Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Apw President Abhijit Sarma Pressmeet:যদি আজমলে পাৰে হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে কিয় ?

samimsultana by samimsultana
September 21, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Apw President Abhijit Sarma Pressmeet:যদি আজমলে পাৰে হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে কিয় ?
4
SHARES
38
VIEWS
ShareShareShareShare

Apw President Abhijit Sarma Pressmeet:

শেহতীয়াকৈ অসমত উজনি-নামনি কেন্দ্রীক এক বিভাজন তথা উজনি অসমৰ পৰা মিঞা বিতাড়নৰ এক আন্দোলন আৰম্ভ হৈছে। পূৰ্ব অসমত হুংকাৰ দিছে আৰু জাকে জাকে মিঞা পলাইছে । আমি জনাত মিঞবোৰ মানুহ। গৰু ছাগলী নহয়। মিঞা বিদ্বেষৰ কাৰণ কি? মিঞাবোৰ বাৰু অসমীয়া নহয় ! কিন্তু প্রথম আৰু প্রধান প্রশ্ন হল মিঞাবোৰ ভাৰতীয় হয় নে নহয়? আকৌ সুধিছো মিঞাবোৰ ভাৰতীয় হয় নে নহয় ? যদি নহয় এই প্রায় ডেৰ কৌটি মানুহ অসমত কিয় আৰু কেনেকৈ আছে। উজনিয়ে খেদি দিব আৰু মিঞাৰ নামনিত উজান উঠিব এয়া কেনে কথা? এই মন্তব্য ‘অসম পাব্লিক ৱৰ্কছ‘ৰ সভাপতি অভিজিৎ শৰ্মাৰ ৷

ADVERTISEMENT

আজি গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি পাব্লিক ৱৰ্কছ’ৰ সভাপতি গৰাকীয়ে পূৰ্ব অসমৰ মিঞা বিতাৰণ সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়াই কয় ,যদি মিঞাবোৰ ভাৰতীয় নহয় চৰকাৰী আচনিৰ সুবিধাবোৰ মিত্ৰবোৰে কেনেকৈ পাই আছে? যদি মিঞবোৰ ভাৰতীয় নহয় মিঞাৰ হাতত আধাৰ কাৰ্ড, ভোটাৰ আই ডি কেনেকৈ আহিল, পঞ্চায়তৰ পৰা লোকসভালৈ ভোটাধিকাৰ সাব্যস্ত কেনেকৈ কৰি আছে? আচলতে এই সকলোবোৰ ৰাজনীতিৰ পাশাখেল। “অতি খিলঞ্জীয়াবাদৰ” যিখন নাটক উজনিত চলি আছে তাত আমি দেখিছো “হঠাৎ উগ্র জাতীয়তাবাদ“। এই উত্তাপ জ্বলাই ৰাখিব পাৰিলে ২০২৬ ত কাৰোবাৰ বাবে ই উজনিত ক্লিন চুইপৰ মুখ্য হাথিয়াৰ হব।

RelatedPosts

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী 

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ 

apw 2চৰকাৰ আহিব চৰকাৰ যাব মিঞা হ’ল চৰকাৰ অহা -যোৱাৰ সাঁকো। এবাব মিঞাৰ নদী বগাই যদি কংগ্ৰেছ আহে আনবাৰ মিঞাৰ নদী বগাই বিজেপি ইত্যাদি। কিন্তু ভুক্তভোগী কোন ? সর্বসাধাৰণ জনতা জনার্দন- আমি খাৰুপেটীয়াৰ শাক খাইছো নগাও-মৰিগাঁৱৰ মাছ। আমি গুৱাহাটীত বিষপান কৰিছো, আমি চোৰৰ হাতত হেৰুৱাইছো সর্বস্ব। আমাৰ অর্ণমাই বৰা ধর্ষিতা হৈছে, আমাৰ পোণাকণে ড্রাগছ খাইছে। আমি বিকলাংগ হৈছো আৰু মিঞাৰ কার্ড খেলি নেতাসকলে দিশপুৰত বহিছে।

