Preparations for Ravana cremation in Mirza are complete:
➡️দশমীৰ দিনাই ৰাজ্যৰ কেতবোৰ অঞ্চলত কৰা হয় ৰাৱণ দাহন ৷
ADVERTISEMENT
➡️কামৰূপৰ মিৰ্জাত ৰাৱণ দাহৰ প্ৰস্তুতি সম্পূৰ্ণ ৷
➡️ৰাৱণ দাহৰ বাবে নিৰ্মাণ কৰিছে ১৪০ ফুট উচ্চাতাৰ সুবিশাল ৰাৱণৰ প্ৰতিকৃতি ৷
➡️দশমীৰ দিনাই আনুষ্ঠানিকভাৱে দাহ কৰা হ’ব সুবিশাল ৰাৱণৰ প্ৰতিকৃতিক ৷





























