Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aaranyak 35th Foundation Day:গুৱাহাটীত আৰণ্যকৰ গৌৰৱোজ্জল ৩৫ তম প্ৰতিষ্ঠা দিৱস পালন

publisher by publisher
September 10, 2024
in Uncategorized
Reading Time: 2 mins read
0
Aaranyak 35th Foundation Day:গুৱাহাটীত আৰণ্যকৰ গৌৰৱোজ্জল ৩৫ তম প্ৰতিষ্ঠা দিৱস পালন
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Aaranyak 35th Foundation Day:

৯ ছেপ্টেম্বৰত উত্তৰ -পূৰ্বাঞ্চলৰ আগশাৰীৰ বন্যপ্ৰাণী গৱেষণা আৰু সংৰক্ষণ সম্পৰ্কীয় বেচৰকাৰী সংস্থা আৰণ্যকে ৩৫ টা বছৰৰ এটা গৌৰৱোজ্জল যাত্ৰা অতিবাহিত কৰি ৩৫ তম সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। বেলতলাৰ ভবেন্দ্ৰালয়ত এখন উদ্বোধনী অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। উল্লেখনীয় যে, এই প্ৰতিষ্ঠা দিৱস উদযাপনে আৰণ্যকৰ বছৰজোৰা ৩৫ তম বাৰ্ষিকী উদযাপনৰ আৰম্ভণি কৰে ।

ADVERTISEMENT

aranyak 2এই সভাখনত বহু কেইজন নিমন্ত্ৰিত অতিথি, বিশিষ্ট ব্যক্তি আৰু আৰণ্যকৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে। অনুষ্ঠানটিৰ আদৰণি ভাষণ দিয়ে সভাপতি ৰঞ্জন ভূঞাই। তেওঁ ভাষণত কয় যে এটা সংস্থা বা প্ৰতিষ্ঠান প্ৰতিষ্ঠিত কৰাতকৈও সেই সংস্থাটো সুকলমে ৩৫তা বছৰ আগবঢ়াই লৈ যোৱাটোহে শলাগ ল’ব লগীয়া।

অনুষ্ঠানটিৰ মূল উদ্দেশ্য আৰু আৰণ্যকৰ ৩৫ বছৰীয়া যাত্ৰাৰ বিৱৰণ দিয়ে সংস্থাটোৰ প্ৰতিষ্ঠাপক তথা সচিব প্ৰধান বিভৱ কুমাৰ তালুকদাৰে। তেওঁ ভাষণত বন্যপ্ৰাণী সংৰক্ষণৰ এটা গুৰুত্বপূৰ্ণ দিশ দাঙি সংৰক্ষণৰ ফলশ্ৰুতি কেৱল জীৱ-জন্তুৰ কল্যাণ সাধ্য কৰা নহয়, মানৱ কল্যাণৰ সাধনো হয়। ইয়াৰ লগে লগে আৰণ্যকৰ ৩৫ তা বছৰৰ যাত্ৰাক সাক্ষী কৰি এখন আলোকচিত্ৰৰে সমৃদ্ধ কিতাপৰ লগতে এখন ডকোমেণ্টৰীৰ উন্মোচন কৰা হয়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰৰ উপ-সঞ্চালক অৰবিন্দ কুমাৰ চৌৰাছিয়া। তেওঁ বন্যপ্ৰাণী অপৰাধ আৰু চোৰাং বেপাৰক কেন্দ্ৰ কৰি তেওঁৰ বিভিন্ন অভিজ্ঞতাৰে সভাখনত উপস্থিত থকা সকলোকে সজাগ কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত ব্যক্ত কৰে যে এই অঞ্চলবোৰত বিভিন্ন সম্প্ৰদায়ে আগ ভাগ লৈ বৰ্তমান জীৱ তথা পৰিৱেশ সংৰক্ষণৰ বিভিন্ন ব্যৱস্থা হাতত লৈছে। এনে দিশত আৰণ্যকৰ সজাগতামূলক কাৰ্যসূচী আৰু সম্প্ৰদায়ৰ লগত ওতঃপ্ৰোতভাৱে জঢ়িত হৈ কৰা কৰ্মৰাজীকো চৌৰাছিয়াই শলাগ লয়।

aranyak 1আন এগৰাকী বিশিষ্ট অতিথি তথা অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তনৰ  সচিব পি.এল. এন. ৰাজু উপস্থিত থাকে। তেওঁ বিজ্ঞান প্ৰযুক্তি আৰু সংৰক্ষণৰ ক্ষেত্ৰখনত চেটেলাইট তথ্য আৰু ভৌগোলিক তথ্য ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰায়। অনুষ্ঠানটিৰ বিশেষ আকৰ্ষণ আছিল ‘ জীৱনজোৰা সাধনা বঁটা ২০২৪ ‘, যি বঁটা লাভ কৰে বিশিষ্ট পৰিবেশবিদ ডঃ আনোৱাৰুদ্দিন চৌধুৰীয়ে। বঁটা প্ৰদানৰ অন্তত তেওঁ চমুকৈ ভাষণ দিয়ে আৰু ভাষণৰ দ্বাৰা তেওঁ নতুন প্ৰজন্মক বাতৰি কাকত আৰু আলোচনীত পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় গল্প, প্ৰবন্ধ, কবিতা লিখিবলৈ অনুৰোধ জনায়। এনেবোৰ মাধ্যমে স্থানীয় মানুহক সজাগ কৰোৱাত সহায় কৰে।

aranayak 4অনুষ্ঠানটিৰ শেষত আৰণ্যকৰ কৰ্মকৰ্তা উদয়ন বৰঠাকুৰে ৩৫তম প্ৰতিষ্ঠা দিৱসৰ গোটেই বছৰজোৰি অনুষ্ঠিত হ’ব লগীয়া অনাগত অনুষ্ঠান আৰু উদেশ্যৰ বিষয়ে চমুকৈ ব্যক্ত কৰে। তাৰেই আটাইতকৈ লেখত ল’ব লগীয়া উদেশ্যটো হৈছে সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণা যোগোৱা সাধাৰণ মানুহৰ দ্বাৰা গঠিত কেইটামান সংস্থাক ‘ গ্ৰাছৰুত সংৰক্ষণ বঁটাৰে ‘ কৃতজ্ঞতা প্ৰদান কৰা, যিয়ে তেওঁলোকক প্ৰেৰণা যোগোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। অৱশেষত আৰণ্যকৰ আন এজন কৰ্মকৰ্তা পাৰ্থ জ্যোতি দাসে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটিৰ আনুষ্ঠানিক সমাপ্তিৰ ঘোষণা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 35thFoundation DayAaranyakGuwahatiNature Organization
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
Uncategorized

Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
Uncategorized

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d