Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

North East United FC young star Parthiv Gogoi:ব্যক্তিগত প্ৰদৰ্শনতকৈ দলীয় সফলতা মোৰ বাবে গুৰুত্বপূৰ্ণ: পাৰ্থিৱ

নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিৱ গগৈৰ

publisher by publisher
September 6, 2024
in Uncategorized
Reading Time: 2 mins read
0
North East United FC young star Parthiv Gogoi:ব্যক্তিগত প্ৰদৰ্শনতকৈ দলীয় সফলতা মোৰ বাবে গুৰুত্বপূৰ্ণ: পাৰ্থিৱ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

North East United FC young star Parthiv Gogoi:

 ‘ফুটবলত ব্যক্তিগত প্ৰদৰ্শন স্বাভাৱিকতে মুল্যহীন যদিহে দলৰ প্ৰদৰ্শন ফলদায়ক নহয় ৷ সেয়ে মই বিশ্বাস কৰো দলে উন্নত প্ৰদৰ্শন কৰাটো৷ আমি যেতিয়া এখন খেলত জয়লাভ কৰিম তেতিয়া দলটোৱে যে ভাল ফুটবল খেলিছে সেইটোহে বাস্তৱত প্ৰতিপন্ন কৰে ৷ তাৰমানে দলৰ সকলো সদস্যই ভাল প্ৰদৰ্শন কৰিছে বাবেহে দলৰ জয় সম্ভৱ হৈছে ৷ বিপৰীতে পৰাজয় হ’লে সকলো সদস্যৰ ব্যৰ্থতা বুলি ধৰি লোৱা হয়৷’ এই মন্তব্য নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিৱ গগৈৰ ৷

ADVERTISEMENT

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ ফুটবলৰ খিতাপ জয়ৰে নতুন ছিজনৰ আৰম্ভনি কৰা নৰ্থ ইষ্ট ইউনাইটেডে ইণ্ডিয়ান ছুপাৰ লীগ-২০২৪-২৫ [আই এছ এল] তো প্ৰত্যাশিত আৰম্ভনি কৰাৰ বাবে সাজু হৈছে৷ নতুন ছিজনক লৈ পাৰ্থিৱৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰশ্ন কৰাত যোৱা ছিজনত চমকপ্ৰদ প্ৰদৰ্শনৰে দেশৰ ফুটবলপ্ৰেমীৰ হৃদয় জয় কৰা তথা ডুৰাণ্ড কাপতো অনবদ্য খেলেৰে নতুন ছিজনতো নিজৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰা প্ৰতিভাবান ষ্ট্ৰাইকাৰ গৰাকীয়ে এইদৰে কয় ৷

‘ডুৰাণ্ড কাপৰ চেম্পিয়ন হোৱাটো আমাৰ বাবে অনন্য সফলতা ৷ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় স্তৰত নৰ্থ ইষ্ট ইউনাইটেডে চেম্পিয়ন হোৱাৰ গৌৰৱ লাভ কৰিছে ৷ তাতকৈয়ো ডাঙৰ কথাটো হ’ল কলকাতাত মোহন বাগানৰ বিৰুদ্ধে ফাইনেল খেলি দুগলত পিছ পৰি থকাৰ পাছতো আমি দৃঢ়তা আৰু আত্মবিশ্বাস অটুট ৰাখি চেম্পিয়ন হৈছো৷ স্বাভাৱিকতে এই সফলতাই দলৰ ডেছিং ৰূমৰ পৰিৱেশ সম্পূৰ্ণৰূপে সলনি কৰি দিছে ৷ এতিয়া আমাৰ লক্ষ্য হ’ব প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰি আসন্ন আই এছ এলতো সফলতা অৰ্জন কৰা৷’ পাৰ্থিৱে লগতে কয় ৷

উল্লেখযোগ্য যে নৰ্থ ইষ্ট ইউনাইটেডে একাদশ সংখ্যক আই এছ এলত লীগৰ প্ৰথম মেচখন অহা ১৬ ছেপ্টেম্বৰত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত লীগৰ নতুন দল মহমেদান স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে খেলিব ৷ আনহাতে, গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথম মেচখন অহা ২৯ ছেপ্টেম্বৰত খেলিব ৷ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত গুৱাহাটীৰ আই এছ এল দলটোৱে কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হ’ব ৷

যোৱা ছিজনত এক পইণ্টৰ বাবে নকআউট ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰা নৰ্থ ইষ্ট ইউনাইটেডে মুঠ ২২ মেচৰ ছয়খনত জয়লাভ কৰাৰ বিপৰীতে আঠ খনত পৰাজয় তথা সমসংখ্যক মেচ ড্ৰ খেলি তালিকাৰ সপ্তম স্থানত আছিল৷ ‘আমি নতুন ছিজন সফলতাৰে আৰম্ভ কৰাৰ আশা কৰিছিলো৷ ডুৰাণ্ড কাপৰ ট্ৰফীয়ে দলক সুন্দৰ আৰম্ভনি দিলে ৷ এতিয়া কিন্তু সমৰ্থকে দলৰ পৰা অধিক আশা কৰিব৷ স্বাভাৱিকতে এয়া এক চাপ ৷’ পাৰ্থিৱে লগতে কয় ৷

ইফালে, নিজৰ লগতে দলৰ যুৱ ফুটবলাৰৰ ওপৰত বিশ্বাস আৰু আস্থা ৰখাৰ বাবে পাৰ্থিৱে স্পেনিছ প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ক্লাবৰ স্বত্তাধিকাৰী জন আব্ৰাহামে নতুন খেলুৱৈসকলক অধিক উৎসাহ আৰু বিশ্বাস দিছে বুলি ব্যক্ত কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiNorth East United FCyoung star Parthiv Gogoi
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d