Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Pressmeet:চৰকাৰী মূল্য দিব নোৱাৰি মাটিৰ ম্যাদীকৰণৰ পৰা বঞ্চিত হৈছে খিলঞ্জীয়া ভূমিপুত্র

আপ মিছন বসুন্ধৰাৰ জৰিয়তে চৰকাৰে ভূমি ম্যাদী কৰাৰ প্রতিশ্রুতি অসাৰঃ জিতুল ডেকা

publisher by publisher
February 27, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Aap Pressmeet:চৰকাৰী মূল্য দিব নোৱাৰি মাটিৰ ম্যাদীকৰণৰ পৰা বঞ্চিত হৈছে খিলঞ্জীয়া ভূমিপুত্র
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Aap Pressmeet In Guwahati:ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া

AAP nominates candidate in state by- elections:বিহালী আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰিব আপে

Aap Pressmeet In Guwahati:সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা

Aap Pressmeet:

ৰাজ্যৰ ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা ‘বসুন্ধৰা-২’ আঁচনিৰ বিৰুদ্ধে সৰৱ হ’ল আম আদমি পার্টী। মঙলবাৰে মহানগৰীৰ গণেশগুৰিস্থিত দলৰ ৰাজ্যিক কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ উপ-সভাপতি জিতুল ডেকাই এই আঁচনি ৰূপায়ণৰ সন্দৰ্ভত চৰকাৰৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰি অভিযোগ কৰে যে-ৰাজ্য চৰকাৰে এই আঁচনি ঘোষণা কৰি কৈছিল ভূমি আইনৰ সুৰুঙাবে একাংশ সন্দেহযুক্ত লোকৰ দখললৈ মাটি গৈছে, অথচ খিলঞ্জীয়া ভূমিপুত্ৰই ৰাজ্যখনত বছৰ বছৰ ধৰি মাটিৰ পট্টা লাভ নকৰাকৈয়ে আছে।

ADVERTISEMENT

একচনীয়া মাটি ম্যাদী নোহোৱাৰ ফলতো বহু খিলঞ্জীয়া লোক বঞ্চিত হৈ থাকিবলগীয়া হৈছে। সেয়ে বসুন্ধৰাৰ ফলত এইসকল লোকে ম্যাদী পট্টা লাভ কৰিব। লগতে চৰকাৰী মাটি, ভি. জি. আৰ, পি. জি. আৰ মাটিত বাস কৰা থলুৱা লোকসকলেও ভূমিৰ অধিকাৰ লাভ কৰিব। কিন্তু সংবাদমেলত উপ-সভাপতি জিতুল ডেকাই কয় যে- বাস্তবিকতে চৰকাৰৰ এই ঘোষণাৰ ওলোটা ছবিখনহে দেখিব পোৱা গৈছে।

খিলঞ্জীয়া ভূমিপুত্ৰই বছৰ-বছৰ ধৰি বাস কৰা মাটি ম্যাদী কৰিবলৈ গৈ এতিয়া পদে-পদে উজুটি খাবলগীয়া হৈছে। কিয়নো গুৱাহাটীত মাটিৰ উচ্চ দৰত নতুনকৈ চৰকাৰী মূল্য নির্ধাৰণ কৰাৰ বাবে প্রিমিয়াম দি ম্যাদী কৰিবলৈ গৈ শলঠেকত পৰিছে মহানগৰবাসী। চৰকাৰে নির্ধাৰণ কৰা নতুন চৰকাৰী মূল্য অনুসৰি মহানগৰীৰ উদ্যোগিক অঞ্চলত বিঘাই প্রতি ১.৫ কোটি টকা, ঘাইপথৰ কাষৰ মাটিৰ দাম বিঘাই প্রতি ৪.৮ কোটি টকা, গড়কাপ্তানি পথৰ দাঁতিত বিঘাই প্রতি ৫ কোটি টকা, ঘাইপথৰ এশ মিটাৰৰ ভিতৰত ৭.৮ কোটি টকা, ঘাইপথৰ এশ মিটাৰৰ বাহিৰত ৭.৭ কোটি টকা, গড়কাপ্তানি পথৰ এশ মিটাৰ ভিতৰত ৭.৬ কোটি টকা, গড়কাপ্তানি পথৰ এশ মিটাৰৰ বাহিৰত ৭.৫ কোটি টকাকৈ মাটিৰ চৰকাৰী মূল্য নির্ধাৰণ কৰা হৈছে।

আনহাতে মহানগৰীৰ বশিষ্ঠত প্রতি বিঘাই ৪.২ কোটি, মঠঘৰীয়াত ৬.৩ কোটি, নুনমাটিত ২.৭৭ কোটি, হেঙেৰাবাৰীত ৫.৭ কোটি, গীতানগৰত ৪.৩৫ কোটি, হাতীগীবত ২.৮ কোটি, জ্যোতিকুচিত ৩.৩ কোটি, খাৰধূলিত ২.৭ কোটি, ফটাশিলত ৪.৮ কোটি, বোন্দাত ২.৭ কোটি, দ্বাৰকা নগৰত ৬.৩ কোটি আৰু বাঘৰবৰীত ৩.৩ কোটি টকাকৈ প্ৰতি বিঘা মাটিৰ চৰকাৰী মূল্য নির্ধাৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ এই মূল্য অনুসৰি ম্যাদী কৰিবলৈ প্ৰয়োজন হোৱা প্রিমিয়ামৰ ধন জমা দিব নোৱাৰি বিপদত পৰিছে মহানগৰবাসী।

ফলত চক্রবিষয়াৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িও ম্যাদী পট্টা লাভৰ ক্ষেত্ৰত ব্যর্থ হৈছে মহানগৰবাসী। গুৱাহাটীৰ পাটৰকুচি, লালমাটি, বেলতলা, লখৰা, গড়চুক, কাহিলীপাৰা, জটিয়া আদি অঞ্চলৰ জনজাতীয় বা ভূমিপুত্র লোকসকল বছৰ-বছৰ ধৰি পট্টাহীন বা ম্যাদী নোহোৱা মাটিত বসবাস কৰি আছে। তেওঁলোকে ম্যাদীকৰণৰ ক্ষেত্রত নির্ধাৰিত প্রিমিয়াম আদায় দিব নোৱাৰাত নিজৰ ভূমিৰ আধা অংশ কোনো ব্যবসায়ীক বিক্ৰী কৰিবলৈও বাধ্য হোৱা বুলি জানিব পৰা গৈছে।

সংবাদমেলৰ জৰিয়তে গুৱাহাটীত বসবাস কৰা খিলঞ্জীয়া অসমীয়া, ভূমিপুত্র লোকসকলক বিনামূলীয়াকৈ অথবা কম মূল্য নির্ধাৰণ কৰি মাটিৰ ম্যাদীকৰণ বা পট্টা দিবলৈ ‘আপ, অসম’ৰ তৰফৰপৰা উপ-সভাপতি জিতুল ডেকাই সংবাদমেল যোগে মুখ্যমন্ত্রীক আহবান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap PressmeetJitul DekaMission BasundharaParty State headquarter
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d