শৰ্মাই আৰু কয় যে,দিনত মিঞাক গালি পাৰিছে ৰাতি একেলগে ইফটাৰ কৰিছে। এয়াই ৰাজনীতি। এই আটাইবোৰ প্ৰশ্নৰ, আটাইবোৰ সমস্যাৰ সমাধানৰ সোণালী সময় আছিল চন ২০১৪ ৰ পৰা ২০১৯ লৈ। কিন্তু বিধিৰ বিপাক মিঞা সমস্যাৰ সমাধান নিবিচাৰে কোনেও। প্রতীক হাজেলাই অসমীয়াক নাকত ধৰি চাকত ঘুৰালে। সঁচা কথা ক’বলৈ গ’লে কাকো নেৰিলে হাজেলাই। এজুপিৰ বুকুত জুমি হাজেলাই অসমৰ সকলোকে মেনেজ কৰিলে যাৰ বাবে এন আৰ চি আজি এক দুস্বপ্ন। বৃহৎ নদীবান্ধত হাজাৰ হাজাৰ কোটি খৰচ কৰি যেনেকৈ এক টকাও অর্জন নহ’ল ৷ঠিক তেনেকৈ এন আৰ চি হাজেলা আৰু ডট ডট ডট সকলক ধনী কৰাৰ আঁচনিহে হ’ল। আজি মিঞাক কুকুৰে নোখোৱা কৰা সকলেই হাজেলাক ঘটি এটাও কৰিব নোৱাৰিলে আচৰিত নহয়নে ৷

শৰ্মাই কয়,এই বিজ্ঞপ্তিৰ লগত ফাইলৰ নোট এটি গাঁঠি দিছো এন আৰ চিৰ দুর্নীতিৰ পঢ়ি চালে বুজাই বুজি পাব। কিন্তু আমি শংকিত যে মিঞাৰ গোটেইখিনি আছেই এতিয়া আই এ এছ, আই পি এচতো মিঞাই খোপনি পুতিছে। আজমলৰ ফেক্টৰীত ভাল ভাল চিকিৎসক সৃষ্টি কৰিছে। আৰু আমাৰ জাতিপ্রেমী কোনজনে কৰবাত চেষ্টা চলাইছে যে খিলঞ্জীয়া মেধাবী ছাত্র-ছাত্রী গাঁৱে গাঁৱে বিচাৰি উলিয়াই উপযুক্ত থকা-খোৱা পঢ়া-শুনা কৰোৱাই বিনামূলীয়াকৈ প্রতি বছৰে দহ জনকৈ খিলঞ্জীয়া আই এ এছ, আই পি এছ গঢ়াৰ উদ্যোগ লৈছে। শুনি বেয়া লাগে আমাৰ খিলঞ্জীয়া ৰক্ষাৰ আন্দোলন অকল চাহৰ গুমটি খোলাতেই আবদ্ধ (দুই চাৰিজন আছে যিয়ে নীৰৱ বিপ্লৱ গঢ়িছে কিন্তু দুই চাৰিজন সংখ্যাটো হাজাৰ হাজাৰ বা লাখ লাখ হোৱাটো নাই, নহ’বগৈও)। আমাৰ মুকলি আহবান কোনোবা ওলাই আহিবনে যি খিলঞ্জীয়া মেধাবী ছাত্র-ছাত্রী গাঁৱে গাঁৱে বিচাৰি উলিয়াই উপযুক্ত থকা খোৱা পঢ়া-শুনা কৰোৱাই বিনামূলীয়াকৈ প্ৰতি বছৰে দহ জনকৈ খিলঞ্জীয়া আই এ এছ, আই পি এছ গঢ়াৰ উদ্যোগ লব।

