Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Sikkar Assamese Movie Release:চিত্ৰগৃহত অসমীয়া থ্ৰিলাৰ ‘চিকাৰ’:অভিনয়ৰে নতুন চমক জুবিনৰ

অসমীয়া চলচ্চিত্ৰ ইতিহাসত সৰ্বাধিক বাজেটৰ ছবি, অধিকাংশ দৃশ্য গ্ৰহণ ইংলেণ্ডত

samimsultana by samimsultana
September 21, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Sikkar Assamese Movie Release:চিত্ৰগৃহত অসমীয়া থ্ৰিলাৰ ‘চিকাৰ’:অভিনয়ৰে নতুন চমক জুবিনৰ
4
SHARES
36
VIEWS
ShareShareShareShare

Sikkar Assamese Movie Release:

চলিত বর্ষত বর্তমানলৈকে এখনৰ পাছত আনখনকৈ অভিলেখ সংখ্যক অসমীয়া ছবিয়ে চিত্রগৃহত মুক্তি লাভ কৰিলে। ‘ড° বেজবৰুৱা-২’, ‘বিদূৰভাই’, ‘পিশাচ’, ‘লোকেল কুং ফু-৩’ৰ দৰে মুক্তিপ্রাপ্ত ছবিয়ে চলিত বৰ্ষত দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰাৰ লগতে অসমীয়া চলচ্চিত্ৰৰ এক সুকীয়া পৰিচয়ো দাঙি ধৰিলে।

ADVERTISEMENT

শুকুৰবাৰে ৰাজ্যৰ চিত্ৰগৃহত মুক্তি লাভ কৰিলে ‘চিকাৰ’ নামৰ এখন মুক্তিৰ পূৰ্বে বহুচর্চিত চলচ্চিত্রই। ‘চিকাৰ’ চৰ্চিত হোৱাৰ অন্যতম এক কাৰণ হৈছে এইখন হৈছে অসমীয়া চলচ্চিত্র উদ্যোগত নিৰ্মাণ কৰা প্ৰথমখন সর্বাধিক ব্যয়বহুল চিনেমা। মূলতঃ ব্রিটেইনত দৃশ্যগ্রহণ কৰা হেতুকে ‘চিকাৰ’ নিৰ্মাণৰ বাবে প্রযোজকে যথেষ্ট ধন ব্যয় কৰিবলগা হ’ল। ‘বিগ বাজেট’ৰ অসমীয়া ছবি হিচাপে ‘চিকাৰ’-এ শুকুৰবাৰৰ পৰা ৰাজ্যৰ চিত্রগৃহত দৰ্শকৰ চিকাৰো আৰম্ভ কৰিলে। ‘চিকাৰ’ চৰ্চিত হোৱাৰ আন এক কাৰক হৈছে এইখন ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰা জুবিন গাৰ্গ।

RelatedPosts

Judicial Custody:বিতৰ্কিত লেখিকা শিখা শৰ্মাক ন্যায়িক জিন্মালৈ প্ৰেৰণ

Manas Rabin Latter:জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া আৰু ১০৮ ৰ কৰ্মচাৰী সকলৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ চিঠি মানস ৰবীনৰ

Pressmeet:শুকুৰবাৰে গৰিমা শইকীয়া গাৰ্গৰ সংবাদমেল

বিদেশত সিংহভাগ দৃশ্যগ্রহণ কৰা ‘চিকাৰ’ৰ কাহিনীও দর্শকৰ বাবে কিছু দিশত অগতানুগতিক বুলি ক’ব পাৰি। অসমৰ চাহ বাগিচাৰ পটভূমিত আৰম্ভ হোৱা ‘চিকাৰ’ৰ কাহিনী পৰৱৰ্তী সময়ত বিদেশতে সমাপ্ত হয়। এখন চাহ বাগিচাত শ্রমিক হিচাপে কৰ্মৰত শংকৰ এজন অতি সাহসী যুৱক হিচাপে পৰিচিত। সহজ-সৰল শংকৰে ভাল পায় বাগিচাৰ উচ্চ শিক্ষিত চাহ জনজাতীয় যুৱতী অষ্টমীক।

