Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Bharetri Dwitiya festival of the Gorkha Student Union was celebrated in Nagrijuli :নাগ্ৰীজুলিত গোর্খা ছাত্ৰ সন্থাৰ ভাতৃ দ্বিতীয়া উৎসৱ উদযাপন

গোর্খা সম্প্ৰদায়ৰ লোক সকলে শান্তিপ্ৰিয় আৰু সমন্বয়েৰে জীয়াই জাতি : পংকজ চক্ৰবৰ্তী

samimsultana by samimsultana
November 4, 2024
in News, Assam, India
Reading Time: 2 mins read
0
Bharetri Dwitiya festival of the Gorkha Student Union was celebrated in Nagrijuli :নাগ্ৰীজুলিত গোর্খা ছাত্ৰ সন্থাৰ ভাতৃ দ্বিতীয়া উৎসৱ উদযাপন
2
SHARES
16
VIEWS
ShareShareShareShare

Bharetri Dwitiya festival of the Gorkha Student Union was celebrated in Nagrijuli :

ADVERTISEMENT

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ ভাওৰাগুৰি হিন্দী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত সদৌ অসম গোৰ্খা ছাত্র সন্থা চমুকৈ আগছুৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত পুৱ ডেফেলী- কুমাৰীকাটা আঞ্চলিক সমিতিৰ সহযোগত আৰু নাগ্ৰীজুলি আঞ্চলিক সমিতিৰ আতিথ্যত কালি সন্ধিয়া পৱিত্ৰ তিহাৰ উৎসৱ উপলক্ষে সামুহিক ভাতৃ দ্বিতীয় উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি কালি আবেলি ৫-০০ বজাত মঞ্চ মুকলি কৰাৰ পিছতে ৫-৩০ বজাত বন্তি প্ৰজ্বলন কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্রী পদম বাহাদুৰ চৌহানে। তাৰ পিছতে প্ৰথম বাৰ্ষিক সামুহিক ভাতৃ দ্বিতীযা উৎসৱৰ মুকলি সভা অনুষ্ঠিত হয়।

RelatedPosts

Electric Shock Death : বন্যহস্তীক বাধা দিবলৈ টনা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হ’ল যুৱকৰ

তামুলপুৰত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড

মুকলি সভাৰ সভাপতিত্ব কৰে তামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সভাপতি প্ৰকাশ লামাই । সভাত মুখ্য অতিথি হিচাপে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয় , মই মোৰ চাকৰি জীৱনত প্ৰথম বাৰৰ বাবে সুন্দৰ আৰু পবিত্র অনুষ্ঠানত এটাত অংশ গ্ৰহণ কৰি গোর্খা সকলৰ মৰম চেনেহত আপ্লুত হৈছোঁ। এই উৎসৱত পুৰুষ মহিলাৰ কোনো ভেদাভেদ নাৰাখি সকলোৱে ব্ৰতী হৈছে। তেওঁ পুনৰ কয়,গোর্খা সম্প্ৰদায়ৰ লোক সকলে শান্তিপ্ৰিয় আৰু সমন্বয়েৰে জীয়াই জাতি ৷

গোর্খা সম্প্ৰদায়ৰ লোক সকল যতেই নাথাকক কিয় তেওঁলোকে শান্তিপ্ৰিয় ভাবে সমন্বয়েৰে জীয়াই থাকিব বিচাৰে। নিজৰ অনুভৱ প্ৰকাশ কৰি জিলা আয়ুক্ত গৰাকীয়ে আৰু কয় ,অতীজৰ পৰা চলি অহা কিছুমান প্ৰথা আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে। এনেকৈ যদি আমি একেলগ হৈ থাকি একেডাল ৰচীৰে বান্ধ খাই থাকো তেন্তে আমাৰ মাজৰ পৰা হেৰাই যাব ধৰা উৎসৱ সমূহ জীয়াই থাকিব আৰু সকলোৰে মাজত ভাতৃত্ববোধ আৰু একতাৰ এনাজৰী কটকটীয়া কৰি জাতিটোক আগুৱাই লৈ যাব বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

গোর্খা ছাত্ৰ সন্থাৰ নেতা ৰাবিশংকৰ উপ্ৰেতিযে আঁত ধৰা সভাতে গোপীনাথ বৰদলৈ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উপাধ্যক্ষ লোহিত উপ্ৰেতি, যুৱ নেতা মাধৱ ছেত্ৰী, সমাজকৰ্মী ৰাম বাস্তলাকে আদি কৰি কে’বাজনো বক্তাই ভাতৃ দ্বিতীয়া উদযাপনৰ তাৎপৰ্য বিতংকৈ বাখ্যা কৰে। অসমৰ গোর্খা সকলে ভাতৃ দ্বিতীয়া উৎসৱ উপলক্ষে সেই বিশেষ দিনটোত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায় । সভাত তামুলপুৰ প্ৰেছ ক্লাৱৰ বিষয় ববীয়া, বিভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ,আন্তৰাষ্ট্ৰীয় সংস্থা স্মাইল এছিয়াৰ কৰ্মী অভিমন্যু তালুকদাৰো উপস্থিত থাকে।

উল্লেখ্য যে গোৰ্খালী লোক সকলে পালন কৰা তিহাৰ উৎসৱটিৰ অন্তিম পৰ্বটো হ’ল ভাই ফোঁট। শুক্ল পক্ষৰ দ্বিতীয়া তিথিত উৎসৱটিৰ এই পৰ্বটো বিশেষকৈ ভগ্নী সকললৈ উৎসৰ্গিত হয়৷ ৷ ইয়াত ভগ্নীয়ে ভাই ফোঁট পৰ্বৰ সকলো আয়োজনৰ গুৰি ধৰি এজন ভাতৃৰ বাবে জলপানৰ পৰা আৰম্ভ কৰি পৰ্বটিত প্ৰয়োজন হোৱা সকলো বস্তু-সামগ্ৰী, উপহাৰ ইত্যাদিক সামৰে ৷ এই ভাই ফোঁট পৰ্বত ভগ্নী বা বাইদেউয়ে ভাতৃ আৰু ককায়েকক কপালত ভিন্ন ৰঙী ফোঁট দি দৈ পান কৰাই ভাই ফোঁট আৰম্ভ কৰে আৰু নাৰ্জি ফুলৰ মালা পিন্ধাই ভায়েক – ককায়েকৰ দীৰ্ঘায়ু কামনা কৰে ৷

গোর্খা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সামূহিক ভাতৃ দ্বিতীয়া উৎসৱ উদযাপন মঞ্চত সভাৰ মাজতেই আমন্ত্ৰিত অৰ্ধ -শতাধিক অতিথিক গোর্খা গাভৰু-মহিলা সকলে অতি আদাৰেৰে সামূহিক ভাবে গঙ্গা জল ছটিয়াই ফোঁট পিন্ধাই, গোর্খা জনগোষ্ঠীৰ স্বাভিমান গোর্খা টুপী পিন্ধাই গোর্খা সকলৰ বিভিন্ন জাতীয় খাদ্য সম্ভাৰেৰে অতিথি সকলক আপ্যায়ন কৰে।
গোর্খা ছাত্র সন্থাৰ দ্বাৰা আয়োজিত এই বিশেষ অনুষ্ঠানত গোর্খা ছাত্র সন্থাৰ বিষয় ববীয়া, বিভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ নেতা উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bharetri Dwitiya festival CelebrationGorkha Student UnionNagrijuli
samimsultana

samimsultana

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d