Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

It matters how you sit. Bad posture may attack your brain:একেৰাহে দীর্ঘ সময় বহি থকাৰ অভ্যাসে কৰিব পাৰে মগজু বিকল

এম আৰ আই স্কেনত ধৰা পৰাতহে কোনো মতে ৰক্ষা পৰিলো, বহাৰ ভংগিমাই মোক মাৰি আনিছিল, অভিজ্ঞতা বৰ্ণনা কৰিলে কোটিপতি ছফটৱেৰ উদ্যোগীয়ে, শাৰীৰিক ব্যায়াম অনুশীলনৰ অভ্যাস গঢ়ি তোলাৰ আহ্বান

samimsultana by samimsultana
October 26, 2024
in News, Health, Lifestyle
Reading Time: 4 mins read
0
It matters how you sit. Bad posture may attack your brain:একেৰাহে দীর্ঘ সময় বহি থকাৰ অভ্যাসে কৰিব পাৰে মগজু বিকল
3
SHARES
29
VIEWS
ShareShareShareShare

It matters how you sit. Bad posture may attack your brain:

হাতত থকা ম’বাইল ফোন অথবা সম্মুখত ৰখা কম্পিউটাৰৰ স্ক্ৰীণত দুই চকু নিবদ্ধ কৰি একেৰাহে ঘণ্টাৰ পাছত ঘণ্টা সময় পাৰ কৰা নিয়মীয়া অভ্যাস আছে নেকি ? যদি আছে, তেন্তে সাৱধান হওক। বিশেষকৈ চকীত বহি এনে অভ্যাস গঢ়ি তোলাসকল সতর্ক হোৱা উচিত।

ADVERTISEMENT

কাৰণ এনে ধৰণৰ অভ্যাস স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক ৰূপে প্রতিপন্ন হৈছে। কম্পিউটাৰ ছফটৱেৰ উদ্যোগীৰূপে বিশ্বজুৰি পৰিচিতি থকা ব্রায়ান জনছনে নিজৰ এক অভিজ্ঞতা শেহতীয়াভাৱে ৰাজহুৱা কৰিছে। কোটিপতি উদ্যোগ পতিজনে প্রকাশ কৰা অনুসৰি তেওঁ পূর্বে নিতৌ একেৰাহে কে’ বা ঘণ্টা সময় ১০ ম’বাইল ফোন বা কম্পিউটাৰ ব্যৱহাৰ কৰিছিল। অর্থাৎ কাৰ্যালয়ৰ চকীত বহি তেওঁ নিতৌ ম’বাইল ফোন বা কম্পিউটাৰৰ স্ক্ৰীণত একেৰাহে কে’বা ঘণ্টা সময় দুই চকু নিবদ্ধ ৰাখিছিল।

RelatedPosts

No Content Available

এই অভ্যাসে তেওঁৰ স্বাস্থ্যৰ প্ৰচুৰ ক্ষতিসাধন কৰে বুলি সদৰী কৰি উদ্যোগীজনে সামাজিক মাধ্যমযোগে কয়, ‘এক এমআৰআই স্কেনত ধৰা পৰিল যে মোৰ বহাৰ ভংগিমাই মোক ক্রমে নিঃশেষ কৰি আনিছে। মই এই এমআৰআই স্কেন কৰোৱাৰ আগলৈকে জানিব পৰা নাছিলো যে মোৰ অভ্যাসে মোক নিঃশেষ কৰিবলৈ ধৰিছে।’

নিতৌ কার্যালয়ত বহি কে’বাঘণ্টা সময় কম্পিউটাৰ বা ম’বাইল ফোনৰ স্ক্রীণত দৃষ্টি নিবদ্ধ ৰখাটোৱে তেওঁৰ মগজু বিকল কৰাৰ উপক্ৰম ঘটায়। সম্প্রতি জনছনৰ বয়স ৪৬ বছৰ। নিজৰে বহি থকা ভংগিমাই বিপদ মাতি অনাৰ বিষয়ে অধিক তথ্য সদৰী কৰি তেওঁ আৰু কয়, ‘এমআৰআইৰ পৰীক্ষাত ধৰা পৰিল যে মোৰ এই অভ্যাসে মোৰ মগজুক ধীৰে ধীৰে হত্যা কৰিবলৈ লৈছে।

মোৰ ছীজাৰ, ষ্ট্ৰ’ক হোৱাৰ আশংকা আছিল।’ এই এম আৰ আইৰ পৰীক্ষাৰ পাছতে তেওঁ অভ্যাস সলনি কৰে বুলি জানিবলৈ দিয়ে। এই সম্পর্কত তেওঁ কয় যে নিতৌ একেৰাহে বহু সময় কোনো ব্যক্তিয়ে বহি থাকিব নালাগে। নিতৌ চকীত বহি গোটেই দিন বহি থকাসকল সতর্ক হোৱা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে এনে অভ্যাসে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।