কিন্তু এদিন বাগিচাত সংঘটিত এক অঘটনে শংকৰৰ জীৱনৰ গতিপথ সলনি কৰিলে। বাগিচাৰ কাম এৰি শংকৰে বন্ধু ৰাহুলৰ স’তে অবৈধ প্ৰব্ৰজনকাৰী হিচাপে প্রৱেশ কৰে লগুনত। কিন্তু লণ্ডনত উপস্থিত হৈ শংকৰে কৰিলে কি? অসমৰ অতি পিছপৰা এক অঞ্চলৰ পৰা ব্রিটেইনত ভৰি দি প্রতিদিনে কেনে পৰিস্থিতিৰ সম্মুখীন হৈছিল এই দুই সহজ-সৰল যুৱক? মূলতঃ এনে এক কাহিনীৰ আধাৰত ‘চিকাৰ’ নিৰ্মাণ কৰা হৈছে। কাহিনীৰ দিশৰ পৰা ছবিখনত যথেষ্ট নতুনত্ব আছে। ছাৰা ব’ডিনাৰ আৰু বিষ্ণুজ্যোতি সন্দিকৈৰ কাহিনী-চিত্রনাট্যই ‘চিকাৰ’ক দৰ্শকৰ বাবে এখন উৎকণ্ঠাপূর্ণ অসমীয়া থ্রিলাৰ-কমেডী ছবিত পৰিণত কৰিছে।

চাহ জনজাতিৰ বিভিন্ন সমস্যাক উপস্থাপন কৰা ‘চিকাৰ’ত বিশ্বজুৰি হৈ অহা ভয়াৱহ অবৈধ মানৱ সৰবৰাহ, নাৰী সৰবৰাহ, নিচাযুক্ত দ্ৰব্যৰ চোৰাং বেহা আদিৰ দৰে বিষয়ো কৌশলপূর্ণভাবে দাঙি ধৰা হৈছে। ব্রিটেইনৰ দৰে দেশলৈ বিশ্বৰ বিভিন্ন দেশৰ পৰা অবৈধ প্রব্রজন মূলতঃ সমুদ্র পথৰে হৈ আহিছে। এনে অবৈধ সাগৰীয় প্ৰব্ৰজনক ইংৰাজীত ‘ডাংকী ?ৰুট’ প্রব্রজন বুলি কোৱা হয়। শ্বাহৰুখ খান অভিনীত ‘ডাংকী’ ছবিখনত এনে অবৈধ প্রব্রজনক সুন্দৰভাৱে দাঙি ধৰা হৈছিল। প্ৰথমবাৰৰ বাবে অসমীয়া ছবিত ‘ডাংকী ৰুট’ প্ৰব্ৰজনক উপস্থাপন কৰিলে ‘চিকাৰ’-এ।

গুজৰাটৰ পৰা মালবাহী জাহাজৰ কণ্টেইনাৰত সোমাই জুবিন আৰু বন্ধু সিদ্ধার্থ শৰ্মাই ‘ডাংকী কট’ৰে লণ্ডন অভিমুখে কৰা যাত্ৰাৰ ৰোমান্সকৰ দৃশ্য এইখন ছবিৰ এক বিশেষ সমল। বিপজ্জনক সমুদ্র যাত্ৰাৰ দৃশ্য অতি বাস্তৱসন্মতভাৱে প্ৰদৰ্শনৰ ক্ষেত্ৰত ‘চিকাৰ’-এ বলিউডৰ ছবিৰ স’তে ফেৰ মাৰিব পাৰিছে। পৰৱৰ্তী সময়ত ব্রিটেইন বিশেষকৈ লণ্ডনত ছবিখনৰ দৃশ্যগ্ৰহণৰ ক্ষেত্ৰতো পৰিচালক আৰু প্রযোজকে কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই।

‘চিকাৰ’ত জুবিন, সিদ্ধাৰ্থৰ লগতে আদিল হুছেইন, উর্মিলা মহন্ত, অন্তৰীক্ষ চহৰীয়া, ধ্যানী মহন, পল অ’নীলসহ আন কে’বাজনো দেশী-বিদেশী শিল্পীয়ে অভিনয় কৰিছে। অভিনয়ৰ ক্ষেত্ৰত এইখন ছবিৰ প্ৰতিজন শিল্পীয়ে সম্পূর্ণ সফলতা অৰ্জন কৰা বুলি ক’ব পাৰি। বিশেষকৈ মূল চৰিত্ৰত চাহ জনজাতীয় যুৱক হিচাপে জুবিনৰ অভিনয় নিখুঁট হৈছে।

‘দীনবন্ধু’, ‘মন যায়’ৰ পাছত দর্শকে এজন অভিনেতা হিচাপে জুবিনক ‘চিকাৰ’ত মনপৰশা ৰূপত প্রত্যক্ষ কৰিব। জুবিনৰ স্বভাৱসুলভ অভিনয়ে ‘চিকাৰ’ক অধিক উপভোগ্য কৰি তুলিছে। একেদৰে সহঃশিল্পী সিদ্ধার্থ শৰ্মাৰ পৰিচিত অভিনয়েও দর্শকক আমোদ দিব। ‘চিকাৰ’ আন এজন সুদক্ষ অভিনেতা হৈছে আদিল হুছেইন।

