Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

    স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

DGP GP Singh at the eviction site in Kasutali:কচুতলীৰ উচ্ছেদস্থলীত ডিজিপি জি পি সিং

সম্পূৰ্ণ বেদখলমুক্ত নোহোৱা পৰ্যন্ত চলিব উচ্ছেদ, বেদখলমুক্ত হৈছে ২৪৮ বিঘা ভূমি,উচ্ছেদ কৰা হৈছে ১৫১টা পৰিয়ালৰ ৩০০টা বাসগৃহ, বেদখলকাৰী সকল বাংলাদেশী বুলি সন্দেহ কৰা হৈছে,কিয়নো আগষ্ট মাহত ট্ৰেক্টৰেৰে বয়-বস্তু লৈ আহিছিল কচুতলিৰ

publisher by publisher
September 13, 2024
in Uncategorized
Reading Time: 3 mins read
0
DGP GP Singh at the eviction site in Kasutali:কচুতলীৰ উচ্ছেদস্থলীত ডিজিপি জি পি সিং
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

Guwahati High Court grants temporary relief to Kasutali evictees:সোণাপুৰৰ কচুতলিৰ উচ্ছেদিতলৈ সাময়িক সকাহ উচ্চ ন্যায়ালয়ৰ

Himanta Biswa Sarma:বহুচৰ্চিত ট্ৰেডিং কেলেংকাৰিক লৈ মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া

DGP GP Singh at the eviction site in Kasutali:

সোণাপুৰৰ কচুতলিত আজিও অব্যাহত আছে উত্তেজনা। বৃহস্পতিবাৰে আৰক্ষীক আক্ৰমণ কৰা পাঁচজন বেদখলকাৰীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আটক কৰা হৈছে ছজনক ।

ADVERTISEMENT

আনহাতে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । ইতিমধ্যে কচুতলি পথছোৱা সৰ্বসাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ সম্ভাব্য পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে অতিৰিক্ত আৰক্ষী বাহিনী। একেদৰে আৰক্ষীয়ে বাহৰ বেৰিকেড স্থাপন কৰিছে।

আনহাতে শুক্ৰবাৰে পুনৰ উচ্ছেদ চলাবৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ সষ্টম কৰি তোলা লৈ আৰক্ষী- চিআৰপিএফ বাহিনী। ইপিনে আজি পুৱাৰে পৰা কিছু সংখ্যক বেদখলকাৰী নিজৰ সা- সামগ্ৰী লৈ আঁতৰি গৈছে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে জনজাতীয় খণ্ড আৰু আবেষ্টনীত হোৱা বেদখল উচ্ছেদ অভিযানে ৰক্তাক্ত ৰূপ ধাৰণ কৰে। ইতিমধ্যে যোৱা ন আৰু ১০ ছেপ্টেম্বৰত খণ্ড আৰু আবেষ্টনীৰ অন্তৰ্গত কচুতলীত প্রশাসনে উচ্ছেদ অভিযান চলাইছিল। শান্তিপূর্ণভাৱে এই উচ্ছেদ চলিছিল। উচ্ছেদিত কিছু সংখ্যক লোক সেই স্থানৰ পৰা আঁতৰিও গৈছিল। আন একাংশই আঁতৰি যোৱাৰ পৰিৱৰ্তে উচ্ছেদ হোৱা স্থানতে তম্বু তৰি বাস কৰি আছিল।

ৰৈ যোৱা বেদখলকাৰী সকলক উচ্ছেদৰ বাবে পুনৰ প্ৰশাসন আৰু আৰক্ষী-নিৰাপত্তা বাহিনীৰ দল উপস্থিত হয়। প্ৰশাসনৰ পৰা বেদখলকাৰী সকলক সেই স্থানৰ পৰা আঁতৰি যাবলৈ আহ্বান জনোৱা হয়; কিন্তু কোনো বেদখলকাৰী আঁতৰি যোৱা নাছিল। প্ৰশাসনৰ দলে তেওঁলোকক আঁতৰি যাবলৈ একাধিকবাৰ আহ্বান জনায়। এনে সময়তে ৰক্তক্ষয়ী ঘটনা সংঘটিত হোৱাত দুজন লোক গুলিবিদ্ধ হৈ সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু দুই বেদখলকাৰী ৷ নিহত লোক দুজন হ’ল হাইদৰ আলী আৰু জুৱাহিদ আলী বুলি চিনাক্ত কৰা হৈছে।

অৰ্ধশতাধিক আৰক্ষী-বেদখলকাৰী আহত হয় এই উচ্ছেদ অভিযানত। ইয়াৰ পাছতে সমগ্ৰ সোণাপুৰত তীব্র উত্তেজনা বিয়পি পৰে। নিশাও উত্তেজনা অব্যাহত থাকে। পুনৰ যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে প্রায় ন বজাত উচ্ছেদ চলা স্থানত অধিকাংশ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ জোৱানক নিয়োগ কৰা হৈছিল ৷

আনহাতে আজি পঞ্চমদিনৰ উচ্ছেদ অভিযানৰ বুজ ল’বলৈ কচুতলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিঙে। ঘটনাস্থলীত উপস্থিত হৈ বৃহস্পতিবাৰে আক্ৰমণৰ ঘটনাত তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ কৰিছে ডিজিপিয়ে।

ডিজিপি গৰাকীয়ে কয়, ‘তৃতীয় শক্তি জড়িত নথকা হ’লে হঠাৎ এনে ঘটনা কেতিয়াও সম্ভৱ নহয়। ইতিমধ্যে গুৱাহাটী আৰক্ষীয়ে নিজাববীয়া ৰজু কৰিছে এটা গোচৰ ৷ একেদৰে ঘটনাৰ স’তে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে কেইবাজনকো। আনহাতে ঘটনাৰ আলম লৈ একাংশ কচুতলিৰ মাজেৰে যোৱা ৰে’ল লাইন সহ ৰে’লৱে’ৰ সম্পত্তি ধ্বংস কৰাৰ বাবে সাজু হোৱাৰ তথ্য আমি লাভ কৰিছিলো।

এই কাৰ্যৰে জড়িত সকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ শীৰ্ঘেই আটক কৰা হ’ব উপদ্ৰৱকাৰীক ৷ ডিজিপি গৰাকীয়ে আৰু কয় যে,সম্পূৰ্ণ বেদখলমুক্ত নোহোৱা পৰ্যন্ত চলিব উচ্ছেদ ৷ ইতিমধ্যে বেদখলমুক্ত হৈছে ২৪৮ বিঘা ভূমি,উচ্ছেদ কৰা হৈছে ১৫১টা পৰিয়ালৰ ৩০০টা বাসগৃহ ৷ বেদখলকাৰী সকল বাংলাদেশী বুলি সন্দেহ কৰা হৈছে,কিয়নো আগষ্ট মাহত ট্ৰেক্টৰেৰে বয়-বস্তু লৈ আহিছিল কচুতলিলৈ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Eviction Area VIsit DGP GP sINGKasutali eviction
publisher

publisher

Related Posts

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

September 4, 2026
শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ

ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ

September 3, 2026
জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা

একেদিনাই ছটা হত্যাৰ গোচৰ নিষ্পত্তি ডিব্ৰুগড়ৰ অতিৰিক্ত সত্ৰ আদালতৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d