Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Manipur is still burning:অগ্নিদগ্ধ মণিপুৰ

publisher by publisher
September 9, 2024
in Uncategorized
Reading Time: 5 mins read
0
Manipur is still burning:অগ্নিদগ্ধ মণিপুৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

মণিপুৰত নগা-কুকিৰ সংঘৰ্ষৰ পৰিণতিত সেনাসহ ২০ অপহৃত

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

Rage :আপোনাৰ বছে সৰু সৰু কথাক লৈ খং কৰে নেকি ?

Manipur is still burning:অগ্নিদগ্ধ মণিপুৰ

#প্রাঞ্জলসেন ডেকা

মণিপুৰত নতুনকৈ হিংসাৰ সূত্রপাত সমগ্ৰ দেশৰ বাবেই এক গভীৰ উদ্বেগজনক পৰিঘটনা। বিগত লোকসভা নিৰ্বাচনৰ পাছৰে পৰা পূৰ্বোত্তৰৰ এই সীমান্তৱৰ্তী ৰাজ্যখনত বিশেষ গুৰুতৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল; কিন্তু যোৱা দেওবাৰৰ পৰা পৰিস্থিতি পুনৰ শংকাজনক হৈ পৰিছে। বিপজ্জনক কথা এয়ে যে এইবাৰ প্রথমবাৰলৈ সশস্ত্র গোটে অত্যাধুনিক ড্ৰ’নৰ জৰিয়তে বোমাবর্ষণ কৰি নিৰীহ নাগৰিকৰ ওপৰত আক্ৰমণ চলাইছে। লগতে আৰপিজি অর্থাৎ কান্ধত তুলি লৈ গ্রেণেড নিক্ষেপ কৰা ৰকেট প্রপেল্ড গ্রেণেড ব্যৱহাৰ কৰিছে।

ADVERTISEMENT

সাধাৰণতে যুদ্ধতহে এনে ধৰণৰ অস্ত্র- শস্ত্ৰ ব্যৱহাৰ কৰা হয়। এনে আক্রমণ-প্রত্যাক্রমণত এটা সপ্তাহতে কমেও ১০ জন লোকে প্রাণ হেৰুওৱাৰ উপৰি বহুকেইজন আহত হৈছে। তদুপৰি বাসগৃহ আৰু যান-বাহনৰ যথেষ্ট ক্ষতি সাধন হৈছে। এনে আকস্মিক হিংসাৰ পৰিণতিত সংশ্লিষ্ট অঞ্চলৰ বাসিন্দাসকলে প্ৰাণৰক্ষাৰ বাবে পুনৰ সুৰক্ষিত স্থান বিচাৰি ঢাপলি মেলিবলগীয়া হৈছে। শেহতীয়া ঘটনাৱলীয়ে মণিপুৰক পুনৰ অগ্নিগর্ভ কৰি তোলাৰেই যে আগজাননী দিছে, তাত সন্দেহ নাই। সামগ্রিক পৰিস্থিতিলৈ লক্ষ্য কবিলে এই সিদ্ধান্তত উপনীত হ’ব পৰা যায় যে ইচ্ছাকৃতভাৱেই মণিপুৰক জুলিবলৈ এৰি দিয়া হৈছে।

দেশৰে এখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দুৰ্ভাগ্যজনক অৱহেলা আৰু ৰাজনৈতিক স্বার্থজড়িত ভূমিকা আশ্চর্যকৰ। ২০২৩ৰ তিনি মে’ত সূত্রপাত ঘটা মেইটেই আৰু কুকি-জ’ গোষ্ঠী সংঘৰ্ষৰ জুই নির্বাপণৰ বাবে যোৱা ১৬ মাহত বহুত প্রতিশ্রুতিয়েই দিয়া হ’ল যদিও পৰিস্থিতি অধিক জটিলহে হোৱাৰ দিশত অগ্ৰসৰ হৈছে। ৰাজ্যৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে অলপতে ঘোষণা কৰিছিল তেওঁৰ দ্বাৰা নিয়োজিত শান্তিদূতে গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক ছমাহৰ ভিতৰত ৰাজ্যখনলৈ শাস্তি ঘূৰি আহিব।

