Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GUWAHATI REHAB CENTRE : নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ বাবে প্ৰস্তুত হৈ থকা নীতি-নিৰ্দেশনাৰ অগ্ৰগতিৰ বুজ ললে মন্ত্ৰী পীযুষ হাজৰীকাই

দিছপুৰত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ বিভাগীয় বিষয়াৰে বৈঠক

publisher by publisher
September 21, 2022
in Assam, India, News
Reading Time: 1 min read
0
GUWAHATI REHAB CENTRE : নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ বাবে প্ৰস্তুত হৈ থকা নীতি-নিৰ্দেশনাৰ অগ্ৰগতিৰ বুজ ললে মন্ত্ৰী পীযুষ হাজৰীকাই
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

ASSAM GOVT :  অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দিছপুৰৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষা-উপাধ্যক্ষ আৰু বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ বাবে বিভাগৰ পৰা প্ৰস্তুত হৈ থকা নীতি নিৰ্দেশনা বিষয়ক এখন বৈঠকত অংশ লয় | শেহতীয়াকৈ মন্ত্ৰী হাজৰীকাই গুৱাহাটীস্থিত নিচামুক্তি কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি কেন্দ্ৰসমূহ সু-পৰিচালনাৰ বাবে বিভাগীয় কিছুমান নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰি এখন সমিতি গঠন কৰি দিছিল |

ADVERTISEMENT

 আজি মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়াসকলৰ পৰা এই নীতি সমূহ প্ৰস্তুতৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় | আনহাতে ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, গোলাঘাট, গুৱাহাটী আৰু বৰপেটাত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধীনত সাজু হৈ উঠা চৰকাৰী নিচামুক্তি কেন্দ্ৰ কেইটাৰ বিষয়েও আজিৰ বৈঠকতে মন্ত্ৰী হাজৰীকাই বুজ লয় | উল্লেখ্য যে অহা ২ অক্টোবৰত গুৱাহাটীত সাজু হৈ উঠা এনে এটা নিচামুক্তি কেন্দ্ৰ আৰম্ভ কৰাৰ বিষয়ে প্ৰয়োজনীয় ব্যৱস্থা লবলৈও মন্ত্ৰী গৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে | বাকী কেন্দ্ৰসমূহ পৰৱৰ্তী এক মাহৰ ভিতৰত কৰ্যক্ষম কৰি তোলাৰ বাবেও আজিৰ বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় |

একেটা সময়তে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্ৰত্যক্ষ তত্বাৱধানত আন দুটা নিচামুক্তি কেন্দ্ৰ সাজু কৰি তোলাৰ বিষয়েও আজি আলোচনা কৰা হয় | আলোচনা কালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত গুণগত মানৰ নিচামুক্তি কেন্দ্ৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে | আনহাতে বিভাগীয় ভাৱে প্ৰস্তুত হৈ থকা নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ নীতি নিৰ্দেশনাৰ সমান্তৰাল ভাৱে ব্যক্তিগত নিচামুক্তি কেন্দ্ৰসমূহৰ বৰ্তমানৰ সামগ্ৰিক পৰিৱেশৰ বিষয়েও চকু ৰাখিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে | ইয়াৰ লগতে ড্ৰাগচৰ ব্যৱহাৰৰ ভয়াবহ পৰণতিৰ বিষয়ে মানুহৰ মাজত সজাগতা অনাৰ বাবে ব্যৱস্থা লোৱাৰ ওপৰতো তেঁও মত পোষণ কাৰে | আনহাতে চৰকাৰে বান্ধি দিয়া নিৰ্দ্ধাৰিত তিনি মাহ সময়ৰ ভিতৰত যি সমূহ নিচামুক্তি কেন্দ্ৰই উপযুক্ত কোঠা, খাদ্য আৰু স্বাস্থ্য আদি সু ব্যৱস্থা কৰিব নোৱাৰে সেই কেন্দ্ৰসমূহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত মন্তব্য কৰে |

আজিৰ আলোচনাকালতে মন্ত্ৰী পীযুষ হাজৰীকাই তুলনামূলকভাৱে নতুন বিভাগটোৰ আন্ত:গাঁথনি তথা প্ৰয়োজনীয় কৰ্মচাৰীৰ সংখ্যাৰ বিষয়েও আলোচনা কৰে | এই ক্ষেত্ৰত বিভাগটোক অধিক গতিশীল ৰূপ দিবলৈ প্ৰয়োজন হোৱা আন্ত:গাঁথনিৰ বিষয়ে বিভাগীয় পদক্ষেপ লবলৈ তেঁও বিভাগক নিৰ্দেশনা প্ৰদান কৰে | আজিৰ বৈঠকত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতী, উপাধ্যক্ষ জিতু বৰগোঁহাই, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অতিৰিক্ত সচিব ফজলুল হক চৌধুৰী, সঞ্চালক কিশোৰ ঠাকুৰীয়া আৰু আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GUWAHATI RAHAB CENTREPijush Hazarika
publisher

publisher

Related Posts

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d