Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা

    Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

    Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

    Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

    Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

    Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Union Minister Sarbananda Sonowal’s marathon campaign in support of coalition candidates in Sidli and Bongaigaon:ছিডলী আৰু বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ মাৰাথন প্ৰচাৰাভিযান

কংগ্ৰেছক ভোট দিয়া মানেই দেশক পিছুৱাই নিয়া, বিজেপি মিত্রজোঁটক ভোট দিয়া মানেই উন্নয়ন ক্ষিপ্ৰতাৰে আগুৱাই যোৱা: কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল

samimsultana by samimsultana
November 8, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Union Minister Sarbananda Sonowal’s marathon campaign in support of coalition candidates in Sidli and Bongaigaon:ছিডলী আৰু বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ মাৰাথন প্ৰচাৰাভিযান
1
SHARES
8
VIEWS
ShareShareShareShare

Union Minister Sarbananda Sonowal’s marathon campaign in support of coalition candidates in Sidli and Bongaigaon:

অসম বিধানসভাৰ উপ- নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে শুকুৰবাৰে ছিডলী বিধানসভা সমষ্টিৰ বাসুগাঁও আৰু বঙাইগাঁৱৰ বিদ্যাপুৰত মাৰাথন প্ৰচাৰ চলায় আৰু জনগণৰ ব্যাপক উৎসাহ, সঁহাৰি সমৰ্থন প্রত্যক্ষ কৰে। তেখেতে ছিডলী বিধানসভা সমষ্টিৰ এনডিএ সমর্থিত ইউপিপিএল-ৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ এনডিএ সমর্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ সমর্থনত নির্বাচনী সভা সম্বোধন কৰে।

ADVERTISEMENT

sidli 3কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ছিদলী বিধানসভা সমষ্টিৰ বাসুগাঁৱত অনুষ্ঠিত জনসভাত ভাষণ প্রদান কৰি কয়, ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে সর্বাংগীণ বিকাশ, সম-মর্যাদা, সমৃদ্ধি, সমতা, সর্বত্র শান্তি, সংস্কাৰ, সমন্বয় সাধন কৰা মিত্রশক্তি হৈছে কেৱল ভাৰতীয় জনতা পার্টি আৰু মিত্ৰজোঁট। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত এনডিএ চৰকাৰে সমগ্ৰ দেশতে উন্নয়নৰ এক নৱজাগৰণৰ সূচনা কৰিছে, যিটো কংগ্ৰেছৰ শাসনকালত কেৱল সপোনহে আছিল। কংগ্রেছে দশক দশক ধৰি অপশাসন, ভ্রষ্টাচাৰ, স্বজন-তোষণ, অবাধ দুৰ্নীতিৰ জৰিয়তে দেশক কোঙা কৰি পেলাইছিল। পিছে বিজেপি মিত্রজোঁট চৰকাৰে কেৱল ১০ বছৰৰ ভিতৰতে শক্তিশালী নীতি, শক্তিশালী দৃষ্টিভংগী, শক্তিশালী নেতা থকাৰ বাবেই ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ বুকুত শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিলে। ষাঠিৰ দশকৰ পৰা কংগ্ৰেছ দলটোৱে আমাৰ যুৱক-যুৱতীসকলৰ ওপৰত নৃশংস অত্যাচাৰ চলাইছিল। আমাৰ ৰাইজে ভয় ভয়কৈ নিজৰ উৎসৱসমূহ পাতিবলগীয়া হৈছিল। এসময়ত বৰ্তমানৰ এই বিটিআৰ অঞ্চলটো অশান্ত অঞ্চল হিচাপে জৰ্জৰিত আছিল, হত্যা-হিংসাৰে চৌদিশ ছানি ধৰিছিল।

RelatedPosts

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

Inland water transport terminal opened at Jogighopa: যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

