Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Golaghat Dist. Sutia Student Union Protest:চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসিত পৰিষদ গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন

samimsultana by samimsultana
September 20, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Golaghat Dist. Sutia Student Union Protest:চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসিত পৰিষদ গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত গোলাঘাটত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন
2
SHARES
18
VIEWS
ShareShareShareShare

Golaghat Dist. Sutia Student Union Protest:

চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসিত পৰিষদ গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই ।

ADVERTISEMENT

প্ৰায় দুই শতাধিক ছাত্ৰ প্ৰতিনিধিয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰ হুছিয়াৰ , বিজেপি চৰকাৰ গ’বেক, নৰেন্দ্ৰ মোদী গ’বেক,হিমন্ত বিশ্ব শৰ্মা হুছিয়াৰ,হিমন্ত বিশ্ব শৰ্মা গ’বেক, NO ST NO REST, আমাক জনজাতিৰ মৰ্যদা প্ৰদান কৰিবই লাগিব, আমাক স্বায়ত্ব শাসন লাগিবই, জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ,এই জুই জ্বলিছে, জ্বলিবই আমাৰ সংগ্ৰাম চলিছে, চলিবই,সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্ল’গানে পৰিৱেশ উত্তাল কৰি তোলে।

RelatedPosts

Golaghat:গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত অঘটন

Udalguri:ভুমিৰ অধিকাৰ আৰু জনজাতিপৰণৰ দাবীত ওদালগুৰিত চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী সমদল

Chinmay Ranjan Dutta Memorial Artist Award-2025 has been announced :চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা

কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ কেন্দ্ৰীয় সভাপতি মহেন বৰাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে চুতীয়া জনগোষ্ঠীক প্ৰাপ্য অধিকাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে,সেয়া লাগিলে নৰেন্দ্ৰ মোদীয়ে হওঁক বা হিমন্ত বিশ্ব শৰ্মাই হওঁক। জনগোষ্ঠীটোক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ফল বিজেপি চৰকাৰে ভোগ কৰিব । চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চুড়ান্ত প্ৰতাৰণা কৰা পৰিলক্ষিত হৈছে।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বিভিন্ন নিৰ্বাচনি সভাত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে শাসনৰ গাদিলে আহিলে অসমৰ ছয় জনগোষ্ঠীক ছয় মাহৰ ভিতৰত জনজাতিৰ মৰ্যদা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । শাসনৰ গাদি পায় এই বিষয়টোত পাভলুটি মাৰিলে বুলি কয়। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰা ৰাজনীতি বন্ধ কৰি আগন্তুক ছয় মাহৰ ভিতৰত জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে সন্থা যিকোনো পৰ্যায়লৈ যাবলৈ বাধ্য হ’ব। তেতিয়া যিকোনো অনাকাংশিত পৰিৱেশ -পৰিস্থিতি সৃষ্টি হ’লে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ জগৰীয়া হ’ব বুলি সকীয়নি দিয়ে।

চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী নোহোৱাতো নেতা গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে । লগতে তেখেতে কয় যে ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ,সৌন্দৰ্যবৰ্ধনৰ বাবে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত হোৱা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আলোচনাত কেবিনেট মন্ত্ৰী কেশৱ মহন্তক ঐতিহাসিক স্থান সমূহ পৰিদৰ্শন কৰি সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা গ্ৰহণৰ বাবে দায়িত্ব প্ৰদান কৰিছিল।

আলোচনামৰ্মে মন্ত্ৰী কেশৱ মহন্ত, পুৰাতত্ত্ব বিভাগৰ বিষয়া আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই একেলগে ঐতিহাসিক স্থান সমূহ 2018 চনতেই পৰিদৰ্শন কৰিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি আক্ষেপেৰে কয়। চুতীয়া জনগোষ্ঠীক এনেদৰে প্ৰতাৰণা কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহব বুলি কোৱাৰ লগতে চুতীয়া জনগোষ্ঠী বসবাস কৰা প্ৰতিখন গাৱত এইবিলাক বিষয়ক লৈ , সজাগতা সভা অনুস্থিত কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে জনগোষ্ঠীটোৰ ৰাইজক অৱস্থান লবলৈ বাধ্য কৰাব বুলি উল্লেখ কৰে |

কাৰ্যসূচীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা মধুমাধৱ শইকীয়া, চুতীয়া জাতি সন্মিলন,অসমৰ সম্পাদক হৰিহৰ বৰা, গোলাঘাট জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি সত্য ব্ৰত ৰাজখোৱা, সম্পাদক কিনাৰাম শইকীয়া ,সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসমৰ কাৰ্যকৰী সভানেত্ৰী কুমকুম বৰা আদি বিভিন্ন ব্যক্তিয়ে অংশগ্ৰহণ কৰে বুলি এক প্ৰেছ বিবৃতি জৰিয়তে সন্থাৰ সভাপতি পাপু শইকীয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিপু শইকীয়াই জানিবলৈ দিয়ে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Demand For TribalizationGolaghatGolaghat Dist. Sutia Student Union Protest
samimsultana

samimsultana

Related Posts

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d