVERTISEMENT

সংবাদমেলত আপৰ নেত্ৰী পুনম গগৈৰ অভিযোগ, এডিআৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে কোনো ধৰণৰ এছ অ’ পি নাছিল। তদুপৰি পৰীক্ষা পৰিচালনাৰ বাবে নিযুক্ত কৰ্মকৰ্তা সকলৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ অভাৱ আছিল। ইন্টাৰনেট কৰ্তন আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এডিআৰইৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হোৱা ঘটনাই সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে সন্দেহৰ সৃষ্টি কৰিছে। চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ উত্তৰবহীৰ ওপৰত চাকৰি প্ৰাৰ্থীৰ নাম উল্লেখ আৰু ফটো সংলগ্ন কৰাৰ নিৰ্দেশ ৰহস্যজনক। এই ব্যৱস্থাই গভীৰ সন্দেহৰ সৃষ্টি কৰিছে।

RelatedPosts

Aap Pressmeet in Guwahati:বিদেশী বিনিয়োগৰ নামত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ আপৰ সংবাদমেল

Aap Assam Pressmeet:উমৰাংচুৰ ঘটনাৰ বাবে ৰাজ্য চৰকাৰক জগৰীয়া কৰিলে অনুৰূপা ডেকাৰজাই

Aap Assam Pressmeet:উপ নিৰ্বাচনক লৈ আপৰ গুৰুতৰ অভিযোগ

আনহাতে, কোনো পৰীক্ষা কেন্দ্ৰ স্থাপন নোহোৱা নগাঁও, ধুবুৰীৰ দৰে জিলাৰ প্ৰাৰ্থীসকলে গুৱাহাটীলৈ আহিবলগীয়া হোৱাত বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। ইন্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ বাবে গুগল মেপৰ জৰিয়তে দূৰৱৰ্তী জিলা সমূহৰ প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰ বিচাৰি উলিওৱাত সমস্যাৰ সন্মুখীন হয়। যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। মুঠতে নিযুক্তি পৰীক্ষাৰ নামত ইচ্ছাকৃতভাৱে এক বেমেজালিৰ সৃষ্টি কৰে কৰ্তৃপক্ষই।  সংবাদমেলত আপ অসমৰ নেত্ৰীগৰাকীয়ে নিযুক্তি পৰীক্ষাৰ প্ৰতিটো অনিয়মৰ অভিযোগৰ সুকীয়া তদন্তৰ দাবী কৰে। সংবাদমেলত আপৰ আন এগৰাকী নেত্ৰী মঞ্জু ডেকা হুছেইনো উপস্থিত থাকে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aap Assam PressmeetAddressing Senior Leader Punam GogoiState Aap Office
samimsultana

samimsultana

Related Posts

Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ
News

May 13, 2025
Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই
News

Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

May 13, 2025
Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ
News

Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

May 13, 2025
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
News

Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
News

Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
News

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

May 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d