Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Many families left the tribal blalt and block in Kasutali:জনজাতীয় বেষ্টনী এৰিলে বহু পৰিয়ালে

কচুতলি ত্যাগ কৰাৰ আজি অন্তিম দিন, সোণাপুৰৰ পৰা পুৱাৰ পৰা শ শ বাহনৰ দীঘলীয়া শাৰী, ঘৰ-দুৱাৰ এৰি অস্থাৱৰ সা-সম্পত্তি লৈ স্বেচ্ছাই আঁতৰি গ'ল

samimsultana by samimsultana
September 16, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Many families left the tribal blalt and block in Kasutali:জনজাতীয় বেষ্টনী এৰিলে বহু পৰিয়ালে
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

kasutali Eviction Incident Update:কচুতলিত ইউডিএফৰ বিধায়কৰ পিছত আজি কংগ্ৰেছৰ প্ৰতিনিধি দলক বাধা স্থানীয় দল-সংগঠনৰ

Many families left the tribal blalt and block in Kasutali:

চেপা উত্তেজনাৰ মাজতে প্ৰশাসনৰ নির্দেশনা সাৰোগত কৰি অৱশেষত টালি-টোপোলা বান্ধি জনজাতীয় বেষ্টনী সোণাপুৰৰ কচুতলি- বাৰঘৰীয়া অঞ্চল ত্যাগ কৰিছে বেদখলকাৰী পৰিয়ালসমূহে। আজি অঞ্চলটো খালী কৰি দিয়াৰ অন্তিম দিন।

ADVERTISEMENT

সেয়েহে দেওবাৰে পুৱাৰ পৰা অঞ্চলটোৰ লোকসকলে পাৰ্যমানে নিজৰ সা-সম্পত্তি সুৰক্ষিত কৰাৰ লক্ষ্যৰে য’ত যি পাৰে টালি-টোপোলা বন্ধাত ব্যস্ত হৈ পৰে। ফলত প্রায় ছয়-সাত কিলোমিটাৰ পথৰ কাষত মাথোঁ টালি-টোপোলা তথা ঘৰৰ আচবাবৰ দ’ম দেখা গ’ল। তদুপৰি তেওঁলোকৰ পদূলিয়ে পদূলিয়ে শ শ বাহনৰ দীঘলীয়া শাৰী। বহু সপোন লৈ সজা গৃহটোত কোনেও যদি বিষাদ মন লৈ হাতুৰিৰ কোব মাৰিছে, কোনোৱে পদূলিমুখত ৰৈ ঘৰখনলৈ চাই দুগালে চকুলো নিগৰাইছে। কণ কণ শিশুসকল দুই-এপদ সামগ্রী কঢ়িওৱাত ব্যস্ত হৈ পৰে। দেওবাৰৰ দিনটোত এয়াই কচুতলিৰ বাস্তৱ ছবি।

উল্লেখ্য যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা দক্ষিণ কামৰূপ জনজাতীয় বেষ্টনীৰ অধীনৰ কচুতলি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে প্রশাসনে চলোৱা উচ্ছেদৰ মাজতে যোৱা ১২ ছেপ্টেম্বৰত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছত সংশ্লিষ্ট অঞ্চল খালী কৰি দিবলৈ প্রশাসনে তিনি দিনৰ সময়সীমা নির্ধাৰণ কৰি দিয়ে। ইতিমধ্যে এই সময়সীমাৰ দুটা দিন উকলি যোৱাৰ পাছত কাইলৈ অন্তিম দিন। ইয়াৰ পাছতো পুনৰ প্রশাসনে অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ফলত আজিৰ দিনটোত বহু পৰিয়ালে সা-সম্পত্তিলৈ সংশ্লিষ্ট অঞ্চল স্বেচ্ছাই ত্যাগ কৰা দেখিবলৈ পোৱা গ’ল।

সোণাপুৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কচুতলি সংযোগী প্রায় ছয়-সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োকাষে আজি কেৱল মালবাহী বাহনৰ দীঘলীয়া শাৰী দেখা গ’ল। বহু পৰিয়ালে আজি সা-সম্পত্তি বাহনত তুলি কোনোৱে নগাঁও অভিমুখে আৰু আন কোনোৱে গুৱাহাটী অভিমুখে যাত্ৰা কৰে। প্রায় ছয়-সাতশ বাণিজ্যিক মালবাহী সৰু-বৰ বাহন আজি অঞ্চলটোত ঠাহ খাই পৰে; কিন্তু তেওঁলোকৰ গন্তব্যস্থান ক’ত স্পষ্টকে প্রকাশ কৰাৰ পৰা বিৰত থাকে।

ইপিনে, আজিৰ দিনটোতো কচুতলি অঞ্চলৰ প্ৰৱেশ পথত আৰক্ষীৰ লগতে স্থানীয় দল-সংগঠনৰ সদস্যসকলক দেখিবলৈ পোৱা গ’ল। সংশ্লিষ্ট পথৰে আগবাঢ়ি যোৱা বাহনসমূহক সোধপোছ কৰিহে আৰক্ষীয়ে যাবলৈ অনুমতি প্রদান কৰা দৃষ্টিগোচৰ হয়। অৱশ্যে দেওবাৰৰ দিনটোতো বিশেষকৈ বিৰোধী ৰাজনৈতিক দলৰ নেতা সংশ্লিষ্ট অঞ্চললৈ বুলি যোৱা নাছিল যদিও বাধা দিবলৈ সষ্টম হৈ আছিল স্থানীয় দল-সংগঠনৰ লগতে বিজেপিৰ সদস্যসকল।

উল্লেখ্য যে দক্ষিণ কামৰূপ জনজাতি বেষ্টনীৰ অধীনৰ সোণাপুৰ পথাৰ,কচুতলিৰ ম্যাদী আৰু একচনা পট্টাত বাস কৰি অহা লোকসকলক তিনি দিনৰ ভিতৰত সংশ্লিষ্ট স্থান খালী কৰিবলৈ প্রশাসনে নির্দেশ জাৰি কৰিছে। সোণাপুৰ ৰাজহ চক্ৰৰ পাণবাৰী মৌজাৰ অন্তৰ্গত সোণাপুৰ পথাৰৰ ম্যাদী পট্টা একৰ পৰা ২০২ লৈ আৰু একচনা পট্টা একৰ পৰা ৮৭লৈ বাস কৰা লোকসকলৰ ভূমি সংক্রান্তীয় নথিপত্র পুনৰীক্ষণৰ বাবে চক্ৰ বিষয়াৰ হাতত দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। তদুপৰি ম্যাদী পট্টা থকা একাংশ লোকো জনজাতি বেষ্টনীত বসবাসৰ বাবে অযোগ্য বুলি জাননীত উল্লেখ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জাননী লাভ কৰা পৰিয়ালসমূহে সংশ্লিষ্ট স্থানত তেওঁলোকৰ বাস কৰা যোগ্যতা নাই বুলি গণ্য কৰি আজিৰে পৰা স্বেচ্ছাই সেই স্থান ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে।

#ধন লৈ সংস্থাপিত কৰোৱা-আঁচনিৰ সুবিধা দিয়া দালালসকল জালত পৰিবনে?

কচুতলি উচ্ছেদ কাণ্ডই ৰাজহ বিভাগত সংঘটিত আন এক ভয়ংকৰ দুৰ্নীতি পোহৰলৈ অনাৰ সম্ভাৱনা আছে। বিশেষকৈ প্রশাসনে উচ্ছেদ চলোৱা অঞ্চলটোত বহু পৰিয়ালৰ ম্যাদী পট্টা আছে। যিহেতু জনজাতীয় বেষ্টনীত নির্দিষ্ট শ্ৰেণীৰ লোকেহে মাটিৰ অধিকাৰ লাভ কৰে, তেনেস্থলত সংখ্যালঘু সম্প্ৰদায়ৰ তথা অসংৰক্ষিত শ্ৰেণীৰ লোকে কিদৰে মাটিৰ পট্টা লাভ কৰে, এই সময়ত ই এক কোটিটকীয়া প্রশ্নত পৰিণত হৈছে।

