Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
May 23, 2024
in Assam, India, News
Reading Time: 3 mins read
0
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

Credibility Of The Election Commission:নির্বাচন আয়োগৰ বিশ্বাসযোগ্যতা

# প্রাঞ্জলসেন ডেকা

ভাৰতত মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ সমস্ত দায়িত্ব নির্বাচন আয়োগৰ ওপৰতে ন্যস্ত কৰা হৈছে। সেয়ে দেশত নির্বাচন বুলিলেই আয়োগৰ প্ৰসংগয়ে গুৰুত্ব লাভ কৰে। সাধাৰণ নির্বাচন ঘোষণাৰ পৰা এই প্রক্রিয়া সম্পূর্ণ হোৱালৈ দেশৰ সমগ্ৰ চৰকাৰী ব্যৱস্থাবলী আয়োগৰ অধীনতে থাকে। গতিকে এনে এক গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিবলগীয়া হোৱা হেতুকে নির্বাচন চমু চাপি অহাৰ লগে লগে আয়োগো চৰ্চাৰ মাজলৈ আহি পৰে স্বাভাৱিকভাবেই। কিন্তু সম্প্রতি বিভিন্ন নেতিবাচক দিশতহে দেশবাসীৰ মাজত চর্চিত হৈছে নির্বাচন আয়োগ।

ADVERTISEMENT

অৱশ্যে ভাৰতৰ নিৰ্বাচন আয়োগ পূৰ্বৰে পৰাই কম-বেছি পৰিমাণে সমালোচনাৰ সন্মুখীন হৈ আহিছে। তাৰ মাজতো দেশৰ প্ৰথমগৰাকী মুখ্য নির্বাচন আযুক্ত সুকুমাৰ সেন আৰু পৰৱৰ্তী পর্যায়ত টি এন শেষাণ, জে এম লিংডো প্রমুখ্যে মুখ্য নির্বাচন আয়ুক্তই আয়োগক শক্তিশালী কৰাৰ লগতে বিশ্বাসযোগ্যতা স্থাপনত যথেষ্ট পৰিমাণে সফল হৈছিল।

যোৱা ১৬ মার্চত সাতোটা পর্যায়ত ৪৪ দিন সামৰি দেশৰ প্ৰথমটো নির্বাচনক বাদ দি সৰ্বাধিক দৈৰ্ঘ্যৰ লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰা হয়। তেতিয়াৰ আৰু আজিৰ পৰিস্থিতি যথেষ্ট পৃথক। সদ্য স্বাধীনতা প্রাপ্ত ভাৰতত প্রথমটো সাধাৰণ নির্বাচনব প্রসংগ উত্থাপনৰ লগে লগে বিভিন্ন শংকা-সংশয়ৰ প্রশ্ন উত্থাপিত হয়। তেতিয়া ১৭ কোটি ভোটাৰৰ মাত্র ১৫ শতাংশহে আছিল সাক্ষৰ। গতিকে অশুভ চক্রই ইয়াৰ সুযোগ ল’ব পাবে বুলি আশংকাৰ সৃষ্টি হোৱাটো অস্বাভাৱিক নহয়। তদুপৰি ভাৰতৰ ওপৰত দৃষ্টি আছিল সমগ্র পৃথিবীৰ। তথাপি সকলো প্রত্যাহ্বান তথা সংশয় নেওচি সুকলমে সম্পন্ন হৈছিল স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নির্বাচন।

১৯৫১ৰ ২৫ অক্টোববত আৰম্ভ হোৱা সেই নির্বাচন চাৰিমাহ ধৰি চলিছিল। তেতিয়া দেশব ২৪খন ৰাজ্যত মুঠ ৪৮৯ লোকসভা আসন আছিল। ভোট কেন্দ্র আছিল ১,৯৬,০৮৪টা। তাবে ২৫,৫২৭ টা ভোটকেন্দ্র মহিলা ভোটাৰৰ বাবে আছুতীয়াকৈ সংৰক্ষিত কৰা হৈছিল। সেইবাৰ মুঠ প্রতিদ্বন্দ্বী প্রার্থী আছিল ১,৮৭৪ গৰাকী আৰু তাৰে ৫২৪ গৰাকী আছিল নির্দলীয়। সেইবাৰ মুঠ ৫১.৫৫ শতাংশ ভোটদান হয়।