কিন্তু মুখ্যমন্ত্রীজনৰ দাবীৰ অন্তঃসাৰশূন্যতা আৰু পৰিস্থিতি নিয়ন্ত্রণত চূড়ান্ত ব্যর্থতা আকৌ এবাৰ প্রমাণিত হ’ল। মণিপুৰৰসমতলৰ সংখ্যাগৰিষ্ঠ মেইটেই আৰু পাহাৰ অঞ্চলৰ বাসিন্দা বুকি-জ’ জনগোষ্ঠীৰ মাজৰ উলম্ব বিভাজন হ্রাস কৰি উভয় জনগোষ্ঠীৰ মাজত আস্থা-বিশ্বাস উভতাই অনাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্রহণ কৰা হ’ল, সেয়া কাৰো দৃষ্টিগোচৰ নহ’ল।

বৰঞ্চ পৰিস্থিতি অনুধাৱনত ব্যর্থতাই হওক, অথবা ন্যস্তস্বাৰ্থৰ কাৰণেই হওক- এই সময়ছোৱাত যুযুৎসু সশস্ত্র গোটসমূহক অস্ত্র- শস্ত্ৰৰে অধিক সু-সজ্জিত হোৱাৰ সুযোগহে প্রদান কৰা হ’ল। তাৰেই পৰিণতিত এনেদৰে ড্ৰ’নৰ জৰিয়তে বোমাবর্ষণ অথবা আৰপিজিৰ ব্যৱহাৰ সম্ভৱ হৈ উঠিছে।

লক্ষ্যণীয়ভাৱে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ সমান্তৰালভাৱে ভাৰতৰ সীমান্তবর্তী ভূ-ৰাজনৈতিক পৰিস্থিতিও জটিল হৈ উঠিছে। এফালে মণিপুৰৰ সীমান্তৱৰ্তী ম্যানমাৰত সামৰিক শাসক আৰু বিদ্রোহীসকলৰ ধাৰাবাহিক সংঘৰ্ষ আৰু আনফালে কে’বাখনো ৰাজ্যক চুই থকা বাংলাদেশত ৰাজনৈতিক অস্থিৰতা। এনে দুই জটিল সীমাৰ স’তে মণিপুৰৰ পৰিস্থিতি অধিক জটিল হ’বলৈ দিয়াটো ভাৰতৰ বাবে বিপজ্জনক। তেনেদৰেই মণিপুৰৰ বিভিন্ন জনগোষ্ঠীৰ আধিপত্য থকা অঞ্চলসমূহ সংশ্লিষ্ট জনগোষ্ঠীৰ মাজত বিভাজিত হোৱাৰ দৰে গুৰুতৰ পৰিস্থিতিবো কোনো মীমাংসা নহ’ল। ই ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা তথা মণিপুৰৰ দৰে অশান্ত ৰাজ্যৰ সামাজিক সংহতিৰ বাবে যে অশনি সংকেত তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

কিন্তু এনে জটিলতা সত্ত্বেও এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ ভূমিকা দুর্ভাগ্যজনক। সন্দেহ নাই যে এনে ধৰণৰ গোষ্ঠী সংঘৰ্ষৰ দাবানল আন যিকোনো অবিজেপি শাসিত ৰাজ্যত সংঘটিত হোৱা হ’লে তাত ৰাষ্ট্ৰপতি শাসন বলৱতৰ ক্ষেত্ৰত চৰকাৰে বিলম্ব নকৰিলেহেঁতেন। ২০২৩ৰ মে’ত হিংসা আৰম্ভ হোৱাৰে পৰা মেইটেই আৰু কুকি-জ’ উভয় পক্ষই পৰিস্থিতি নিয়ন্ত্রণত ব্যর্থতাৰ বাবে মুখ্যমন্ত্রী বীবেন সিঙৰ অপসাৰণৰ দাবী জনাই আহিছে। আনকি শাসক দলৰো একাংশ বিধায়কে মুখ্যমন্ত্রীজনৰ প্রতি অনাস্থা প্রকাশ কৰি তেওঁক অপসাৰণৰ দাবী জনাইছে;

