Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

আৰণ্যকৰ উদ্যোগত এলআইচি এইচএফএলৰ সামাজিক দায়বদ্ধতা প্ৰকল্পৰ অধীনত উদালগুৰি জিলাৰ আঠখন গাঁৱত সৌৰ ষ্ট্ৰীট লাইট স্থাপন

publisher by publisher
November 25, 2025
in Assam
Reading Time: 1 min read
0
Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

Aaranyak Awards Announced:আৰণ্যকৰ “তৃণমূল সংৰক্ষণ বঁটা ২০২৫” বিজয়ীসকলৰ নাম ঘোষণা

ADVERTISEMENT

Aaranyak:

মানৱ-হাতী সংঘাত প্ৰভাৱিত লোকৰ সহায়ৰ অৰ্থে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এল আই চি হাউছিং ফাইনেন্স লিমিটেড (এলআইচি এইচএফএল)ৰ ক’ৰ্পৰেট সামাজিক দায়বদ্ধতা প্ৰকল্পৰ সহযোগত উদালগুৰি জিলাৰ বহুকেইখন গাঁৱত ১০টা সৌৰ ষ্ট্ৰীট লাইট স্থাপন কৰিছে । জিলাখনৰ উদালগুৰি আৰু মাজবাট ব্লকৰ অন্তৰ্গত ৰঙাপানী, কুকুৰভুকিয়া, পাহাৰপুৰ, ১ নং চিকাৰীডাঙা, ২ নং চিকাৰীডাঙা, অংৰাজুলি, জামুগুৰি, আৰু কুচুবিল গাৱত এই লাইটসমূহ স্থাপন কৰা হৈছে ।

iron 2অত্যাধিক মানৱ‌-হাতী সংঘাত প্ৰৱণ এই গাঁওসমূহলৈ নিশা সঘনাই অহা যোৱা কৰা বনৰীয়া হাতীয়ে স্থানীয় লোকসকলৰ সুৰক্ষা, জীৱিকা আৰু জীৱন প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰে ।

নিশা পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা নথকা গাঁৱৰ প্ৰৱেশ স্থান, সাধাৰণতে জীৱ-জন্তু আৰু মানুহ অহা যোৱা কৰা পথ, সমূহীয়া সংযোগস্থলকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহৰ লগতে সঘনাই হাতী অহা যোৱা কৰা অঞ্চলবোৰ পোহৰাই ৰখাৰ বাবে এই সৌৰ ষ্ট্ৰীট লাইটসমূহ স্থাপনৰ কৰা হৈছে ।

পৰ্যাপ্ত পোহৰৰ ব্যৱ্স্থাই গাঁওবাসীক নিৰাপদ দূৰত্বৰ পৰাই হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ গম পোৱা, সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা আৰু হঠাৎ হাতীৰ মুখামুখি হোৱাৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ সহায় কৰে । ইয়াৰ লগতে এই ব্যৱস্থাই মানৱ-হাতী সংঘাত প্ৰৱণ অঞ্চলত স্থানীয় সমূদায়ৰ সামগ্ৰিক প্ৰস্তুতি বৃদ্ধি নিশাৰ সময়ত উদ্ভৱ হোৱা ভয় আৰু অনিশ্চয়তা দূৰ কৰাতো অৰিহণা যোগায়।

aran 3সৌৰশক্তিৰ দ্বাৰা চলাৰ বাবে এই লাইটবোৰে স্থানীয় বিদ্যুৎ আন্তঃগাঁথনিত কোনো বোজা সৃষ্টি নকৰাকৈ এক বহনক্ষম আৰু পৰিৱেশ অনুকূল সমাধানৰ পথ প্ৰশস্ত কৰে। নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ প্ৰসাৰৰ জৰিয়তে গ্ৰহণ কৰা ভাৰত চৰকাৰৰ জলবায়ু পৰিৱৰ্তন প্ৰশমন কৌশলৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakRural AreasStreet Lights
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d