সম্প্রতি দেশৰ ১৪০ কোটি জনসংখ্যাৰ ৭০ শতাংশ অর্থাৎ ৯৭ কোটি যোগ্য ভোটাৰ আছে ৫৪৩ টা লোকসভা সমষ্টিত ইতিমধ্যে প্রথম চাৰিটা পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হৈ গৈছে। এতিয়াও আৰু তিনিটা পর্যায়ৰ ভোটগ্রহণ বাকী আছে যদিও এইবাৰৰ নিৰ্বাচনত প্রতিদিনে নতুন নতুন অভিযোগ আৰু বিতর্কৰ মাজত সোমাই পৰিছে নির্বাচন আয়োগ।

ভোটদানৰ হাৰ অস্বাভাৱিকভাৱে পলমকৈ প্ৰকাশ কৰাৰ সন্দৰ্ভত দাখিল হোৱা এক আবেদনৰ শুনানি ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আৰম্ভ হৈছে। তদুপৰি ভোটদান কৰা ভোটাৰৰ ভোটকেন্দ্ৰ অনুৰি সংখ্যা প্রকাশৰ বিপৰীতে কেৱল ভোটৰ হাৰ প্রকাশ কৰা হৈছে। এছ’চিয়েছন ফৰ ডেম’ক্রেটিক ৰিফৰ্মছ (এ ডি আৰ) আৰু কমন কজ নামৰ বেচৰকাৰী সংস্থা দুটাই দাখিল কৰা আবেদনত ভোটগ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত ভোটাৰৰ সবিশেষ হিচাপ নির্বাচন আয়োগক নিজৰ ৱেবছাইটত প্রকাশৰ নিৰ্দেশ দিবলৈ ন্যায়ালয়ৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড় আৰু ন্যায়াধীশদ্বয় জে বি পার্ডৱালা আৰু মনোজ মিশ্রৰ বিচাৰপীঠে অহা ২৪ মে’ত এই সম্পর্কত নিজস্ব বক্তব্য দাঙি ধৰিবলৈ আয়োগক নির্দেশ দিছে। বিচাৰপীঠে লগতে ভোটব হাৰ প্রকাশত আয়োগৰ অসুবিধা কি বুলিও প্রশ্ন উত্থাপন কৰিছে।

ইতিমধ্যে উল্লেখ কৰা হৈছে যে নির্বাচন আয়োগৰ বিৰুদ্ধে শাসকপক্ষৰ প্ৰতি পক্ষপাতদুষ্ট ব্যৱহাৰ লগতে আন বহুতো অভিযোগ উত্থাপিত হৈ আহিছে যদিও ভোটৰ হাৰ প্ৰকাশত অস্বাভাৱিক বিলম্বক লৈ এই প্রথমবাৰলৈ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ আঁৰত বিশেষ উদ্দেশ্য লুকাই থকা বুলি বিৰোধী দলসমূহ সৰৱ হৈছে। নির্বাচন ঘোষণাৰ ঠিক আগে আগে তিনিজনীয়া নির্বাচন আয়োগৰ অন্যতম সদস্য অৰুণ গোৱেলৰ আকস্মিক পদত্যাগে দেশৰ  ৰাজনৈতিক আৰু প্রশাসনিক মহলত জোকাৰণিৰ সৃষ্টি কৰে। নির্বাচন আয়োগ যে সঠিকভারে চলি থকা নাই, সেয়া তাৰই বহিঃপ্রকাশ বুলি ব্যাপকাৱে চর্চিত হয়। ইয়াৰ এমাহ পূর্বে আন এজন আয়ুক্ত অনুপ চন্দ্র পাণ্ডেই অৱসৰ গ্ৰহণ কৰে।

