Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Aap Assam Pressmeet:উমৰাংচুৰ ঘটনাৰ বাবে ৰাজ্য চৰকাৰক জগৰীয়া কৰিলে অনুৰূপা ডেকাৰজাই

চৰকাৰী পৃষ্ঠপোষকতাত চলা অবৈধ কয়লা খননৰ চিবিআই তদন্তৰ দাবী আপৰ

publisher by publisher
January 9, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Aap Assam Pressmeet:উমৰাংচুৰ ঘটনাৰ বাবে ৰাজ্য চৰকাৰক জগৰীয়া কৰিলে অনুৰূপা ডেকাৰজাই
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Aap Assam Pressmeet:

প্ৰকৃতিৰ ৰম্যভূমি ডিমা হাছাও জিলাৰ অবৈধ কয়লা খনন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে সৰৱ হৈছে আম আদমী পাৰ্টিৰ ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজাই ।

ADVERTISEMENT

বৃহস্পতিবাৰে গুৱাহাটীত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ নেত্ৰী গৰাকীয়ে কয়, “ডিমা হাছাও জিলাৰ উমৰাংছুত সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাতে অবৈধ কয়লা খনন চলি আছে। উচ্চতম ন্যায়ালয়ে ৰেট হোল কয়লা খননৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিচতো আদালতৰ নিৰ্দেশ অৱমাননা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তিৰ পৰিয়ালক অবৈধ ভাৱে কয়লা খননৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবেই আজি ভয়ানক দুৰ্যোগৰ সৃষ্টি হৈছে।

মুখ্যমন্ত্রীৰ ঘনিষ্ঠ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী দেৱলাল গাৰ্লোচাৰ পত্নীৰ মালিকানাধীন প্ৰতিষ্ঠানৰ অবৈধ খনিত শ্ৰমিকসকল মৃত্যুমুখত পৰিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ তিনিদিন উকলি যোৱাৰ পিছতো নিৰুদ্দেশ হোৱা শ্ৰমিক সকলক উদ্ধাৰ কৰিব পৰা নাই। মাত্ৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আমি আম আদমী পাৰ্টিয়ে এই ঘটনাৰ চিবিআইৰ জৰিয়তে তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ। “

সংবাদমেলত অনুৰূপা ডেকাৰজাই অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দেৱলাল গাৰ্লোচাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই দেৱলালৰ পত্নী কনিকা হোজাইক চৰকাৰে অবৈধভাৱে ৰেট হোল মাইনিং কৰিবলৈ অনুমতি দিছে। এই সম্পৰ্কৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে কনিকা হোজাইক গ্ৰেপ্তাৰ কৰা নাই। আপৰ নেত্ৰী গৰাকীৰ দাবী,  অবিলম্বে এই ঘটনাৰ সৈতে জড়িত সকলক গ্ৰেপ্তাৰ কৰক। বিজেপিৰ নেতা – নেত্ৰী, অথবা শাসক দলৰ লোকক সকলো ধৰণৰ অবৈধ কাম চলাই যোৱাৰ অনুমতি কোনে দিয়ে তাৰো তদন্ত হোৱা উচিত। আমি আম আদমী পাৰ্টিয়ে উমৰাংছুত নিহত আৰু আহত হোৱা শ্ৰমিক সকলৰ বাবে চৰকাৰে পৰ্যাপ্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ।

উল্লেখনীয় যে ইয়াৰ পূৰ্বেও তিনিচুকীয়া জিলাৰ লিডুত একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ৰেট হোল মাইনিঙৰ জৰিয়তে অবৈধ খনন চলাই থকা অৱস্থাত কেইবা গৰাকীও শ্ৰমিকৰ মৃত্যু হৈছিল। লিডু-মাৰ্ঘেৰিটাৰ কয়লা চিণ্ডিকেটৰ সৈতে চৰকাৰী পক্ষৰ প্ৰভাৱশালী নেতা – মন্ত্ৰীৰ সম্পৰ্ক থকাৰ বাবেই অবৈধ কয়লা খনন বন্ধ হোৱা নাই। দুৰ্গম খনিত শ্ৰমিক সকলৰ জীৱনৰ নিৰাপত্তা বিঘ্নিত হৈছে। তথাপিও চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া ৰহস্যজনক।

সংবাদমেলত এনেদৰে চৰকাৰী পৃষ্ঠপোষকতাত চলা অবৈধ কয়লা খননৰ সৈতে ডিমা হাছাওৰ মুখ্য কাৰ্যবাহীৰ প্ৰত্যক্ষ সম্পৰ্ক আৰু ছিণ্ডিকেট ৰাজৰ বিৰুদ্ধে সৰৱ হয় আপৰ ৰাজ্যিক উপ- সভাপতি অনুৰূপা ডেকাৰজাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Assam PressmeetAddressing Anurupa DekarajaGuwahati
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d