Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Navbharat Literacy Mission:শিক্ষাগ্ৰহণ হৈছে এক জীৱনজোৰা সাধনা : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

নৱভাৰত সাক্ষৰতা কাৰ্যসূচীৰ অধীনত ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত উল্লাস (ULLAS)ৰ সন্মিলনত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ 

samimsultana by samimsultana
October 22, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Navbharat Literacy Mission:শিক্ষাগ্ৰহণ হৈছে এক জীৱনজোৰা সাধনা : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
1
SHARES
12
VIEWS
ShareShareShareShare

Navbharat Literacy Mission:

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অনুসৰি ভাৰত চৰকাৰে আৰম্ভ কৰা নৱভাৰত সাক্ষৰতা কাৰ্যসূচী- উল্লাসৰ তৃতীয়খন আঞ্চলিক সন্মিলন আজি ৰাজ্যৰ  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উদ্বোধন কৰে। এই কাৰ্যসূচীৰ অধীনত ২০২২চনৰ পৰা ২০২৭ চনৰ ভিতৰত সমগ্ৰ দেশতে শিক্ষা লাভৰ পৰা বঞ্চিত ১৫ বছৰৰ ঊৰ্ধ্বৰ সকলো নাগৰিককে সাক্ষৰ কৰি এগৰাকী দক্ষ মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে।

ADVERTISEMENT

ranoj 1এন চি ই আৰ টিৰ ৰাষ্ট্ৰীয় সাক্ষৰতা কেন্দ্ৰৰ উদ্যোগত তথা ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰীৰ সহযোগত আজিৰ পৰা দুদিনীয়াকৈ আয়োজিত উল্লাস (ULLAS)ৰ সন্মিলনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ভাষণত উল্লেখ কৰে আধুনিক যুগ হৈছে লিখা-পঢ়া কৰি জ্ঞান অৰ্জন কৰা আৰু কৌশল আয়ত্ব কৰাৰ যুগ। আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  লোৱা “পঢ়ে ভাৰত বঢ়ে ভাৰত” কাৰ্যসূচী হৈছে এক অতি উল্লেখনীয় পদক্ষেপ।

RelatedPosts

Free admission:বিনামূলীয়া নামভর্তিক লৈ সচিব-মন্ত্ৰীৰ বিপৰীত জাননী

Education Minister Dr.Ranoj Pegu:আলি-আঃয়ে-লৃগাঙৰ দিনটোতে শিক্ষামন্ত্রীৰ বৃহৎ ঘোষণা

Education Minister- College Teachers Association meeting over Gunotsav boycott:কলেজ শিক্ষক সন্থাৰ গুণোৎসৱ বর্জনক লৈ সন্থাৰে বৈঠক শিক্ষামন্ত্ৰীৰ

সেয়েহে একে ধৰণে আমি উল্লাসক এক কেৱল চৰকাৰী কাৰ্যসূচী বুলি গণ্য নকৰি প্ৰতি গৰাকী নাগৰিকৰে নিজ দায়িত্ব বুলি স্বীকাৰ কৰি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি সকলোৱে জড়িত হ’ব লাগে। মন্ত্ৰী গৰাকীয়ে উল্লাসক এক জন আন্দোলনলৈ পৰ্যবসিত কৰিবলৈ সকলোকে আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক উল্লাসৰ এই কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশ গ্ৰহণেৰে ৰাজ্যখনৰ চুকে-কোণে জ্ঞান আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ কয়।

ranoj 2ৰাজ্যখনৰ সকলো লোককে জ্ঞানৰ আলোকেৰে উজ্জীৱিত কৰি স্বাক্ষৰতাৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে বিভাগীয় বিষয়াসকলকো অতি সোনকালে মন্ত্ৰী গৰাকীয়ে এক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ লগতে পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ স্বেচ্ছাসেৱক আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা লোকসকলে অংশগ্ৰহণ কৰে।

সন্মিলনত ভাৰত চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ যুটীয়া সচিব অৰ্চনা শৰ্মা অৱাস্থি, উত্তৰ-পূব আঞ্চলিক শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ ড: ফ্লোৰেট ডি ডাখাৰ, এন চি ই আৰ টিৰ ৰাষ্ট্ৰীয় সাক্ষৰতা কেন্দ্ৰৰ ইনচাৰ্জ প্ৰফেছৰ ঊষা শৰ্মা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam ADMINISTRATIVE STAFF COLLEGEEducation minister Dr. Ranoj PeguNavbharat Literacy MissionThird Regional CoferenceUllas Programme
samimsultana

samimsultana

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d