অথচ ৰাজ্য চৰকাৰখনৰ অর্ধেক ক্ষমতা কেন্দ্রীয় গৃহ মন্ত্রণালয়ে হস্তগত কৰিলেও বীৰেন সিঙক সম্পূর্ণ সুৰক্ষা প্রদান কৰি আহিছে। দৰাচলতে মণিপুৰবাসীৰ প্ৰতি কোনো সদিচ্ছাই প্রকাশ কৰিব নোৱাৰিলে প্রধানমন্ত্রী মোদী আৰু তেওঁৰ চৰকাৰে। ৰাছিয়া-ইউক্রেইন অথবা ইজৰাইল- পেলেষ্টাইনৰ মাজত যুদ্ধবিৰতিৰ বাবে মধ্যস্থতা কৰিবলৈ আগ্রহী বুলি সমর্থকসকলে দাবী কৰা মোদীয়ে বিগত সুদীর্ঘ ১৬ মাহে এবাৰো মণিপুৰ ভ্ৰমণ নকৰাটোৱে প্ৰকৃত স্বৰূপ উদঙাই দিয়ে। আনকি এই গোষ্ঠী সংঘর্ষ অথবা ৰাজ্যখনত একাংশ মহিলাৰ ওপৰত চলা পাশবিক নির্যাতনৰ ঘটনা পোহৰলৈ অহাৰ পাছতো প্রধানমন্ত্রী মোদীৰ নীৰৱতাই দেশবাসীক হতবাক কৰি তুলিছিল।

মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ সূত্রপাত হোৱা ২০২৩ৰ মে’ৰ পৰা ২০২৪ৰ এপ্ৰিললৈ অর্থাৎ সেই এটা বছৰত মোদীয়ে দেশৰ বিভিন্ন ৰাজ্যত ১৬২বাৰ ভ্ৰমণ কৰে। ইয়াৰে সৰ্বাধিক ২৪ আৰু ২২ বাৰ ভ্ৰমণ কৰে বিধানসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া ক্রমে ৰাজস্থান আৰু মধ্যপ্রদেশত। উভয় ৰাজ্যত বিজেপি জয়ী হ’বলৈ সক্ষম হয়। তেনেদৰেই উত্তৰ প্রদেশলে ১৭ বাৰ, গুজৰাট আৰু মহাৰাষ্ট্ৰলে ১০ বাৰকে ভ্রমণ কৰিছিল। তেতিয়ালে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠা নাছিল। নির্বাচনী প্ৰচাৰৰ সময়ত তেওঁ অধিকাংশ ৰাজ্যই অগণনবাৰ ভ্ৰমণ কৰিছে, ব্যতিক্ৰম হৈ ৰ’ল মাথোঁ মোদীয়েই আখ্যা দিয়া অষ্টলক্ষ্মীৰ অন্যতম লক্ষ্মী মণিপুৰ। আনকি উক্ত সময়ছোৱাতে তেওঁ ১৪ বাৰ বিদেশ ভ্রমণলৈও যায়।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে সংঘর্ষ আৰম্ভ হোৱাৰ তিনি সপ্তাহ পাছত মণিপুৰ ভ্ৰমণ কৰে যদিও সেয়া আৰু তেওঁৰ মন্ত্রণালয়ে গ্ৰহণ কৰা পদক্ষেপ যে যথেষ্ট নাছিল, সেয়া দ্ব্যর্থহীনভাবে প্রমাণিত হৈছে। ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্রণ গৃহ মন্ত্রণালয়ে নিজৰ হাতলৈ নিলেও ই কোনো এটা পক্ষকে আশ্বস্ত কৰিব নোৱাৰিলে; বৰঞ্চ শাসক পক্ষৰ পৰাই বিৰোধী সুৰ প্ৰকাশিত হৈছে।

শেহতীয়াভাবে স্বয়ং মুখ্যমন্ত্রী বীৰেনৰ জোঁৱাই তথা বিজেপি বিধায়কেই গৃহমন্ত্রী শ্বাহলৈ প্রেৰণ কৰা পত্রই সকলো উত্তাই দিছে। বিধায়ক ৰাজকুমাৰ ইম’ সিঙে পত্ৰত ৰাজ্যখনত নিয়োজিত হৈ থকা ৬০ হেজাৰ কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ জোৱানৰ বিৰুদ্ধে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণৰ অভিযোগ তুলি তীব্র ক্ষোভ প্রকাশ কৰিছে তেওঁ আনকি শাস্তি ঘূৰাই অনাত চূড়ান্তভাবে ব্যর্থ হোৱা কেন্দ্রীয় বাহিনীক আঁতৰাই মণিপুৰ আৰক্ষীক সম্পূর্ণ কর্তৃত্ব দিবলৈ অনুৰোধ জনাইছে। তেওঁ লগতে ৰাজ্যখনত স্থায়ী শাস্তিৰ বাবে ৰাজনৈতিক আলোচনাৰো পোষকতা কৰে। অর্থাৎ মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্রণত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ সন্তুষ্ট নহয় স্বয়ং বিজেপি মন্ত্রী-বিধায়কসকলেই।

