Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Large packages for Bihar and Andhra Pradesh in the budget:বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশলৈ বৃহৎ পেকেজ বাজেটত

publisher by publisher
July 23, 2024
in Uncategorized
Reading Time: 2 mins read
0
Large packages for Bihar and Andhra Pradesh in the budget:বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশলৈ বৃহৎ পেকেজ বাজেটত
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

 Union 2025 Live Update: অষ্টমবাৰ বাজেট উপস্থাপন নির্মলা সীতাৰমণৰ , ৰাষ্ট্ৰপতিৰ স’তে সাক্ষাৎ

Union Budget Sarbananda Sonowal Reaction:কেন্দ্রীয় বাজেট ২০২৪এ ‘বিকশিত ভাৰত’ৰ যাত্রাক নৱৰূপ দিব আৰু সামগ্রিক বিকাশৰ ৰোডমেপ ত্বৰান্বিত কৰিব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Large packages for Bihar and Andhra Pradesh in the budget:

ADVERTISEMENT

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যালয়ৰ প্ৰথম খন ২০২৪ বৰ্ষৰ পূণাংগ বাজেট মঙলবাৰে সংসদত দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন এন ডি এক অক্সিজেন দি থকা এন ডিএৰ অন্যতম দুই দলক সন্তুষ্ট কৰিবলৈ বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশলৈ বৃহৎ পেকেজ বাজেটত ঘোষণা কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে দায়িত্ব গ্ৰহণ কৰিছে থিকেই কিন্ত এইবাৰ বিজেপিৰ হাতত এককভাৱে নাছিল সংখ্যাগৰিষ্ঠতা। যাৰবাবে বিজেপিয়ে চৰকাৰ বতাই ৰাখিবৰ বাবে সহায়ভিক্ষা ল’বলগীয়া হয় চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন তেলেগু দেশম পাৰ্টি আৰু নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল ইউনাইটেডৰ ৷

উল্লেখ কৰা প্ৰয়োজন যে, সময় সময়ে ৰং সলোৱাত সিদ্ধগ্ৰস্ত নীতিশ কুমাৰক সম্পূৰ্ণ বিশ্বাসত নলয় বিজেপিয়ে ৷ এনেক্ষেত্ৰত নীতিশক সন্তুষ্ট কৰি ৰাখিবৰ বাবে বাজেটত বেছি গুৰুত্ব দিয়াৰ অনুৰূপ ধৰণে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুকো পাৰ্যমানে গুৰুত্ব দিবলৈ চেষ্টা কৰা হৈছে। আজি সংসদত নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ আন্তগাঁঠনি উন্নয়ন আৰু বিশেষ বিত্তীয় পেকেজ ঘোষণা কৰে ৷সেই অনুসৰি বিহাৰৰ পথ নিৰ্মাণৰ বাবে ২৬ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। পাটনা-পূৰ্ণিয়া এক্সপ্ৰেছ ৱে’, বক্সাৰ-ভাগলপুৰ এক্সপ্ৰেছ ৱে’ নিৰ্মাণৰ লগে লগে বুদ্ধগয়া, ৰাজগীৰ, বৈশালী আৰু দৰভঙ্গাত পথ নিৰ্মাণৰ কাম ৷ তদুপৰি ৰাজ্য খনৰ বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ বাজেটত ১১,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে ।

বক্সাৰত গংগা নদীৰ ওপৰত নতুনকৈ দুই লেনৰ এখন দলং নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে। ৰাজ্য খনৰ বিষ্ণুপদ মন্দিৰ কৰিৰ্ডৰ আৰু মহাবোধী মন্দিৰ কৰিৰ্ডৰক বিশ্বৰ তীৰ্থযাত্ৰী আৰু পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ লগতে ব্যাপকভাৱে বিকশিত কৰা হ’ব ৰাজগীৰক ৷ পর্যটন কেন্দ্র হিচাপে গঢ়ি তোলা হ’ব নালন্দা ৷ পুনৰুজ্জীৱিত হ’ব নালন্দা বিশ্ববিদ্যালয় ৷ তদুপৰি কোশীৰ সৈতে জড়িত জলসিঞ্চন ক্ষেত্ৰত কাম কৰাৰ কথাও ঘোষণা কৰা হৈছে বাজেটত বিহাৰত নতুন বিমানবন্দৰ, চিকিৎসা মহাবিদ্যালয় আৰু ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ উপৰিও পিৰপেইণ্টিত ২৪০০ মেগাৱাটৰ নতুন বিদ্যুৎ প্ৰকল্প স্থাপনকে ধৰি বিদ্যুৎ প্ৰকল্পসমূহৰ বাবে ২১৪০০ কোটি টকা ব্যয় কৰা হ’ব বুলিও বিত্তমন্ত্ৰী গৰাকীয়ে বাজেট ভাষণত উল্লেখ কৰে।

আনহাতে , অন্ধ্ৰ প্ৰদেশকো এই বাজেটত যথেষ্ট উপকৃত হ’ব পৰাকৈ বৃহৎ পেকেজৰ কথা ঘোষণা কৰা হয়। ৰাজ্যখনৰ মূলধনৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি ৰাজ্যখনৰ বাবে বিশেষ বিত্তীয় সাহায্য ঘোষণা কৰিছে। চলিত বিত্তীয় বৰ্ষৰ সমান্তৰালভাৱে ভৱিষ্যতে অতিৰিক্ত পৰিমাণৰ সৈতে ১৫,০০০ কোটি টকাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে সীতাৰমণে ৷ একেদৰে ৰাজ্য খনৰ পুনৰ গঠন আইন আৰু ৰাজধানী চহৰৰ আন্ত:গাঁঠনিৰ বাবে পুৰ্ণ প্ৰতিশ্ৰুতি দিয়া হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Large packages for Bihar and Andhra PradeshUnion Budget 2024Union FInance Minister Nirmala Sitharaman
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d