কংগ্ৰেছৰ ভুল নীতি আৰু অন্যায়-অৱহেলাৰ বাবেই বড়োলেণ্ডৰ লগতে সমগ্র অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছিল। কিন্তু মোদী চৰকাৰৰ দিল্লী আৰু দিছপুৰক, দিল্লী আৰু বড়োলেণ্ডক ওচৰ চপাই অনাৰ দূৰদৰ্শী তথা কল্যাণকামী দৃষ্টিভংগীৰ ফলস্বৰূপে এতিয়া সমগ্র বিটিআৰ-ত স্থায়ী শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ ফলত বিটিআৰ-ত উন্নয়নৰ নতুন জাগৰণৰ সূচনা হৈছে আৰু সৰ্বত্রে শান্তি-সমন্বয় বিৰাজমান কৰিছে। মোদী চৰকাৰৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতৰ জনসাধাৰণে সামাজিক মর্যাদা লাভ কৰিছে। মোদী চৰকাৰ শাসনলৈ অহাৰ পাছত, ২০১৯ চনৰ আগষ্ট মাহৰ পৰা এবছু, এনডিএফবি গোট আৰু অন্যান্য বড়ো সংগঠনৰ সৈতে দশকজোৰা বড়ো আন্দোলনৰ সমাপ্তিৰ বাবে এক ব্যাপক সমাধানত উপনীত হোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তীকালত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। মোদী চৰকাৰে বড়ো অঞ্চলৰ সর্বাংগীণ উন্নয়নৰ বাবে নির্দিষ্ট প্রকল্প হাতত ল’বলৈ প্রায় ১৫০০ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজ সামৰি লৈছে।

আমাৰ চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সুফল লাভ কৰিছে সৰ্বস্তৰৰ জনতাই আৰু ইয়াৰ জৰিয়তে সকলোৰে জীৱন ধাৰণৰ মান উন্নীত হৈছে। এসময়ত দালালৰাজে গ্ৰাস কৰা অসমৰ নিয়োগ ক্ষেত্ৰখনত বিনা প ইচাত সম্পূর্ণ যোগ্যতাৰ ভিত্তিত চাকৰি পোৱাৰ পৰিৱেশ ঘুৰি আহিল। মেধা আৰু যোগ্যতাৰ বলত সকলোৱে নিজৰ জীৱন সুন্দৰকৈ নিৰ্বাহ কৰিব পাৰিছে।

sidli 2আনহাতে বঙাইগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি সৰ্বানন্দ সোণোৱালে কয়, অযুত সম্ভাৱনাৰে পূৰ্ণ আমাৰ ভাৰতবৰ্ষখন বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধর্মাৱলম্বী লোকৰ বাসস্থান। আমি গৌৰৱ কৰা উচিত যে আমাৰ চেনেহৰ অসমখনত সকলোৱে ঐক্যবদ্ধ হৈ ৰাজ্য তথা দেশখনৰ উন্নতিৰ বাবে অৰিহণা যোগাই আহিছে। এই উন্নতিৰ যাত্রাত আপোনালোক সকলো অংশীদাৰ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত জাতি, ধৰ্ম, বর্ণ নির্বিশেষে সকলো জনগণৰ কল্যাণ নিশ্চিত কৰাটো সদায় চেষ্টা কৰি অহা হৈছে। অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ কোচ ৰাজবংশী সমাজৰ উন্নতিৰ বাবে আমি বিশেষ ধৰণৰ ব্যৱস্থা গ্রহণ কৰিছোঁ।

শিক্ষা, স্বাস্থ্য, ব্যৱসায় আদি সকলো ক্ষেত্রতেই যাতে আপোনালোক বিকাশ আৰু প্ৰগতিৰ দিশলৈ আগুৱাই যাব পাৰে, তাৰ বাবে বিজেপি মিত্রজোঁটৰ চৰকাৰ আপোনালোকৰ কাষত সদায় আছে আৰু অনাগত দিনতো থাকিব। এক সমৃদ্ধিশালী ইতিহাসেৰে পূৰ্ণ কোচ-ৰাজবংশী সমাজৰ উত্তৰণত আমি প্ৰতিটো খোজতেই খোজ মিলাই আগবাঢ়িম। এইখন বৰ অসমত বীৰ চিলাৰায়-নৰনাৰায়ণে সাহস আৰু বীৰত্বৰ নিদৰ্শন দেখুৱাই আমাক একতাৰ বাণীৰে আগবাঢ়ি যাবলৈ বাট দেখুৱাই থৈ গৈছে। ইতিহাসৰ পাত লুটিয়াই চালেই আমি ইয়াৰ উদাহৰণ দেখিবলৈ পাওঁ। কোচ- ৰাজবংশীসকলে আমাৰ সমাজ ব্যৱস্থালৈ যি অৰিহণা আগবঢ়াই থৈ গৈছে, সেয়া প্রতিটো প্ৰজন্মই মনত ৰাখিব।

