Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Conservation Scientist Bibhab Kumar Talukdar was awarded the IUCN Award: সংৰক্ষণ বিজ্ঞানী বিভৱ তালুকদাৰক আই ইউ চি এন বঁটা প্ৰদান

samimsultana by samimsultana
October 26, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Conservation Scientist Bibhab Kumar Talukdar was awarded the IUCN Award: সংৰক্ষণ বিজ্ঞানী বিভৱ তালুকদাৰক আই ইউ চি এন বঁটা প্ৰদান
2
SHARES
22
VIEWS
ShareShareShareShare

Conservation Scientist Bibhab Kumar Talukdar was awarded the IUCN Award:

প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত একনিষ্ঠ ভাবে কাম কৰি থকা অসমৰ আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ বিজ্ঞানী তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সচিৰ প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰক আন্ত:ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (আই ইউ চি এন)ৰ “স্পেচিচ চাৰ্ভাইভেল কমিশ্যন” (এছ এছ চি)ৰ “দ্য হেৰী মেছেল” সংৰক্ষণ নেতৃত্ব বঁটা প্ৰদান কৰা হৈছে ।

ADVERTISEMENT

vivhab 1আবু ধাবিত চলি থকা আৰু জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু পৰিবৰ্তনৰ অংগাংগী সংকট মোচনৰ উপায় বিষয়ক আলোচনাৰ বাবে বিশ্বৰ প্ৰায় ৩০০ সংৰক্ষণ বিশেষজ্ঞ সমবেত হোৱা পঞ্চম “আই ইউ চি এন এছ এছ চি লীডাৰ্চ” বৈঠকত শুকুৰবাৰে ড: তালুকদাৰক এই বঁটাটো প্ৰদান কৰা হয় ।

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

“স্পেচিচ চাৰ্ভাইভেল কমিশ্যন”ৰ কৰ্মৰ অংশহিচাপে বিভিন্ন প্ৰজাতিৰ সংৰক্ষণৰ দিশত নেতৃত্ব বহন কৰি আগবঢ়োৱা ক্ষেত্ৰ ভিত্তিক অবদানৰ স্বীকৃতি স্বৰুপে ড: তালুকদাৰক বঁটাটো প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, এছীয় গঁড়ৰ তিনিটা প্ৰজাতিৰ সংৰক্ষণ বাবে গ্ৰহণ কৰা শক্তিশালী উদ্যোগৰ অংশ হিচাপে ড: তালুকদাৰে তিনিখন “এছিয়ান ৰাইনো ষ্টেটছ” সন্মিলন অনুষ্ঠিত কৰাত সময়োচিত আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল । ইয়াৰে প্ৰথমখন ইণ্ডোনেচিয়াৰ বন মন্ত্ৰালয়ৰ সহযোগত দেশখনৰ বন্দৰ লামপুঙত অনুষ্ঠিত কৰা হৈছিল ।

bibhab 4দ্বিতীয়খন ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ সহযোগত নতুন দিল্লীত আৰু তৃতীয়খন নেপাল চৰকাৰৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী বিভাগৰ সহযোগত ছিটৱান ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰা হৈছিল । এই সন্মিলনত এছীয় গঁড়ৰ তিনিটা প্ৰজাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ অৰ্থে যুটীয়া ঘোষণাপত্ৰ প্ৰকাশ কৰা হৈছিল ।

ড: তালুকদাৰ উত্তৰ পূৱ ভাৰতৰ অগ্ৰণী, গৱেষণা-চালিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ (www.aaranya.org) প্ৰতিষ্ঠাপক সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ।

vibhav 2১৯৮৯ চনত এমুঠিমান যুৱ প্ৰকৃতি অনুৰাগীক লৈ গঠন কৰা আৰণ্যক ড: তালুকদাৰৰ নেতৃত্বত এক গৰিমাময় আৰু ঘটনাবহুল পৰিক্ৰমাৰে দেশৰ অন্যতম লেখত লবলগীয়া জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাত পৰিণত হৈ পৰিছে । সংস্থাটোৰ বিভিন্ন বিভাগৰ সৈতে বৰ্তমান প্ৰায় দুশ লোক নিয়োজিত হৈ আছে ।

গঁড় সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰলস অৱদানৰ স্বীকৃতিস্বৰুপে আই ইউ চি এনে ২০০৮ চনত ড: তালুকদাৰক ইয়াৰ এছীয় গঁড় বিশেষজ্ঞ গোটৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰে । অসমৰ সংৰক্ষণবিদে লাভ কৰা এইটো এটা বিৰল স্বীকৃতি ।

অতি বিপন্ন জাভা আৰু সুমাত্ৰাৰ গঁড়ৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে ইণ্ডোনেচিয়াৰ সংৰক্ষণ সংস্থাসমূহেও ড: তালুকদাৰক আমন্ত্ৰণ কৰিছিল ।

bibhab 3তেওঁ ২০০৭ চনৰ জুলাইৰ পৰা ২০১০ চনৰ মে’ পৰ্যন্ত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ স্থায়ী সমিতিৰ, ২০১০ৰ পৰা ২০১২ লৈ হস্তী প্ৰকল্প কৰ্ণধাৰ সমিতিৰ আৰু ৰাষ্ট্ৰীয় বন্যপ্ৰাণী কৰ্মআঁচনি ২০১৭-৩১ প্ৰস্তুতি সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ অসম চৰকাৰক “ইণ্ডিয়ান ৰাইনো ভিছন ২০২০”ৰ কাৰ্যকৰীকৰণত সহায় কৰিছিল আৰু এই প্ৰকল্পৰ জৰিয়তে ২০০৮ আৰু ২০২২ চনৰ ভিতৰত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ২২ বন্য গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সফলতাৰে স্থানান্তৰ কৰা হৈছিল ।

ড: তালুকদাৰে ৭০ খনৰো অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে । তেওঁ সহ-প্ৰণেতা হিচাপে থকা দুখন গৱেষণা পত্ৰ প্ৰখ্যাত জাৰ্ণেল “ছায়েন্স”ত প্ৰকাশ হৈছে । বিগত ২৫ বছৰত তেওঁ সমন্বয়ক হিচাপে ৬০ টাৰো অধিক প্ৰকল্প সম্পূৰ্ণ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AaranyakAwarded the IUCN AwardConservation Scientist Bibhab Kumar Talukdar
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d