অভিজিৎ শৰ্মাই সংবাদমেলত মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই কয়, মাননীয় মুখ্যমন্ত্রী মহোদয়, উদ্যোগী জয়ন্ত বৰুৱা, উদ্যোগী মহিলা ৰিণিকি ভুঞা শর্মা, ঠিকাদাৰ ভাগ্য কলিতা, অনিল দাস, অনুপম শর্মা আমি মুখ মেলি আপোনালোকক চাই বহি আছো এই আশাৰে। এতিয়া আহো অন্য এক প্রসংগলৈ। IMDT Act বাতিল হোৱাৰ লগে লগে মিঞাক বচাবলৈ AIUDF দলৰ জন্ম হৈছিল, যি দলে যোৱা ১৯ বছৰে অসমৰ ৰাজনীতিত এক গুৰুত্বপূর্ণ ভূমিকা ললে। কিন্তু খিলঞ্জীয়াৰ বাবে কোনোবা ওলাই আহিলনে? খিলঞ্জীয়াৰ বাবে ঘৰে ঘৰে দল। কোনোবা জ্ঞানী মানুহে কৈ গৈছিল- জীয়া পাত বেং পাল্লাত জোখা আৰু অসমৰ খিলঞ্জীয়াক একত্রিত কৰা একেই কথা। কথাবোৰ শুনাত বেয়া কিন্তু সচা। মিঞাৰ বিৰোধিতা কৰা সকলে গাঁৱত গাহৰি পুহি বা ব্ৰইলাৰ ফার্ম খুলি সংস্থাপিত হ’ব খোজাজনক এঘৰীয়া কৰে। মিঞাই মদ বেচিলেও একো শাস্তি নহয় কাৰণ ধর্মত খোৱাটো হাৰাম কিন্তু অর্থনৈতিক উন্নতিৰ বাবে মদ কিয় ড্রাগছ বেছিলেও একো হাৰাম নহয় প্রয়োজন সাপেক্ষে ধর্মটো তেওলোকে শিথিল কৰি লৈছে।

শৰ্মাই আৰু কয় যে,শেহতীয়াকৈ ট্রাইবেল ব্লক বেল্টৰ পৰা মিঞাক দৌৰাই দৌৰাই খেদিছে গুলী কৰি মাৰিছে। এই কাৰ্যৰ বাবে মাননীয় মুখ্যমন্ত্রী মহোদয়ক আমি ধন্যবাদ কৃতজ্ঞতা ও অভিনন্দন জ্ঞাপন কৰিছো। কিন্তু এই সুযোগতে মাননীয় মুখ্যমন্ত্রী মহোদয়লৈ আমাৰ মুকলি প্রশ্ন- মহাশয় আমি মূর্খ মানুহ। এবাৰ আপুনি স্পষ্টভাষাৰে সকলোৰে সুবিধার্থে বুজাই দিয়ক এন আৰ চি ৰ Reverification আপোনালোকে সচাকৈয়ে বিচাৰিছিল নে? যদি বিচৰা নাছিল আমাৰ আপোনালৈ এটাই প্রশ্ন- কিয়, কিয় আৰু কিয়? আৰু যদি বিচাৰিছিল যোৱা পাঁচ বছৰত চাৰি অণাৰো কিবা কাম আপোনালোকে কৰিলেনে? কথাবোৰ স্পষ্ট কৰি দিয়ক মহোদয়।

যদি মিঞা অবৈধ অনুপ্ৰৱেশকাৰী তেন্তে এজন দুজনকৈ নহয় একেলগেই চাফা কৰাৰ এটাই পথ- শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ আৰু অবৈধ নাগৰিক বহিস্কৰণ। বহিস্কৰণত যদি দেশ জ্বলি যাব বুলি ভয় খাইছে তেন্তে আমি কৈ থলো মিঞাক এনেকৈ এটা দুটাকৈ কোবাই থাকিলেহে এদিন দেশ জ্বলিব কাৰণ মিঞা চব কামতেই নিপুণ, যিদিনাই হাতত মৰণাস্ত্ৰ ল’ব সিদিনাই আমাৰ দম্ভালি উৰি যাব আৰু ইতিমধ্যে মিঞাই মাৰণাস্ত্র গোটাইছেই কাৰণ তেওলোকৰ পৰিসীমা দুৰ দুৰণিলৈ বিস্তৃত। মনত পৰে সেই উক্তি- ‘অসমক মিডিল ইষ্ট বনাই দিম’। গতিকে মাননীয় মুখ্যমন্ত্রী মহোদয়লৈ আহ্বান, আপুনি শুদ্ধ এন আৰ চি এখন আনক ,বাকীখিনি কাম খিলঞ্জীয়া মানুহে কৰিব আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্রতিমূর্তিত সদায় গাখীৰেৰে স্নান কৰাব’।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Apw President Abhijit SarmaGuwahatiPressmeet
samimsultana

samimsultana

Related Posts

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

May 10, 2025
ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !
India

ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

May 10, 2025
আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d