ফলত তিনিজনীয়া আয়োগত মাত্র মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰহে ৰৈ যায়। ফলত চৰকাৰে ততাতৈয়াকৈ দুজন নির্বাচন আয়ুক্তক নিযুক্তি প্রদান কৰিবলগীয়া হয়। ভু-ৰখা মহলৰ জ্ঞাত যে নির্বাচন আয়ুক্ত নির্বাচন প্রক্রিয়াটোও শেহতীয়াভাৱে সম্পূর্ণ বিতৰ্কৰ গৰাহত পতিত হৈছে। অৱসৰ গ্ৰহণৰ মাত্র এমাহ পূর্বে ২০২২ৰ নৱেম্বৰত অকণ গোৱেলক এদিনৰ ভিতৰতে এক দীঘলীয়া প্রক্রিয়া সম্পন্ন কৰি নির্বাচন আয়ুক্ত পদত নিযুক্তি প্রদানক লৈ তীব্র সমালোচনাৰ জোৱাৰ উঠে। উচ্চতম ন্যায়ালয়েও আনকি এনে কার্যক লৈ আশ্চর্য প্রকাশ কৰে। ইয়াৰ আঁৰত যে চৰকাৰৰ নাস্তস্বার্থ জড়িত হৈ আছে সেয়াও স্পষ্ট হয়। তাৰ পাছতে যোৱা জানুৱাৰীত বলবৎ কৰা নতুন আইন অনুসৰি নির্বাচন আয়ুক্ত বাছনিৰ সমগ্র প্রক্রিয়াটো নৰেন্দ্র মোদী চৰকাৰে নিজৰ কুক্ষিগত কবি লয়।

পূৰ্বৰ আইন অনুসৰি নিৰ্বাচন আযুক্ত বাছনিৰ তিনিজনীয়া সমিতিৰ সদস্যসকল আছিল ক্রমে প্রধানমন্ত্রী, লোকসভাৰ বিৰোধী দলপতি আৰু দেশৰ মুখ্য ন্যায়াধীশ; কিন্তু নতুন আইন অনুসৰি এই সমিতিত মুখ্য ন্যায়াধীশৰ পৰিৱৰ্তে কেন্দ্রীয় মন্ত্রীসভাৰ এজন সদস্যক অন্তর্ভুক্ত কৰা হয়। ফলস্বৰূপে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্রধানমন্ত্রীৰ ইচ্ছানুসৰিয়ে নির্বাচন আয়ুক্তসকলক বাছনি কৰাৰ সুযোগ আহি পৰে। ইয়ে নির্বাচন আয়ুক্তসকলক প্রধানমন্ত্রী তথা চৰকাৰৰ মুখাপেক্ষী কৰি তুলিব বুলি সমালোচনাৰ সৃষ্টি হয়। ফলস্বৰূপে এনে আয়োগৰ পৰা নিৰপেক্ষতা আশা কৰাটো অবাস্তৱ কথা বুলি বিৰোধীয়ে অভিযোগ কৰে।

প্রণিধানযোগ্য যে উচ্চতম ন্যায়ালয়েও নির্বাচন আযুক্ত নিযুক্তিৰ প্ৰসংগত মন্তব্য কৰিছে যে তেওঁলোক এনে একোগৰাকী ব্যক্তি হোৱাটো কাম্য, যিয়ে কোনো ধৰণৰ ভয় অথবা পক্ষপাতদুষ্ট ভূমিকা অবিহনে প্রয়োজন সাপেক্ষে স্বয়ং প্রধানমন্ত্রীৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণ কৰিবলৈ পিছ নোহোঁহকিব। অথচ সর্বোচ্চ ন্যায়ালয় অথবা জনমতক আওকাণ কৰি চৰকাৰে তিনিজনীয়া বাছনি সমিতিত চৰকাৰী পক্ষৰ সংখ্যাগৰিষ্ঠতাকহে নিশ্চিত কৰে।

সেয়েহে এই আয়োগে সাধাৰণ নিৰ্বাচনৰ সময়ত সক্রিয় তথা নিৰপেক্ষ ভূমিকা গ্রহণ কৰাক লৈ বিভিন্নজনে আৰম্ভণিৰে পৰা সংশয় প্রকাশ কৰি আহিছে। নির্বাচনী প্রক্রিয়া আৰম্ভ হোৱাৰে পৰা এনে বহু অভিযোগ নিয়মীয়াকৈ উত্থাপিত হৈ অহাব বিষয়ে দেশবাসী জ্ঞাত।