উল্লেখ্য যে অঞ্চলটোৰ বাৰঘৰীয়াত প্ৰায় পাঁচ বছৰ পূৰ্বে চাৰি লাখ টকাত ভূমি ক্ৰয় কৰি পকী গৃহ নিৰ্মাণ কৰে এটা পৰিয়ালে। সম্প্রতি পৰিয়ালটোৰ ঘৰ প্ৰশাসনে ভাঙি পেলাই যদিও গাতে লাগি থকা আন এটা পকী গৃহত প্রশাসনে উচ্ছেদ চলাবলৈ সক্ষম নহ’ল। কিয়নো সংশ্লিষ্ট বাসগৃহৰ গৰাকী তথা সংখ্যালঘু সম্প্ৰদায়ৰ লোকজনৰ মাটিৰ ম্যাদী পট্টা আছে। অভিযোগ উঠিছে যে বৃহৎ ধনৰ বিনিময়ত অঞ্চলটোত মাটিৰ পট্টা লাভ কৰিছিল বহু পৰিয়ালে।

বিশেষকৈ সোণাপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ো এই কাণ্ডত জড়িত থকা পূর্ণ সম্ভাৱনা আছে। আনহাতে, উচ্ছেদিত বহুকেইটা পৰিয়ালে সংশ্লিষ্ট স্থানত ৩০-৪০ বছৰ ধৰি বাসবাস কৰি আহিছে আৰু সকলো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালভাৱে চাৰি-পাঁচ বছৰৰ পূর্বে অঞ্চলটোলৈ অহা পৰিয়ালে ভূমি নামজাৰিৰ নামত দালালক ধন আদায় দিয়াৰো কথা উল্লেখ কৰিছে।

উচ্ছেদিতসকলৰ স্পষ্ট মত যে তেওঁলোকে সংশ্লিষ্ট স্থানত ভূমি ক্ৰয় কৰি তাত বাস কৰিছে আৰু সকলো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰে। তেওঁলোকে মাটিৰ নথিপত্ৰ, চৰকাৰী আঁচনিৰ বাবে কে’বাজনো লোকক বৃহৎ পৰিমাণৰ ধন আদায় দিছিল। এতিয়া প্রশ্ন হ’ল মাটিৰ নামজাৰি, চৰকাৰী আঁচনি তথা সংস্থাপনৰ নামত উচ্ছেদিত লোকসকলৰ পৰা বৃহৎ ধন আদায় কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী তথা দালালসকলৰ বিৰুদ্ধে অভিযান চলিব নে নাই ?

# বৰপেটা-মায়ং-ধিং- সোণাপুৰৰ বুৰাবুৰী অভিমুখে উচ্ছেদিত পৰিয়াল

দেওবাৰে পুৱাৰ পৰা নিশা পৰ্যন্ত আৰু সোমবাৰে পুৱাৰ পৰা ব্যস্ত হৈ পৰে কচুতলি অঞ্চলৰ লোকসকল। কে’বা শতাধিক বাহনত পৰিয়ালসমূহে সা-সম্পত্তি টালি-টোপোলা বান্ধি সংশ্লিষ্ট স্থান ত্যাগ কৰে। অৱশ্যে তেওঁলোক কলৈ যাব স্পষ্টকৈ প্রকাশ নকৰিলেও বাহন চালকসকলে সদৰী কৰা অনুসৰি গৰিষ্ঠসংখ্যক পৰিয়ালৰ কোনোৱে যদি বৰপেটাৰ চৰলৈ, আন কোনোৱে ধিং, নগাঁও, মায়ং, মৈৰাবাৰী আৰু বুৰাবুৰী অঞ্চললৈ যাত্রা কৰিছে। সংশ্লিষ্ট স্থানত তেওঁলোকৰ মাটি আছে আৰু কাৰোবাৰ আত্মীয় আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: kasutali Eviction Incident UpdateMany families lefttribal blalt and block
samimsultana

samimsultana

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d