Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা

    Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

    Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

    Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

    Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

    Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Holder Of LMV Driving License Doesn’t Need Separate Authorisation To Drive Transport Vehicle Weighing Less Than 7500 KG: SC:৭,৫00 কিলোগ্রামৰ কম ওজনৰ বাহন চলাবলৈ নালাগে সুকীয়া অনুজ্ঞাপত্র:সৰ্বোচ্চ ন্যায়ালয়

লঘু যান-বাহন চলোৱাৰ অনুজ্ঞাপত্ৰধাৰীলৈ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক পীঠৰ সকাহ

samimsultana by samimsultana
November 7, 2024
in India, News
Reading Time: 2 mins read
0
Holder Of LMV Driving License Doesn’t Need Separate Authorisation To Drive Transport Vehicle Weighing Less Than 7500 KG: SC:৭,৫00 কিলোগ্রামৰ কম ওজনৰ বাহন চলাবলৈ নালাগে সুকীয়া অনুজ্ঞাপত্র:সৰ্বোচ্চ ন্যায়ালয়
1
SHARES
12
VIEWS
ShareShareShareShare

Holder Of LMV Driving License Doesn’t Need Separate Authorisation To Drive Transport Vehicle Weighing Less Than 7500 KG: SC:

যিসকলৰ লঘু যান- বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ আছে, তেওঁলোকৰ বাবে এতিয়াৰে পৰা ৭,৫০০ কিলোগ্রামতকৈ কম ওজনৰ গধুৰ বাহন চলাবৰ বাবে সুকীয়া অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহ’ব। অর্থাৎ এনে অনুজ্ঞাপত্র থকা এজন ব্যক্তিয়ে ইচ্ছা কৰিলে ৭,৫০০ কিলোগ্রামতকৈ কম ওজনৰ বাণিজ্যিক পৰিবহণত ব্যৱহৃত বাহন চলাব পাৰিব।

ADVERTISEMENT

এই ৰায় দিয়ে দেশৰ মুখা ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ক সামৰি গঠিত এখন পাঁচজনীয়া সাংবিধানিক পীঠে। এই ৰায়দানৰ সময়ত বিচাৰপীঠে মন্তব্য কৰে যে লঘু বাহনৰ অনুজ্ঞাপত্ৰধাৰী চালকে বাণিজ্যিক পৰিবহণ বাহন চলোৱাৰ সময়ত পথ দুর্ঘটনা সংঘটিত কৰাৰ কোনো বাস্তৱ আধাৰিত তথ্য নাই। অৱশ্যে পীঠখনে এই কথাও স্পষ্ট কৰি দিয়ে যে ৭,৫00 কিলোগ্রামতকৈ অধিক ওজনৰ গধুৰ বাণিজ্যিক পৰিবহণ বাহন চলাবলৈ লঘু যান-বাহনৰ অনুজ্ঞাপত্ৰ থকা চালকসকলকো সুকীয়া অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ’ব।

RelatedPosts

Supreme Court Judgement:কাৰোবাক মিঞা-টিঞা বুলি কোৱাটো অপৰাধ নহয় : উচ্চতম ন্যায়ালয়

Supreme court Judgement: নিৰ্বাচনৰ মাজত ইভিএমক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ উপৰি ন্যায়াধীশ ঋষিকেশ ৰয়, ন্যায়াধীশ পি এছ নৰসিংহ, ন্যায়াধীশ পংকজ মিত্তাল আৰু ন্যায়াধীশ মনোজ মিশ্রক সামৰি গঠিত সাংবিধানিক পঠখনে এই ৰায়দানৰ সময়ত ১৯৮৮ৰ যান-বাহন আইনৰো ব্যাখ্যা কৰে। পীঠখনৰ হৈ ৰায়টো লিখে ন্যায়াধীশ ৰয়ে। পীঠে স্পষ্ট কৰি দিয়ে যে যান-বাহন আইনৰ ১০ (২) (ই) ধাৰাৰ অধীনত লঘু যান-বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ থকাসকলক ৭,৫00 কিলোগ্রামতকৈ কম ওজনৰ বাণিজ্যিক বা গধুৰ বাহন চলোৱাৰ বাবে সুকীয়া অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই।

এই ৰায়ে লঘু যান-বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ থকা বহুতকে সকাহ দিব বুলি ধাৰণা কৰা হৈছে। বিচাৰপীঠে এই কথাও স্পষ্ট কৰি দিয়ে যে যান-বাহনৰ চালকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত লঘু যান-বাহন আৰু পৰিবহণ যান-বাহনক সম্পূর্ণৰূপে সুকীয়া শ্রেণীভুক্ত কৰিব নোৱাৰি। অৱশ্যে ই-কার্ট, ই-ৰিক্সা আৰু বিপজ্জনক সামগ্রীবাহী যান-বাহনসমূহকে ধৰি কেতবোৰ বাহনৰ ক্ষেত্ৰত এই শ্রেণীকৰণ প্ৰযোজ্য হ’ব বুলি বিচাৰপীঠে মন্তব্য কৰে।

আনহাতে, সাংবিধানিক পীঠখনৰ এই উল্লেখনীয় বায়ৰ সুবাদত লঘু যান বাহনৰ চালকৰ অনুজ্ঞাপত্র থকাসকলে ইচ্ছা কৰিলে ৭,৫00 কিলোগ্রামতকৈ কম ওজনৰ বয়-বস্তু কঢ়িওৱা, মধ্যমীয়া যাত্রীবাহী আদি গাড়ী চলাব পাৰিব। এই ৰায়দানৰ সময়ত সাংবিধানিক পীঠে কয়, ‘লঘু যান-বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ থকাসকলৰ বাবে ৭,৫00 কিলোগ্রামতকৈ কম ওজনৰ বাহন চলাবৰ বাবে চালৰ সুকীয়া অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহ’ব।’

মুকুন্দ দেৱানগন নামৰ এজন ব্যক্তিয়ে অৰিয়েন্টেল ইঞ্চৰেন্স কোম্পানীৰ বিৰুদ্ধে ৰুজু কৰা এটা গোচৰত আজি উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক পীঠখনে এই ৰায়দান কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Doesn't Need Separate AuthorisationDrive Transport Vehicle Weighing Less Than 7500 KGHolder Of LMV Driving LicenseSupreme court Judgement
samimsultana

samimsultana

Related Posts

Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা
News

June 2, 2025
Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ
Crime

Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

June 2, 2025
Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !
News

Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

June 2, 2025
Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ
News

Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

June 2, 2025
Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন
News

Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

June 2, 2025
Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ
News

Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

June 2, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d