Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aasu Gen Secy Sankarjyoti Baruah:কাৰ হেঁচাত শংকৰজ্যোতিৰ বিৰুদ্ধে গোচৰ ৰুজুত হেমাহি আৰক্ষীৰ?

শীর্ষ নেতৃত্বৰ চকু মুদা কুলিৰ ভাও নাই কোনো তাৎক্ষণিক ব্যৱস্থা, সাধাৰণ সম্পাদকৰ কাণ্ডক লৈ আছুত ক্ষোভ, যুৱতী এগৰাকীয়ে অনা অভিযোগৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে শংকৰজ্যোতিয়ে

publisher by publisher
September 9, 2024
in Uncategorized
Reading Time: 2 mins read
0
Aasu Gen Secy Sankarjyoti Baruah:কাৰ হেঁচাত শংকৰজ্যোতিৰ বিৰুদ্ধে গোচৰ ৰুজুত হেমাহি আৰক্ষীৰ?
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

Aasu Gen Secy Sankarjyoti Baruah:

সদৌ অসম ছাত্র সস্থা (আছু)ৰ ইতিহাসত নজিৰ বিহীন ঘটনাৰ সৃষ্টি কৰিলে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে সংগঠনৰে এগৰাকী নেত্ৰীয়ে অনা প্ৰেমত প্ৰতাৰণাৰ অভিযোগে। ইয়াকে লৈ চৰম অস্বস্তিত পৰিছে সংগঠনটোৰ অন্যান্য নেতা- কর্মীসকল। বিষয়টো ব্যক্তিগত বুলি একাংশই ক’বলৈ চেষ্টা কৰিছে যদিও এটা সংগঠনৰ শীর্ষ পদবীধাৰীজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ব্যক্তিগত পর্যায়ত নাথাকে।

ADVERTISEMENT

একেবাৰে বিয়াৰ পৰ্যায়লৈ যোৱাৰ পাছতো আন এগৰাকী যুৱতী গায়িকাৰ লগত গোপনে সম্পৰ্ক ৰক্ষা কৰি চলা বুলি সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে যি অভিযোগ বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে উত্থাপন কৰিছে, তাৰ প্ৰভাৱ দেওবাৰে সংগঠনটোৱে উদযাপন কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানতো পৰে। প্ৰেমত প্ৰতাৰণাৰ অভিযোগত সাঙোৰ খাই পৰা বাবেই দেওবাৰে শংকৰজ্যোতি বৰুৱাই এই অনুষ্ঠানত উপস্থিত থকাৰ সাহস গোটাব নোৱাৰিলে। তাৰ বিপৰীতে আত্মৰক্ষাৰ দৌৰতহে অবতীর্ণ হয়।

পৰিতাপৰ বিষয় যে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে আছুৰ সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে মহানগৰীৰ দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ ৪৮ ঘণ্টা উকলি যোৱাৰ পাছতো বহস্যজনকভাবে আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু নকৰিলে। আছু নেতাজনক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নাৰী সুৰক্ষাৰ কথা কোৱা আছু নেতাৰ বিৰুদ্ধেই এনে গুৰুতৰ অভিযোগ উত্থাপনৰ পাছত কোনে ৰক্ষণাবেক্ষণ দিছে, তাকে লৈ বিভিন্ন প্রশ্নৰ উদ্রেক ঘটিছে। গোচৰ ৰুজু কৰি আছু নেতাজনক সোধপোছ কৰাৰ পূৰ্বেই তেওঁ আগতীয়া জামিন লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিবলৈ আৰক্ষীৰ বদান্যতাতে সক্ষম হ’ল বুলিও বিভিন্ন মহলত চর্চা চলিছে। ছাত্র নেতাজনে অৱশেষত আগতীয়া জামিন লাভ কৰিবলৈও সক্ষম হয়।

ইপিনে, সমগ্র বিষয়টোক আছুৰ শীর্ষ নেতৃবৃন্দই এৰাই চলিব বিচাৰিছে নেকি বুলি ছাত্র সংগঠনটোতে চর্চা আৰম্ভ হৈছে। সংগঠনৰ ৰাজ্যিক কার্যনির্বাহকৰ কে’বাজনো নেতাই আজি আক্ষেপেৰে কয় যে এনে ঘটনা আছুৰ ইতিহাসত প্রথম। এনে ক্ষেত্ৰত অভিযোগৰ ভিত্তিত শংকৰজ্যোতি বৰৱাক লৈ তাৎক্ষণিক পদক্ষেপ ল’ব লাগিছিল। তাৰ বিপৰীতে গা এবা ভূমিকাহে লোৱা দেখা গৈছে। তেওঁলোকে ক্ষোভেৰে কয়, ‘অভিযোগটো গুৰুতৰ।