নির্বাচনী বণ্ডক লৈ নির্বাচন আয়োগৰ ভূমিকাও অতি দুর্ভাগ্যজনকৰূপে চিহ্নিত হৈছে। বিৰোধী দলসমূহৰ লগতে ভাৰতীয় ৰাজনৈতিক প্ৰক্ৰিয়াৰ সম্পৰ্কত অধ্যয়ন চলাই অহা বিভিন্ন সংস্থাই বিগত কে’বা বছৰ ধৰি নিৰ্বাচনী বণ্ডৰ আঁৰত ভয়াবহ দুর্নীতি-অনিয়ম লুকাই থকা বুলি অভিযোগ কৰি আহিছিল; অথচ এই সম্পর্কত সম্পূর্ণ নীৰৱতা অৱলম্বন কৰি নির্বাচন আয়োগে নিৰাপদ দূৰত্বত অৱস্থান কৰিছিল।

অৱশেষত উচ্চতম ন্যায়ালয়ে এই নির্বাচনী বগুক সম্পূর্ণৰূপে অবৈধ আখ্যা দি ইয়াক খাৰিজ কৰে, অথচ ইতিমধ্যে শাসক দলে নির্বাচনী বণ্ডৰ জৰিয়তে এহাতে ব্লেকমেইলিং কৰি আৰু আনহাতে বিভিন্ন সা-সুবিধা প্রদানৰ বিনিময়ত হেজাৰ হেজাৰ কোটি টকা বিভিন্ন কোম্পানীৰ পৰা কিদৰে অবৈধ উপায়েৰে আদায় কৰিছিল সেয়া ইতিমধ্যে প্রকাশ পাইছে। এই সমগ্র প্রক্রিয়াটোৰ জৰিয়তে শাসক পক্ষ অভাৱনীয়ভাৱে লাভৱান হোৱাৰ পাছতো নির্বাচন আয়োগে কোনো পদক্ষেপ গ্রহণ নকৰি নিজস্ব চৰিত্র উদঙাই দিছে।

চলিত নিৰ্বাচনৰ সূচী ঘোষণাৰ সময়ত মুখ্য নির্বাচন আয়ুক্ত ৰাজীব কুমাৰে দৃঢ়তাৰে এই কথা প্রকাশ কৰিছিল যে সকলো পক্ষৰ বাবে সমানুপাতিক প্রতিদ্বন্দ্বিতাৰ ক্ষেত্ৰ অর্থাৎ ‘লেভেল প্লেয়িং ফিল্ড’ নিশ্চিত কৰাটো আয়োগৰ প্ৰধান দায়িত্ব হ’ব। তদুপৰি সকলো ধৰণৰ ভূৱা তথ্য তথা ভাষ্য প্রচাৰৰ বিৰুদ্ধেও আয়োগ কঠোৰ হ’ব। কিন্তু যোৱা দুমাহজোৰা সময়ছোৱাত আয়োগে তেনে কোনো পদক্ষেপ গ্রহণ কৰাটো পৰিলক্ষিত নহ’ল। শাসকপক্ষৰ বিৰুদ্ধে সমগ্ৰ চৰকাৰী ব্যৱস্থাটোক ব্যবহাৰ কৰাৰ গুৰুতব অভিযোগ উত্থাপিত হৈ আহিছে যদিও তাক প্রতিৰোধৰ ক্ষেত্রত আয়োগে কোনো সক্রিয়তা প্রদর্শন নকৰাটো দুর্ভাগ্যজনক।

তদুপৰি এইবাৰৰ নিৰ্বাচনত একাংশ শাসক-বিৰোধী নেতাই যি ধৰণৰ সমাজত বিভাজন সৃষ্টিকাৰী ভাষ্য দাঙি ধৰি ভোট আদায়ৰ চেষ্টা চলাইছে, সেয়া অভূতপূর্ব বুলি সকলোৱে স্বীকাৰ কৰিছে। এই ক্ষেত্রত স্বয়ং প্রধানমন্ত্রী মোদীয়ে নেতৃত্ব গ্রহণ কৰা বুলি ক’লেও অত্যুক্তি কৰা নহয়। তেওঁৰ দ্বাৰাই বোধকৰো অনুপ্রাণিত হৈ কোনো কোনো ৰাজ্যৰ মুখ্যমন্ত্রীকে ধৰি আন একাংশ নেতাই সভ্য সমাজক লজ্জানত কৰা মিথ্যাচাৰৰে নিৰ্বাচনী প্ৰচাৰত জপিয়াই পৰিছে।

