Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Eviction operation will also be conducted on term lease land in Kasutali tribal belt: কচুতলিৰ জনজাতি বেষ্টনীৰ ম্যাদী পট্টাৰ মাটিতো চলিব উচ্ছেদ অভিযান

ধনৰ বিনিময়ত জনজাতি বেষ্টনীত সংস্থাপিত কৰা দালাল চক্ৰৰ আত্মগোপন, একাংশ অ-জনজাতিৰ হাতত এশ বছৰ পুৰণি নথি

samimsultana by samimsultana
September 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Eviction operation will also be conducted on term lease land in Kasutali tribal belt: কচুতলিৰ জনজাতি বেষ্টনীৰ ম্যাদী পট্টাৰ মাটিতো চলিব উচ্ছেদ অভিযান
2
SHARES
18
VIEWS
ShareShareShareShare

Eviction operation will also be conducted on term lease land in Kasutali tribal belt:

অবৈধভাৱে কচুতলি জনজাতি আবেষ্টনীৰ ভূমি অ-জনজাতি লোকৰ নামত অসাধু চক্ৰই ম্যাদী কৰাৰ তথ্য পোহৰলৈ আহিছে। এনেদৰে ম্যাদী কৰা মাটিতো উচ্ছেদ অভিযান চলোৱাৰ আঁচনি লৈছে চৰকাৰ-প্রশাসনে।

ADVERTISEMENT

উল্লেখ্য যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা দক্ষিণ কামৰূপ জনজাতি বেষ্টনীৰ অধীনস্থ সোণাপুৰ পথাৰ, কচুতলি পথাৰ আৰু গোমৰীয়া পথাৰত অলপতে প্রশাসনে উচ্ছেদ চলায়। এই উচ্ছেদ অভিযান চাৰিদিন শান্তিপূর্ণভাৱে চলে যদিও যোৱা ১২ ছেপ্টেম্বৰত একাংশ বেদখলকাৰী আৰু আৰক্ষী-প্ৰশাসনৰ লোকৰ মাজত ৰক্তক্ষয়ী সংঘাতৰ সূত্রপাত হয়। ফলত তিনিজনকৈ লোকে প্রাণ হেৰুৱাবলগীয়া হোৱাৰ উপৰি এগৰাকী নাবালিকাসহ ২০ জনতকৈ অধিক লোক আহত হয়।

RelatedPosts

Eviction operation again in Silsako: শিলসাঁকোত পুনৰ উচ্ছেদ অভিযান

Administration eviction operation in Sonapur Kachutali:সোণাপুৰৰ কচুতলীত প্ৰশাসনৰ উচ্ছেদ অভিযান

পাছদিনা কামৰূপ মহানগৰ জিলা প্রশাসনে এক জাননীযোগে দক্ষিণ কামৰূপ জনজাতি বেষ্টনীৰ উল্লিখিত অঞ্চলত ম্যাদী আৰু একচনা পট্টাৰ মাটিত বাস কৰি থকা লোকসকলক তিনিদিনৰ ভিতৰত আঁতৰি যাবলৈ নির্দেশ দিয়ে। এই জাননীৰ পাছতে জনজাতি বেষ্টনীত স্থায়ীভাবে বাসৰ যোগ্যতা নথকা বহু হেজাৰ লোকে স্বেচ্ছাই নিজৰ ঘৰ- দুৱাৰ ভাঙি আঁতৰি যায়।

আনহাতে, সূত্রই প্রকাশ কৰা মতে, সোণাপুৰ পথাৰ আৰক্ষীৰ কচুতলি পথাৰ ৰাজহ গাঁৱত বাস কৰা একাংশ লোকৰ ১৯২৩-২৭ ৰে ভূমি বন্দবস্তিৰ নথিপত্র আছে। অর্থাৎ ১৯৫০ত জনজাতি খণ্ড-বেষ্টনী গঠন হোৱাৰ পূৰ্বৰে নথিপত্র এইসকল লোকৰ হাতত আছে। এনে লোকসকল জনজাতি বেষ্টনী বা খণ্ডত বসবাসৰ যোগ্য আৰু তেওঁলোকক উচ্ছেদ কৰা নহয় বুলি সূত্রই সদৰী কৰিছে। তথাপি সমগ্র বিষয় তন্নতন্নকৈ পৰীক্ষা কৰি থকা হৈছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

আনহাতে, বৰবিলাত একাংশ বাঙালী সম্প্ৰদায়ৰ লোকে জনজাতি বেষ্টনীত বসবাস কৰি থকা সত্ত্বেও তেওঁলোকক কিয় উচ্ছেদ কৰা নাই বুলি বিভিন্ন পক্ষই প্রশ্ন কৰিছে। এই সম্পর্কত এক সূত্রই কয় যে বৰবিলত বাস কৰি থকা লোকসকল অনুসূচিত জাতি সম্প্রদায়ৰ লোক। জনজাতি আবেষ্টনীত অনুসূচিত জাতি লোকৰ বাস কৰাৰ চৰকাৰী যোগ্যতা আছে।

ইপিনে, কচুতলিৰ এক নম্বৰ খণ্ডৰ পাৰগোমাৰ একচনীয়া ভূমিত বেদখলকাৰীৰ ৯৫টা বাসগৃহ প্রশাসনে উচ্ছেদৰ বাবে চিনাক্ত কৰিছে। ইতিমধ্যে মঙলবাৰে প্রশাসনে এই গৃহসমূহত ৰঙা ফলক আঁৰি দিছে। ইতিমধ্যে এই গৃহসমূহৰ গৰাকীসকল আঁতৰি গৈছে। কেৱল ঘৰৰ অৱশিষ্টহে পৰি আছে।

লক্ষ্যণীয় যে প্রশাসনৰ ধাৰাবাহিক উচ্ছেদ অভিযান আৰু উচ্ছেদৰ সময়ত সংঘটিত ৰক্তক্ষয়ী ঘটনাৰ পাছৰে পৰা জনজাতি বেষ্টনীত ধনৰ বিনিময়ত খহনীয়াগ্ৰস্ত চৰাঞ্চলৰ লোকক বাস কৰিবলৈ সুবিধা দিয়া দালাল চক্রটোৱে আত্মগোপন কৰিছে। শীঘ্ৰে এই দালাল চক্রক উৎখাত কৰিবলৈ স্থানীয় ৰাইজে প্রশাসনক দাবী জনাইছে। ইপিনে, অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত প্রশাসনে দিনে-নিশাই নিৰাপত্তা বাহিনী নিয়োগ কৰি ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: conducted on term lease landeviction operationKasutali tribal belt
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d