লক্ষ্যণীয় যে সংঘর্ষ আৰম্ভ হোৱাৰে পৰাই মেইটেই সংগঠনসমূহে ৰাজ্যখনত নিয়োজিত অসম ৰাইফলছৰ বিৰুদ্ধে আৰু তাৰ বিপৰীতে কুকি-জ’ সংগঠনসমূহে মণিপুৰ আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি আহিছে। আনকি আৰক্ষী বাহিনীও গোষ্ঠী বিশেষত বিভাজিত হৈ পৰাটো লুকাই থকা নাই।

এই সমগ্র ঘটনাৱলীত মণিপুৰৰ মুখ্যমন্ত্রী বীৰেন সিঙৰ ভূমিকা আৰম্ভণিৰ পৰা সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। উগ্র মেইটেই জাতীয়তাবাদী নেতাৰূপে পৰিচিত বীৰেনৰ বিৰুদ্ধে কুকি সম্প্রদায়ে দীর্ঘদিন ধৰি পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি আহিছে। এই সম্পর্কত অলপতে পোহৰলৈ অহা এক অডিঅ’ ক্লিপিঙে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্রী বীৰেনৰ বাৰ্তালাপ বুলি দাবী কৰা এই অডিঅ’ ক্লিপিঙত মুখ্যমন্ত্রীজনৰ কুকি-জ’ জনগোষ্ঠীৰ বিৰুদ্ধে চৰম বিদ্বেষ প্রকাশ পাইছে।

আনকি কুকিসকলৰ বিৰুদ্ধে বোমা ব্যৱহাৰ কৰিবলৈ আৰক্ষী তথা নিৰাপত্তাবাহিনীক নির্দেশ দিয়াৰ কথাও তেওঁৰ এই বাৰ্তালাপৰ জৰিয়তে প্রকাশ পাইছে। সংবিধানৰ নামত শপত গ্ৰহণ কৰা মুখ্যমন্ত্রী এজনে নিজৰেই ৰাজ্যবাসীৰ একাংশৰ ওপৰত এনে জঘন্য পদক্ষেপ ল’বলৈ নিৰ্দেশ প্রদান কৰাৰ ঘটনাই পৰিস্থিতিৰ গভীৰতা অধিক স্পষ্ট কৰি তোলে। এই অডিঅ’ ক্লিপিং গোষ্ঠী সংঘৰ্ষৰ তদন্ত কৰা ন্যায়িক আয়োগৰ হাততো দাখিল কৰা হৈছে যদিও মণিপুৰ চৰকাৰে সেয়া মুখ্যমন্ত্রীৰ ভাষ্য নহয় বুলি কোৱাৰ চেষ্টা চলাইছে।

ৰাজ্যখনৰ বিৰোধী দলসমূহৰ লগতে কুকি-জ’ সংগঠনসমূহে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আনকি ৰাজ্যখনত পুনৰ হিংসাৰ সূচনাত মুখ্যমন্ত্রী বীৰেনৰ এই অডিঅ’ ক্লিপিঙে অৰিহণা যোগাইছে বুলিও অভিযোগ উত্থাপিত হৈছে।

লক্ষ্যণীয় যে যোৱা পহিলা আগষ্টত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী বীৰেনে মণিপুৰ বিধানসভাত তথ্য দাঙি ধৰিছে যে গোষ্ঠী সংঘর্ষত ২২৬ জন লোকে প্রাণ হেৰুৱাইছে। তদুপৰি ৩৯ জন লোক সন্ধানহীন হৈ আছে। এই হিংসাত সর্বমুঠ ১১,১৩৩টা গৃহত অগ্নিসংযোগ কৰা হৈছে আৰু ৫,৫৫৪ জন লোকৰ কৃষিভূমি বিনষ্ট হৈছে। ইয়াৰ বিপৰীতে হিংসাপীড়িত ৬০ হেজাৰ লোকে শিবিৰত আশ্রয় ল’বলগীয়া হৈছে।

এই সময়ছোৱাত বিভিন্ন ধৰণৰ হিংসাৰ ঘটনাক লৈ ১১,৮৯২টা গোচৰ ৰুজু হৈছে। এনে বৃহৎ ধন-জনৰ ক্ষতিসাধন হোৱা হিংসা ৰোধ কৰি সংঘৰ্ষত লিপ্ত জনগোষ্ঠীসমূহৰ মাজত সৃষ্টি হোৱা বিভাজন আঁতৰ কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্রী নিজেই ইয়াত জড়িত হৈ পৰিলে পৰিস্থিতি যে অধিক ভয়াৱহ হ’ব তাত কোনো সন্দেহ নাই। ব্যর্থতা আৰু পক্ষপাতিত্বৰ বাবেই বীৰেনৰ অপসাৰণৰ দাবী উঠি আহিছে যদিও বিজেপিৰ কেন্দ্রীয় নেতৃত্বই তাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

