Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Assam Pressmeet:নিযুক্তি পৰীক্ষাৰ ব্যৱস্থাপনাত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ সংবাদমেল

মহিলা পৰীক্ষাৰ্থীৰ শ্লীলতাহানিৰ ঘটনাৰ তদন্তৰ দাবী আপৰ জ্যেষ্ঠ নেত্ৰী পুনম গগৈৰ

samimsultana by samimsultana
September 18, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Aap Assam Pressmeet:নিযুক্তি পৰীক্ষাৰ ব্যৱস্থাপনাত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ সংবাদমেল
13
SHARES
131
VIEWS
ShareShareShareShare

RelatedPosts

Aap Pressmeet in Guwahati:বিদেশী বিনিয়োগৰ নামত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ আপৰ সংবাদমেল

Aap Assam Pressmeet:উমৰাংচুৰ ঘটনাৰ বাবে ৰাজ্য চৰকাৰক জগৰীয়া কৰিলে অনুৰূপা ডেকাৰজাই

Aap Assam Pressmeet:উপ নিৰ্বাচনক লৈ আপৰ গুৰুতৰ অভিযোগ

Aap Assam Pressmeet:

ৰাজ্যজুৰি ইন্টাৰনেট কৰ্তনৰ উপৰি পৰীক্ষা গৃহত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতো চৰকাৰে নিকা আৰু স্বচ্ছতাৰে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে।” আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত দলটোৰ জ্যেষ্ঠ নেত্ৰী পুনম গগৈয়ে এক সংবাদমেলত এই অভিযোগ কৰে। সংবাদমেলত আপৰ নেত্ৰী গৰাকীয়ে কয় যে পৰীক্ষা গৃহত প্ৰৱেশৰ পূৰ্বে নিৰাপত্তা বিষয়ক তালাচীৰ নামত একাংশ মহিলা পৰীক্ষাৰ্থীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে। আম আদমী পাৰ্টিয়ে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগক এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে।

ADVERTISEMENT

সংবাদমেলত আপৰ নেত্ৰী পুনম গগৈৰ অভিযোগ, এডিআৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে কোনো ধৰণৰ এছ অ’ পি নাছিল। তদুপৰি পৰীক্ষা পৰিচালনাৰ বাবে নিযুক্ত কৰ্মকৰ্তা সকলৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ অভাৱ আছিল। ইন্টাৰনেট কৰ্তন আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এডিআৰইৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হোৱা ঘটনাই সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে সন্দেহৰ সৃষ্টি কৰিছে। চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ উত্তৰবহীৰ ওপৰত চাকৰি প্ৰাৰ্থীৰ নাম উল্লেখ আৰু ফটো সংলগ্ন কৰাৰ নিৰ্দেশ ৰহস্যজনক। এই ব্যৱস্থাই গভীৰ সন্দেহৰ সৃষ্টি কৰিছে।

আনহাতে, কোনো পৰীক্ষা কেন্দ্ৰ স্থাপন নোহোৱা নগাঁও, ধুবুৰীৰ দৰে জিলাৰ প্ৰাৰ্থীসকলে গুৱাহাটীলৈ আহিবলগীয়া হোৱাত বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। ইন্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ বাবে গুগল মেপৰ জৰিয়তে দূৰৱৰ্তী জিলা সমূহৰ প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰ বিচাৰি উলিওৱাত সমস্যাৰ সন্মুখীন হয়। যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। মুঠতে নিযুক্তি পৰীক্ষাৰ নামত ইচ্ছাকৃতভাৱে এক বেমেজালিৰ সৃষ্টি কৰে কৰ্তৃপক্ষই।  সংবাদমেলত আপ অসমৰ নেত্ৰীগৰাকীয়ে নিযুক্তি পৰীক্ষাৰ প্ৰতিটো অনিয়মৰ অভিযোগৰ সুকীয়া তদন্তৰ দাবী কৰে। সংবাদমেলত আপৰ আন এগৰাকী নেত্ৰী মঞ্জু ডেকা হুছেইনো উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Assam PressmeetAddressing Senior Leader Punam GogoiState Aap Office
samimsultana

samimsultana

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d