আছুৰ সাংবিধানিক দিশেবেও বিষয়টো অতি স্পৰ্কাতৰ। গতিকে আমাৰ সংগঠনৰ এটা বার্তা ৰাইজে ইতিমধ্যে পাব লাগিছিল। অভিযোগ অনা ছাত্ৰীগৰাকীও আমাৰে সতীর্থ।’ আছুৰ মজিয়াত চলা এনে চর্চাতে স্পষ্ট হৈছে যে সংগঠনটোৱে নিজৰে এগৰাকী নেত্রীক ন্যায় প্রদান কৰিবলৈ কোনো চেষ্টাই কৰা নাই। আদ্ভুত মহিলাক উপযুক্ত স্থান দিয়া নহয় বুলি বিভিন্ন সময়ত অভিযোগ আছে। সাম্প্রতিক ঘটনাই পুনৰ এনে প্রশ্নৰ উত্থাপন কৰিলে।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ছাত্র একতা সভাৰ বিষয়ববীয়া ছাত্ৰী গৰাকীয়ে শংকৰজ্যোতিৰ প্ৰতাৰণাৰ বলি হৈ তিনি দিন পূর্বে আত্মহননৰো চেষ্ট চলাইছিল। অভিযোগ অনুসৰি, বিগত পাঁচ বছৰে থকা প্ৰেমৰ সম্পর্ক ঘৰৱা পৰ্যায়লৈ যোৱাৰ পাছতো শংকৰজ্যোতিয়ে বিগত দুবছৰৰ পৰা এগৰাকী গায়িকাৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। ইয়াকে লৈ ছাত্রী গৰাকী আৰু তেওঁৰ পৰিয়াল চৰম মানসিক অশান্তিত ভুগি আছে।

উপায়ন্ত হৈ শেষত মানসিক চাপ বহন কৰিব নোৱাৰি একেলগে বহুকেইটা টেবলেট সেৱন কৰিছিল বুলি চিকিৎসক আৰু আৰক্ষীৰ আগত ছাত্ৰী গৰাকীয়ে সদৰী কৰে। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতিয়ে তেওঁক মাৰণাস্ত্র প্রদর্শন কৰি ভাবুকি দিয়া বুলি অতি গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো ৰহস্যজনকভাৱে আজিলৈকে ছাত্র নেতাজনৰ বাসগৃহত আৰক্ষী তালাচীৰ বাবে কিয় উপস্থিত নহ’ল, তাক লৈও প্রশ্নও উত্থাপন হৈছে।

# অৱশেষত মুখ খুলিলে শংকৰজ্যোতিয়ে

শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে সংগঠনৰে এগৰাকী নেত্ৰীয়ে অনা প্ৰেমত প্ৰতাৰণাৰ অভিযোগ সন্দৰ্ভত যোৱা কেইদিন ধৰি অব্যাহত থকা ব্যাপক চৰ্চাৰ মাজতে আজি শংকৰজ্যোতি বৰুৱাই আগবঢ়াই নিজৰ প্ৰতিক্ৰিয়া ৷ মোৰ বিৰুদ্ধে অনা অভিযোেগ মই মানি লৈছো।

কিন্তু মোৰ হাততো অভিযোগ তথা প্রমাণ আছে’৷ যুৱতী গৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল ৷কিন্তু তেঁওলোকৰ মাজত প্ৰায় ১ বছৰ ধৰি চলিছিল সংঘাত৷ আনহাতে ইতিমধ্যে যুৱতী গৰাকী থানাত দিয়া গোচৰমৰ্মে অগ্ৰিম জামিন লোৱাৰ কথা উল্লেখ কৰি আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় ,যুৱতী গৰাকী কোৱাৰ দৰে মোৰ হাতত কোনো ৰাইফল নাই ৷ যদি মোৰ হাতত তেনে অস্ত্ৰ আছে ৷ তেন্তে আমছ গোচৰ ৰজু হ’ব। আনহাতে এই সন্দৰ্ভত অধিক নকও যিহেতুকে গোটেই বিষয়টো আদালতৰ বিচাৰাধীন ৷ যি ক’ব লগা আছে আদালতত কম ৷ মুঠৰ ওপৰত দোষীয়ে শাস্তি পাব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: aasu Gen Secy Sankarjyoti BaruahGuwahatiSankarjyoti Reacts
publisher

publisher

Related Posts

নেপালৰ বিপৰ্যয়ৰ মাজতে বিশ্বৰ বৃহত্তম হিমবাহে আনিছে অশনি সংকেত
Uncategorized

September 1, 2026
পাৱাৰলিফটিং ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ নগাঁৱৰ মনোজ কলিতাৰ

নগাঁও জিলাৰ বিভিন্ন ঠাইত চাৰিশৰীয়া ঘাইপথৰ মাজত প্ৰকাণ্ড প্রকাণ্ড গাঁত

মিলি গ’ল বাইবেলৰ বৰ্ণনা, দুহেজাৰ বছৰৰ পাছত ওলাল যীশুৰ কবৰ

August 30, 2026
মহাকাশৰ পৰা খহি পৰা ধাতুৰে তৈয়াৰী অলংকাৰ পৰিধান কৰিছিল

পাঁচ মাহে থাকে পানীৰ মাজত, পাঠদান চলে মন্দিৰ-লোকৰ ঘৰত

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d