লোকসভাৰ দুয়োখন আসনেই বিজেপি আৰু সহযোগী দলৰ পৰা এইবাৰ কংগ্ৰেছে কাঢ়ি নিবলৈ সক্ষম হৈছে। ইয়াৰ পাছতে চাঞ্চল্যকৰ অডিঅ’ ক্লিপিং ফাদিলৰ পৰিণতিত বীৰেনৰ বিৰুদ্ধে কেন্দ্রীয় নেতৃত্ব কঠোৰ হ’ব বুলি বিভিন্ন মহলে ধাৰণা কৰিছিল। যোৱা সপ্তাহতে বিজেপিৰ উত্তৰ পূবৰ সংযোজক তথা কেন্দ্রীয় মুখপাত্র সাংসদ সম্বিত পাত্রই দুদিনীয়াকৈ মণিপুৰ ভ্ৰমণ কৰি যায়।

শেহতীয়া হিংসাত্মক ঘটনাৱলীৰ পাছতে পাত্রই মুখ্যমন্ত্ৰীৰ লগতে প্রতিজন মন্ত্রী তথা বিধায়কক সুকীয়াকৈ সাক্ষাৎ কৰি ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লয়। তেওঁ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ স’তেও আলোচনাত মিলিত হয়। আনকি প্ৰাণৰ আশংকাত গোষ্ঠী সংঘৰ্ষৰ দিন ধৰি ইম্ফলত উপস্থিত হ’বলৈ সাহস নকৰা শাসকীয় বিজেপিৰ কুকি-জ’ সম্প্ৰদায়ৰ বিধায়কসকলৰ স’তেও পাত্রই বার্তালাপ কবে।

ীউল্লেখ্য যে কুকি-জ’ সম্প্ৰদায়ৰ ১০ জন বিধায়কে বিগত ১৬ মাহ ধৰি আন অনুষ্ঠান বাদেই, আনকি বিধানসভাৰ কাৰ্যসূচীতো অংশগ্রহণ কৰিব পৰা নাই। কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশতে সাংসদ পাত্রই এনেদৰে মণিপুৰৰ পৰিস্থিতিৰ বিস্তৃত তথ্য সংগ্ৰহ কৰাৰ ঘটনাই বীৰেন সিঙৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহৰ সম্ভাৱনা প্রকট কৰিছে বুলি কেতবোৰ মহলে প্রকাশ কৰিছে যদিও এই পর্যন্ত দিল্লীয়ে কোনো স্পষ্ট ইংগিত প্রদান কৰা নাই।

মণিপুৰৰ পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে এক নিৰ্ণায়ক পদক্ষেপ গ্রহণ কৰিব লাগিব। প্রয়োজন সাপেক্ষে বীৰেন সিঙক অপসাৰণ কৰি মেইটেই আৰু কুকি-জ’ উভয় পক্ষৰে গ্ৰহণযোগ্য কোনো উদাৰপন্থী নেতাক মুখ্যমন্ত্রী পদত বহুৱাই ৰাজ্যখনত শান্তি স্থাপনৰ প্ৰচেষ্ট নতুনকৈ আৰম্ভ কৰিব লাগিব। সবাতোকৈ গুৰুত্বপূর্ণ কথাটো হৈছে সংঘর্ষত জড়িত জনগোষ্ঠীসমূহৰ স’তে মুকলিমুৰীয়াকৈ আলোচনাত মিলিত হৈ বুজাবুজিৰ সৃষ্টি কৰাটো। দুয়োপক্ষৰ মাজত বিভেদ হ্রাস কৰিব নোৱাৰিলে শান্তি সুদূৰ পৰাহত হৈয়ে ৰ’ব।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Manipur Violencepranjal sen dekaSpl Articlesstill burning
publisher

publisher

Related Posts

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই
Uncategorized

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

September 4, 2026
শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ

September 4, 2026
ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ
Uncategorized

ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ

September 4, 2026
ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ
Uncategorized

ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ

September 3, 2026
জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা
Uncategorized

জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d