কেন্দ্রীয় মন্ত্ৰী গৰাকীয়ে আজি ছিদলী কোচ ৰাজত্বৰ শেষৰজন ৰজা অজিত নাৰায়ণ দেৱৰ প্ৰতিও শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, এনডিএ-ৰ দ্বৈত ইঞ্জিন চৰকাৰে অসমত বাণিজ্য আৰু নিযুক্তিৰ সুযোগ বৃদ্ধিৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰি আছে। যোগীঘোপা আৰু ধুবুৰীত মাল্টি-মডেল লজিষ্টিক পার্ক বিকশিত কৰা হৈছে, যিয়ে আমাৰ কৃষকসকলৰ বাবে বিশ্বব্যাপী বজাৰ মুকলি কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ পথ আৰু দলঙৰ বাবে ৪.৫ লাখ কোটিতকৈও অধিক পুঁজি প্রদান কৰিছে। কংগ্ৰেছে শাসনত থাকোঁতে ইয়াৰ কথা ভাবিবই পৰা নাছিল। আমি সকলো আকাংক্ষা পূৰণ কৰিবলৈ জনসাধাৰণৰ প্রতিশ্রুতিবদ্ধ।

তদুপৰি সোণোৱালে কয়, সংখ্যালঘু জনগণৰ সুৰক্ষা আৰু উন্নতি নিশ্চিত কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত আছে। সকলোৰে বাবে সম সুযোগ আৰু অধিকাৰ ৰক্ষাৰে বাবে বিজেপি চৰকাৰে সদায় অগ্ৰাধিকাৰ দি আহিছে। আপোনালোকৰ আর্থিক, সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ ৰূপায়ণ নিশ্চিত কৰিছে। সংখ্যালঘু সমাজক কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি আৰু সুবিধাই সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি জানিবলৈ পাই আনন্দিত হৈছোঁ।

newতদুপৰি খিলঞ্জীয়া জনগণৰ ভাষা, কলা-সংস্কৃতি আৰু পৰম্পৰাৰ সুৰক্ষা তথা সংৰক্ষণৰ বাবেও চৰকাৰে নিষ্ঠাসহকাৰে কাম কৰি আহিছে বুলি সোণোৱালে আজি উল্লেখ কৰে। বাসুগাঁৱৰ প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বিটিআৰ প্ৰধান প্রমোদ বড়ো, অসম চৰকাৰৰ মন্ত্রীত্রয় ইউ জি ব্রহ্ম, অশোক সিংহল আৰু যোগেন মহন, সাংসদ জয়ন্ত বসুমতাৰী, বিধায়কদ্বয় নৱ কুমাৰ দলে আৰু অজয় ৰায়, প্রার্থী নির্মল কুমাৰ ব্ৰহ্ম প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু বিজেপি-অগপ-ইউপিপিএল মিত্ৰজোঁটৰ সতীৰ্থসকল।

আনহাতে বঙাইগাঁৱৰ সভাখনত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীদ্বয়ৰণজিৎ কুমাৰ দাস আৰু ইউ জি ব্ৰহ্ম, লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী, প্রার্থী দীপ্তিময়ী চৌধুৰী প্ৰমুখ্যে বিজেপি-অগপৰ বিষয়ববীয়া |

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: election campaignSidli And Bongaigaon by ElectionUnion Minister Sarbananda Sonowal
samimsultana

samimsultana

Related Posts

Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা
News

June 2, 2025
Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ
Crime

Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

June 2, 2025
Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !
News

Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

June 2, 2025
Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ
News

Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

June 2, 2025
Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন
News

Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

June 2, 2025
Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ
News

Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

June 2, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d