Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Sensex and Nifty fell again:পুনৰ পতন ছেনছেক্স-নিফটিৰ !

কঠোৰ পৰিস্থিতি আসন্ন ! বিনিয়োগকাৰীসকললৈ সতর্কবাণী দিলে বিশেষজ্ঞই,শাৰদ উৎসৱৰ বতৰত শ্বেয়াৰ বজাৰত 'শনিৰ দশা

samimsultana by samimsultana
October 24, 2024
in News, India
Reading Time: 2 mins read
0
Sensex and Nifty fell again:পুনৰ পতন ছেনছেক্স-নিফটিৰ !
2
SHARES
17
VIEWS
ShareShareShareShare

Sensex and Nifty fell again:

শাৰদ উৎসৱত দেশৰ শ্বেয়াৰ বজাৰত যেন ‘শনিৰ দশা’ চলিছে। চলিত মাহটোৰ অধিকাংশ দিনতে দেশৰ দুয়োখন শ্বেয়াৰ বজাৰৰ পতন ঘটে। আজিও শ্বেয়াৰ বজাৰত খহনীয়াৰ সৃষ্টি হয়। বুধবাৰে বোম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্সৰ ১৩৮.৭৪ পইন্ট অৱনমিত হয়। ফলত দিনটোৰ শেষত ছেনছেক্স ৮০,০৮১.৯৮ হয়। ফলত বহু লাখ কোটি টকাৰ লোকচানৰ সম্মুখীন হয় বিনিয়োগকাৰীসকল। আজি ষ্টক এক্সছেঞ্জ খোলাৰ সময়ত ছেনছেক্স ৮০,৬৪৬,৩১ আছিল।

ADVERTISEMENT

bombay 2সময় আগবঢ়াৰ লগে লগে ছেনছেক্সৰ পতন ঘটিবলৈ ধৰে। একেদৰে ষ্টক এক্সচেঞ্জ নিফটি ২৪,৩৭৮.১৫ আছিল যদিও শ্বেয়াৰ বজাৰ বন্ধ হোৱাৰ সময়ত ২৪,৪৩৫.৫০ হয়। অৱশ্যে দিনটোৰ মাজভাগত নিফটি ২৪,৬০৪.২৫ হৈছিল। ফলত আজি ৩.২ শতাংশ হ্রাস পায়। একেদৰে চান ফার্মাচিউটিকেল, শ্রীৰাম ফাইনেন্স, পাবাৰগ্ৰীড, লাছেন এণ্ড টুর্ব, আদানি প’র্ট এন্ড এচিজেড, এনটিপিচি আদিৰ শ্বেয়াৰৰ পতন ঘটে। এই প্রতিষ্ঠানসমূহত শ্বেয়াৰ বিনিয়োগ কৰাসকলে ১.৫ শতাংশৰ অধিক লোকচানৰ সম্মুখীন হয়। অৱশ্যে নিফটিৰ ক্ষেত্ৰত কেতবোৰ বৃহৎ প্রতিষ্ঠানব শ্বেয়াৰৰ উত্থান ঘটে।

RelatedPosts

New records in the stock market:শ্বেয়াৰ বজাৰত নতুন অভিলেখ

দিল্লীৰ শেয়াৰ বজাৰতো বিনিয়োগকাৰীসকল লোকচানৰ সম্মুখীন হয়। লক্ষ্যণীয় যে চলিত সপ্তাহৰ প্ৰথম দিনৰ পৰাই শ্বেয়াৰ বজাৰত খহনীয়া অব্যাহত আছে। বুধবাৰে শ্বেয়াৰ বজাৰত দেখা গ’ল যে বৃহৎ প্রতিষ্ঠানসমূহৰ ষ্টকৰ মূল্য হ্রাস পায়। ইয়াৰ বিপৰীতে ক্ষুদ্র আৰু মজলীয়া পুঁজিৰ প্রতিষ্ঠানসমূহৰ ষ্টকৰ মূল্য একৰ পৰা ১.৫ পর্যন্ত বৃদ্ধি হয়। আজিৰ দিনটোত বোম্বে স্টক এক্সচেঞ্জত সবাতোকৈ শোচনীয় অৱস্থা হয় মহিন্দ্রা এণ্ড মহিদ্ৰাৰ।

আনহাতে, শ্বেয়াৰ বজাৰলৈ সম্প্রতি অশনি সংকেত আহিছে বুলিব মত পোষণ কৰিছে একাংশ বিশেষজ্ঞই। গ’ল্ডমেন ছ’কছৰ মতে, আগন্তুক দিনত ছেনছেক্স আৰু নিফটিৰ অধিক পতন ঘটাৰ সম্ভাৱনা আছে গতিকে শেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলক সতর্ক হ’বলৈ আহ্বান জনাই প্রতিষ্ঠানটোৱে কয়, সম্প্রতি এছিয়াৰ শ্বেয়াৰ বজাৰৰ দ্রুত গতিত উত্থান ঘটিছে।

তাৰ তুলনাত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ লেখ চিত্র অতি লেহেমীয়া। কর্পাৰেট গোষ্ঠীসমূহৰ লাভৰ পৰিমাণৰ সম্ভাৱনা বৃদ্ধি হৈছে।’ সংস্থাটোৱে লগতে কয় যে আগন্তুক তিনি বা ছমাহ ভাৰতৰ শ্বেয়াৰ বজাৰ কঠিন পৰিস্থিতিৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা ১০ অক্টোবৰত বার্ণষ্টেইণ ৰিছার্চ নামৰ এটা প্রতিষ্ঠানে ভাৰতৰ শ্বেয়াৰ বজাৰক লৈ এক প্রতিবেদন প্রকাশ কৰে। এই প্ৰতিবেদনত ভাৰতৰ শ্বেয়াৰ বজাৰ আগন্তুক দিনত দুর্বল হ’ব বুলি আশংকা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bombay Stock Exchangefell againSensex and Nifty
samimsultana

samimsultana

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d