Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Six Communities Joint Forum Pressmeet:ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুনৰ সৰব হ’ল ছয় জনগোষ্ঠীয় যৌথ মঞ্চ

publisher by publisher
August 23, 2024
in Uncategorized
Reading Time: 2 mins read
0
Six Communities Joint Forum Pressmeet:ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুনৰ সৰব হ’ল ছয় জনগোষ্ঠীয় যৌথ মঞ্চ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Six Communities Joint Forum Pressmeet:

শুকুৰবাৰে দিচপুৰ প্ৰেছ ক্লাৱত মৰাণ, মটক, টাই আহোম, চুতীয়া, কোঁচ ৰাজবংশী আৰু আদিবাসী-চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সংগ্ৰাম অব্যাহত ৰখা জনগোষ্ঠী কেইটাৰ এক উমৈহতীয়া মঞ্চ “ছয় জনগোষ্ঠীয় যৌথ মঞ্চ, অসম “ৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়।

ADVERTISEMENT

সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰে কৰা চুড়ান্ত প্ৰতাৰণাৰ সন্দৰ্ভত মঞ্চৰ অংশীদাৰী প্ৰতিটো সংগঠনৰ নেতৃবৃন্দই আলোকপাত কৰি চৰকাৰৰ ভুমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত নিৰবিচ্ছিন্ন তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰথম লানি কাৰ্যসূচী ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ঘোষণা কৰে।

সভাৰ শেষত এই সন্দৰ্ভত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ হৈ টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ সভাপতি দিগন্ত তামুলী, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি গডউইন হেমৰম, সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি নিতুল ৰাজবংশী, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, সভাপতি সত্য গোহাঁই, মৰাণ যুৱ পৰিষদৰ সভাপতি দিব্যজ্যোতি মৰাণ, , সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকাই এক সংবাদ মেল আহ্বান কৰে।

সংবাদ মেলত টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে – বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ কোনো সদিচ্ছা নাই আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল ব্যৱহাৰ কৰি আহিছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণে নিৰ্দিষ্ট ৰাজনৈতিক নেতা আৰু দলৰ ক্ষমতাৰ ৰাজনীতি আৰু সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বিছৰা নাই।

জনজাতিকৰণ নোপোৱা পৰ্যন্ত এইবাৰ ছয় জনগোষ্ঠীয় যৌথ মঞ্চই জনজাতিকৰণৰ দাবীত নিৰ্ণায়ক পৰ্যায়ৰ চুড়ান্ত আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি যাৱ বুলি টাইপাৰ সভাপতি গৰাকীয়ে সংবাদ মেলত অৱগত কৰে। সংবাদ মেলত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ নেতৃত্বই এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে।

সভাৰ সিদ্ধান্ত অনুসৰি ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ৪ ছেপ্টেম্বৰ তাৰিখে প্ৰতি জিলা মহকুমা সদৰত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী , অসমৰ মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ, ২৮ ছেপ্টেম্বৰত লক্ষীমপুৰত, ১৬ অক্টোবৰত তিনিচুকীয়াত, ৩ অক্টোবৰত বিশ্বনাথত, অক্টোবৰত,২৩ অক্টোবৰত শিৱসাগৰত , ৩০ অক্টোবৰত শ্ৰীৰামপুৰত ধৰ্ণা কাৰ্যসূচী, ১৩ নবেম্বৰত “দিচপুৰ লৈ যাওঁ” শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ আৰু পৰৱৰ্তী সময়ত বৌদ্ধিক আলোচনা চক্ৰ অনুষ্ঠিত কৰি জিলাই জিলাই গণ সমাবেশ অনুষ্ঠিত হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Announcement Of the Program Of AgitationPressmeetSix Communities Joint ForumTribalization Demands
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d