কংগ্রেছ ক্ষমতালৈ আহিলে হিন্দু মহিলাৰ মংগলসূত্রকে ধৰি আ-অলংকাৰ কাঢ়ি নি মুছলমানক বিলাই দিব বুলি স্বয়ং প্রধানমন্ত্রী মোদীয়ে দিয়া ভাষণ ২০২৪ৰ সাধাৰণ নির্বাচনৰ এক মচিব নোৱৰা ক’লা দাগ হৈ ৰ’ব। এইবাৰৰ নির্বাচনী প্রচাৰত মোদীৰ মিথ্যাচাৰৰ ই এটা সামান্য নমুনাহে।

প্রতিদিনে এনে অলেখ  অবাঞ্ছিত মোদীৰ ভাষণ ভৰি আছে; অথচ এই সম্পর্কত একাধিক অভিযোগ লাভৰ পাছতো নির্বাচন আয়োগে কোনো পদক্ষেপ গ্রহণ কৰাটো দুৰৰ কথা, নিয়মমাফিক এখন কাৰণ দশোৱাৰ পত্র প্রদান কৰে বিজেপিৰ সভাপতি জে পি নড্ডাকহে। তেনেদৰেই কংগ্রেছে ক্ষমতা লাভ কৰিলে অনুসূচিত জাতি আৰু জনজাতিৰ বাবে ধাৰ্য সংৰক্ষণ ব্যৱস্থা কৰ্তন কৰি মুছলমানক সংৰক্ষণ দিব বুলি কর্ণাটকৰ ৰাজ্যিক বিজেপিয়ে এটি কার্টুন ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰ চলায়।

এই সম্পর্কত দলে আয়োগক একাধিক অভিযোগ দাখিল কৰাৰ অন্তত অৱশেষত আয়োগে এই ভিডিঅ’টো আঁতৰাই পেলাবলৈ কর্ণাটক বিজেপিক নির্দেশ দিয়ে ৰাজ্যখনত ভোটগ্রহণৰ দিনাহে। ফলস্বৰূপে তাৰ জৰিয়তে হ’বলগীয়া ক্ষতি হৈয়ে গ’ল বুলি কংগ্রছে আক্ষেপ প্রকাশ কৰে। মুঠতে এইবাৰৰ নিৰ্বাচনত ঘাইকৈ প্রধানমন্ত্রী মোদী আৰু তেওঁৰ একাংশ সহযোগী নেতাই আজৱ আজৱ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে, যিবোৰে স্বাধীনোত্তৰ ভাৰতৰ নির্বাচনী ইতিহাসত অভিলেখ সৃষ্টি কৰিছে। এনেদৰেই প্রতিটো গুৰুতৰ বিষয় আয়োগে হয় আওকাণ কৰিছে, নহয় সাপো মৰক লাঠিও নাভাগক নীতি গ্রহণ কৰিছে। জৰৰী কথাটো হৈছে, নির্বাচন আয়োগ কেৱল নিৰপেক্ষ হোৱাই নহয়, বৰঞ্চ ই দেশবাসীৰ সম্মুখত নিৰপেক্ষ দৃষ্টিগোচৰ হোৱাটোও প্রয়োজনীয়।

এই আটাইবোৰ ক্ষেত্রতে পৰিস্থিতি নিয়ন্ত্রণত আৰু ইয়াক সুষম কৰি ৰখাত নির্বাচন আয়োগ যে সম্পূর্ণ ব্যর্থ হৈছে সেয়া স্পষ্ট। প্রশ্নটো হৈছে- আয়োগক ইয়াৰ দায়িত্ব আৰু কর্তব্য নিৰপেক্ষভাবে পালন কৰিবলৈ বাধ্য কৰাব নোৱাৰিলে এই আয়োগ গঠনৰেই বা উদ্দেশ্য কি ?

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArticlesCredibility Of The Election CommissionLoksabha Election 2024pranjal sen deka
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d