Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Murkong Selek College Alumni Meet :ডিচেম্বৰত অনুষ্ঠিত হ’ব মুৰ্কং চেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ

মুৰ্কং চেলেক মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহ উপলক্ষে ৰাজহুৱা সভা

publisher by publisher
August 27, 2023
in Assam, India, News
Reading Time: 1 min read
0
Murkong Selek College Alumni Meet :ডিচেম্বৰত অনুষ্ঠিত হ’ব মুৰ্কং চেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ
17
SHARES
170
VIEWS
ShareShareShareShare

RelatedPosts

Horrific murder incident in Jonai:জোনাইত লোমহৰ্ষক হত্যাকাণ্ড !

Gas cylinder-like items recovered in Jonai:জোনাইত উদ্ধাৰ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী

Jonai Incident:ধেমাজিত ভয়ংকৰ অঘটন !

Murkong Selek College Alumni Meet :

ধেমাজি জিলাৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ অন্যতম এক গৌৰৱ উজ্বল ঐতিহ্যমণ্ডিত মুৰ্কংচেলেক মহাবিদ্যালয়ত প্ৰাক্তন ছাত্র সন্থাই পোনপ্ৰথমবাৰৰ বাবে প্ৰাক্তন ছাত্র সমাৰোহৰ উদযাপনৰ ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে ।

ADVERTISEMENT

১৯৮৪ চনত প্ৰতিষ্ঠা হোৱা উজনিৰ অসম-অৰুণাচল সীমান্তৰ পূৱ প্ৰান্তৰ উচ্চ শিক্ষাৰ প্রাণকেন্দ্র স্বৰূপ মুৰ্কংচেলেক মহাবিদ্যালয়ে প্রতিষ্ঠা কালৰে পৰা জোনাইবাসীৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন বিদ্যায়তনিক ক্ষেত্ৰত আৰু বহু ছাত্ৰ-ছাত্ৰীৰ মাজত গুণগত শিক্ষাৰ প্ৰসাৰ, বৌদ্ধিক তথা গঠনমূলক চিন্তা চৰ্চাৰ উৎকর্ষ সাধন, উপযুক্ত নাগৰিক গঢ় দিয়া, সুস্থ শৈক্ষিক পৰিবেশ সৃষ্টি আদিৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই আহিছে।

তদুপৰি মহাবিদ্যালয়খনে অঞ্চলটোৰ জ্ঞান প্রজ্ঞা, সমাজ সংস্কৃতি আৰু বৌদ্ধিক সাধনাৰ পীঠস্থান মহাবিদ্যালয়ে প্রজ্ঞাসাধক তথা সমাজ ৰূপান্তৰৰ বাহক স্বৰূপে স্বকীয় আভাবে অনিৰুদ্ধ যাত্রা অব্যাহত ৰাখিছে।

মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র সমাৰোহ উদযাপনৰ হেতুকে আজি মুৰ্কং চেলেক মহাবিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দিপক কুমাৰ দলেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত প্ৰাক্তন ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদক মন বাহাদুৰ ছেত্ৰীয়ে উদেশ্যে ব্যাখ্যা কৰে।

ৰাজহুৱা সভাত প্ৰক্তন ছাত্ৰ সমাৰোহ উদযাপন উপলক্ষে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। আশি দশকৰ পৰা বিগত বৰ্ষলৈ মহাবিদ্যালয় খনত অধ্যন কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে ছাত্ৰ সমাৰোহ উদযাপনৰ প্ৰস্তুতি সম্পর্কে মত পোষণ কৰে।

আনহাতে একেখন সভাতে অহা ডিচেম্বৰ মাহৰ অন্তিম সপ্তাহত দুই দিনীয়া কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ সমাৰোহ আয়োজন কৰা সিদ্ধান্ত লোৱা হয়। তদুপৰি মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ আয়োজনৰ বাবে এটা শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

সভাই মূলাকান্ত পেগুক সভাপতি, মনবাদুৰ চেত্ৰী কাৰ্যকৰী সভাপতি, বুদ্ধেশ্বৰ বৰি, নবীজ দলে, দিনেশ পেগুক উপ-সভাপতি, ৰয়েল পেগুক সাধাৰণ সম্পাদক, লোহিত ফুকন, সঞ্জয় পেগু, মিণ্টু পেগু, কেমৰাজ লাগাছুক সহকাৰী সম্পাদক, বিজু দলেক কোষাধ্যক্ষ, নৱজিত হাজংক স্মৃতি গ্ৰন্থ সম্পাদক হিচাপে লৈ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপন সমিতি গঠন কৰা হয়।

তদুপৰি সভাত মঞ্চ-মণ্ডপ, সাংস্কৃতিক, প্ৰচাৰ, শব্দ-পোহৰ, প্ৰাক্তন শিক্ষাৰ্থী সমন্বয়ৰক্ষী সমিতি, অতিথি আপ্যায়ন, খাদ্য, পানী যোগান, স্বেচ্ছাসেৱক আদি উপ-সমিতি গঠন কৰা হয়।

এই ৰাজহুৱা সভাত উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ সংগঠনৰ সভাপতি মহেন্দ্ৰ টায়ে, সাধাৰণ সম্পাদক তুষাৰ ঙাটে, মুকেশ কুম্বাং মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বুদ্ধিজীবী , দল সংগঠনৰ নেতা তথা সাধাৰণ ৰাইজ।

আনহাতে, মুৰ্কংচেলেক মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব লগিয়া প্ৰাক্তন ছাত্ৰ সমাৰোহত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Alumni MeetJonaiMurkong Selek College
publisher

publisher

Related Posts

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত
Assam

মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

September 10, 2026
কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

September 10, 2026
Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ
Assam

Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d