ব্রিটেইনৰ এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত আদিলে কৰা অভিনয়ে ‘চিকাৰ’ক সমৃদ্ধ কৰিলে। ‘চিকাৰ’ এখন থ্রিলাৰধৰ্মী অসমীয়া ছবি। এইখন ছবিৰ একচনৰ দৃশ্য আৰু ভিএফএক্স উন্নত হৈছে। বিশেষকৈ ছবিখনত জুবিনে বাঘৰ স’তে কৰা যুঁজৰ দৃশ্য বলিউডী ছবিৰ দৰেই শিহৰণকাৰী হৈছে। মাৰপিটৰ দৃশ্যতো তথাকথিত দক্ষিণ ভাৰতীয় প্ৰভাৱৰ পৰিৱৰ্তে ‘চিকাৰ’ত হলিউড-বলিউডৰ প্ৰভাৱ পৰিছে। ‘

চিকাৰ’ৰ আন এক উল্লেখনীয় দিশ হৈছে এই ছবিত ‘চিকাৰ’ কৰিবলৈ মূল চৰিত্ৰ শংকৰে বাটলুগুটি বা গুল্টি, ধেনুকাঁড়ৰ দৰে পৰম্পৰাগত অস্ত্ৰ ব্যৱহাৰ কৰাটো। চাহ জনজাতীয় এজন চিকাৰী যুৱকে স্বাভাৱিকতে এনে ধৰণৰ পৰম্পৰাগত অস্ত্ৰৰে ব্যৱহাৰ কৰিব আৰু বন্দুক-ছুৰীৰ পৰিৱৰ্তে ‘চিকাৰ’ত এই পৰম্পৰাগত অস্ত্ৰ ব্যৱহাৰ কৰি ছবিখনক অধিক বাস্তৱসন্মত কৰি তোলা হৈছে।

এজন দক্ষ ভিডিঅ’ সম্পাদক, ভিএফএক্স বিশেষজ্ঞ হিচাপে পৰিচিত দেবাঙ্কৰ বৰগোহাঁই পৰিচালক হিচাপে ‘চিকাৰ’ৰ জৰিয়তে সফল হ’ল। অৱশ্যে ‘চিকাৰ’ৰ নিৰ্মাণত প্রযোজক ছেম ভট্টাচার্যয়ো বিশেষ ভূমিকা গ্রহণ কৰিছে। কিয়নো, ভট্টাচাৰ্যৰ ব্যয়বহুল প্রযোজনাৰ ফলতহে ‘চিকাৰ’ৰ দৰে এখন কাৰিকৰীগতভাৱে সম্পূর্ণ নিখুঁট ছবি নির্মাণ সম্ভৱ হৈছে।

অসমীয়া ছবিৰ বজাৰ তেনেই সীমিত। সৰহ সংখ্যক অসমীয়া ছবিয়ে বক্স অফিচত মুখথেকেচা খাই আহিছে। এনে পৰিস্থিতিত ‘চিকাৰ’ৰ দৰে এখন ব্যয়বহুল অসমীয়া ছবি নির্মাণ কৰি প্ৰযোজক আৰু পৰিচালকে সাহসৰ পৰিচয় দিলে। ‘চিকাৰ’ৰ সংগীত, আৱহ সংগীত সুন্দৰ হৈছে। অৱশ্যে জুবিনে ছবিখনৰ সংগীত পৰিচালনা কৰা হেতুকে ‘চিকাৰ’ৰ গীত আৰু অধিক সুমধুৰ হোৱাৰ থল আছিল। চাহ জনজাতিৰ ঝুমুৰ নৃত্য-গীতৰ উপস্থাপন ছবিখনত মনোৰম ৰূপত কৰা হৈছে। বাণিজ্যিক ছবি হিচাপে ‘চিকাৰ’ কাহিনী, অভিনয়, পৰিচালনা-আটাইকেইটা দিশৰ পৰা দৰ্শকৰ বাবে উপভোগ্য হৈছে।অসমীয়া চলচ্চিত্র উদ্যোগক বাণিজ্যিকভাৱে শক্তিশালী কৰাৰ বাবে ‘চিকাৰ’ৰ দৰে অধিক ছবি নির্মাণৰ প্রয়োজন আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assamese Movie ReleaseSikkarZubeen Garg
samimsultana

samimsultana

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d