এনে অভ্যাসক বদভ্যাস আখ্যা দি উদ্যোগীজনে পুনৰ কয় যে এই বদভ্যাসৰ ফলত মাংসপেশীৰ বিষ, শৰীৰত তেজৰ সঞ্চালনত সমস্যা, খাদ্য হজমত সমস্যা, হাঁওফাঁওৰ সমস্যা, স্নায়ুৰ সমস্যা, ৰাজহাড়ৰ সমস্যা, মানসিক চাপ, অত্যধিক ভাগৰ অনুভৱ কৰা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেৱল সেয়াই নহয়, এনে বদভ্যাসে নিদ্রাত ব্যাঘাতো জন্মাব পাৰে।

ইতিমধ্যে নিতৌ চকীত বহি কে’বা ঘণ্টা ধৰি কাম কৰাটো বহু লোকৰ ক্ষেত্ৰত অভ্যাসত পৰিণত হৈছে। স্বাস্থ্য ৰক্ষাৰ খাতিৰত এনে অভ্যাস সলনিৰ কে’বাটাও পৰামৰ্শ আগবঢ়াইছে জনছনে। ইতিমধ্যে তেওঁ এই পৰামৰ্শসমূহ নিজৰ ক্ষেত্ৰতে প্রয়োগ কৰিছে বুলিও সদৰী কৰিছে।

উদ্যোগীজনে আগবঢ়োৱা এই পৰামৰ্শসমূহ হ’ল-

(১) চকীত বহি কাম কৰি থকাৰ মাজতে ৩০ মিনিট সময় বিৰতি ল’ব লাগে। এই বিৰতিৰ সময়ত খৰধৰকৈ খোজকাঢ়িব লাগে। পৰাপক্ষত খটখটি বগাই ওপৰলৈ উঠিব লাগে। সম্ভৱ হ’লে নৃত্য কৰিব লাগে। ইয়াৰ জৰিয়তে শৰীৰ পুনৰ সক্রিয় হয়। কাৰণ এনে শাৰীৰিক কামৰ জৰিয়তে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায়।

(২) নিতৌ শাৰীৰিক ব্যায়াম অনুশীলন কৰিব লাগে।

(৩) চকীত বহি থকাৰ সময়ত মেৰুদণ্ড পোন কৰি ৰাখিব লাগে। সন্মুখত থকা কম্পিউটাৰ অথবা ম’বাইল ফোনৰ স্ক্রীণ চকুৰ স’তে একেটা পৰ্যায়ত ৰাখিব লাগে। ইয়াকে কৰিলে মূৰ তল কৰিবলগীয়া নহয়। কাৰণ বহি থকা অৱস্থাত মূৰ তল কৰি কম্পিউটাৰ বা ম’বাইল ফোনৰ স্ক্ৰীণত দৃষ্টি নিবদ্ধ কৰি ৰখাৰ অভ্যাসে শৰীৰৰ ক্ষতিসাধন কৰে।

জনছনে কয় যে প্ৰথম অৱস্থাত এনে ধৰণৰ শাৰীৰিক ব্যায়াম অনুশীলনৰ ফলত এজন ব্যক্তিয়ে শৰীৰত অসুবিধা অনুভৱ কৰিব পাৰে। কিন্তু এনে অসুবিধাই তেওঁৰ শৰীৰ তথা স্বাস্থ্যৰ বাবে উপকাৰীহে বুলি উদ্যোগ জনে উল্লেখ কৰিছে। এনে ব্যায়াম অনুশীলনে শৰীৰৰ পৰা ক্ষতিকাৰক দ্ৰব্য বাহিৰলৈ উলিয়াই পঠিয়াও বুলিও তেওঁ মন্তব্য কৰিছে।

লক্ষ্যণীয় যে স্বাস্থ্য অটুট ৰখাৰ বাবে উদ্যোগী জনছনে বছৰি দুই নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত কমেও এক কোটি ৬০ লাখ টকা ব্যয় কৰে। অৱশ্যে তেওঁ বার্ধক্য প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ পক্ষপাতী নহয়। পূর্বে জনছনে ছফটৱেৰ উদ্যোগত কাৰ্যবাহীৰূপে নিয়োজিত আছিল। শেহতীয়াভাৱে তেওঁ পুৰুষৰ চুলি সৰা সমস্যা প্ৰতিৰোধৰো কেতবোৰ উপায় দিছিল।

তেওঁ প্রকাশ কৰিছিল যে প্রাকৃতিক উপায় অৱলম্বন কৰি মাথোঁ এবছৰৰ ভিতৰত তেওঁ চুলি সৰা বন্ধ কৰিব পাৰিছিল। ইয়াৰ পূৰ্বে তেওঁ শৰীৰৰ পৰা ক্ষতিকাৰক দ্ৰব্য নিৰ্গত কৰি পঠিওৱাৰ উদ্দেশ্য ‘টুটেল প্লাজমা’ বিনিময় নামৰ এক চিকিৎসা গ্রহণ কৰিছিল। সম্প্রতি তেওঁ কৈছে যে চকীত বহি থকাৰ ভংগিমা সলনি কৰিলে এজন ব্যক্তিৰ মনৰ উৎসাহ-উদ্দীপনাও বৃদ্ধি পায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Regular ExerciseSitting for long periodstime can cause brain damage
samimsultana

samimsultana

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d